ফেমিনা মিছ ইণ্ডিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

22 নং শাৰী:
 
১৯৫৫ চনৰ পৰা ১৯৫৮ লৈ কোনো মিছ ইণ্ডিয়া প্ৰতিযোগিতা হোৱা নাছিল। ১৯৫৯ চনত, ইভছ ৱিকলিয়ে মিছ ৱৰ্ল্ড প্ৰতিযোগিতালৈ ভাৰতৰ প্ৰতিনিধি প্ৰেৰণ কৰিবলৈ ইভছ ৱিকলিয়ে মিছ ইণ্ডিয়া নামেৰে প্ৰথম মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ আয়োজন কৰিছিল।প্ৰতিযোগিতাত ফ্লাৰ ইজেকিয়েলক শেষত বিজয়ীৰ মুকুট পিন্ধোৱা হৈছিল। তেওঁ যুক্তৰাজ্যৰ লণ্ডনত অনুষ্ঠিত মিছ ৱৰ্ল্ড 1959 ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।<ref>https://thegreatpageantcommunity.com/2014/12/04/miss-world-recalling-the-glory-of-india/</ref><ref>https://www.indiatimes.com/lifestyle/self/a-look-at-miss-indias-over-the-years-278279.html</ref>
প্ৰথম ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতা খন ১৯৬৪ চনত অনুষ্ঠিত হৈছিল। মহাৰাষ্ট্ৰৰ মেহেৰ কাষ্টেলিনো মিস্ত্ৰীক প্ৰথম ফেমিনা মিছ ইণ্ডিয়াৰ মুকুট পিন্ধোৱা হৈছিল। তেওঁক আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ১৯৬৪ আৰু স্পেইনত অনুষ্ঠিত মিছ নেশ্যনছ ১৯৬৪ ত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ বাছনি কৰা হৈছিল। <ref>{{cite web|url=http://abraxaslifestyle.com/fashion-trends/presenting-you-the-first-femina-miss-india-meher-castelino-mistry|title=Presenting you The first Femina Miss India – Meher Castelino Mistry|date=24 March 2015}}</ref>
 
ৰেইটা ফাৰিয়া যিকোনো আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত বিজয়ী হোৱা প্ৰথম মিছ ইণ্ডিয়া আছিল। তেওঁ যুক্তৰাজ্যৰ লণ্ডনত মিছ ৱৰ্ল্ড ১৯৬৬ৰ মুকুট পিন্ধিছিল।<ref>{{cite web|url=http://indianexpress.com/article/lifestyle/fashion/not-just-a-pretty-face/lite/|title=Not Just a Pretty Face: Reita Faria, the first Asian to win Miss World|work=The Indian Express|date=18 December 2016}}</ref> তেওঁ ইভছ ৱিকলিয় মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ বিজয়ী আছিল। একে বছৰতে ফেমিনা মিছ ইণ্ডিয়া বিজয়ী য়াছমিন দাজীয়ে মিছ ইউনিভাৰ্ছ ১৯৬৬ত ভাৰতক প্ৰতিনিধিত্ব কৰে আৰু অনুষ্ঠানটোত তৃতীয় ৰানাৰ-আপৰ মুকুট পিন্ধে। আন্তৰ্জাতিক সৌন্দৰ্য প্ৰতিযোগিতাত স্থান পোৱা তেওঁ প্ৰথম ফেমিনা মিছ ইণ্ডিয়া বিজয়ী আছিল। <ref>{{cite web|url=http://m.photos.timesofindia.com/beauty-pageants/miss-india/50-years-of-miss-india-winners-through-the-years/Winners-through-the-years/articleshow/19122248.cms|title=Yasmin Daji, a medical student from Delhi, not only won the Miss India but was a runner-up in Miss Universe|work=The Times of India|date=23 March 2013}}</ref>
[[জিনাত আমান]] আন্তৰ্জাতিক প্ৰতিযোগিতাত বিজয়ী হোৱা প্ৰথম ফেমিনা মিছ ইণ্ডিয়া খিতাপধাৰী আছিল। তেওঁ ফেমিনা মিছ ইণ্ডিয়া এছিয়া পেচিফিকৰ মুকুট পিন্ধিছিল আৰু [[ফিলিপাইনছ]ত অনুষ্ঠিত মিছ এছিয়া পেচিফিক ১৯৭০ত জয়ি হৈছিল।<ref>{{cite web|url=https://indianandworldpageant.com/2017/03/09/the-bold-and-beautiful-zeenat-aman-miss-asia-pacific-1970/amp/|title=The Bold and Beautiful: Zeenat Aman Miss Asia Pacific 1970|access-date=11 February 2018|date=9 March 2017}}</ref>
২০০২ চনত, তৃতীয় বিজয়ীক মিছ এছিয়া পেচিফিকৰ পৰিৱৰ্তে মিছ আৰ্থলৈ মনোনীত কৰা হৈছিল।<ref>{{cite web|url=http://m.photos.timesofindia.com/beauty-pageants/miss-india/femina-miss-india-2002/articleshow/2402261.cms|title=Femina Miss India 2002 photo gallery|work=The Times of India|date=25 September 2007}}</ref>
 
২০১০ চনত, আই এম শ্বী - মিছ ইউনিভাৰ্ছ ইণ্ডিয়াই মিছ ইউনিভাৰ্ছলৈ ভাৰতৰ প্ৰতিনিধি প্ৰেৰণ কৰাৰ অধিকাৰ অৰ্জন কৰাৰ পিছত, ফেমিনা মিছ ইণ্ডিয়াই ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড, ফেমিনা মিছ ইণ্ডিয়া আৰ্থ আৰু ফেমিনা মিছ ইণ্ডিয়া ইণ্টাৰনেচনেল হিচাপে তিনিজন বিজয়ীৰ মুকুট পিন্ধাইছিল। ফেমিনা মিছ ইণ্ডিয়া ইণ্টাৰনেচনেলৰ বিজয়ী প্ৰতিনিধিয়ে মিছ ইণ্টাৰনেচনেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।<ref name="auto3">{{cite web |url=http://www.hindustantimes.com/News-Feed/fashionandbeauty/30-contestants-gear-up-for-Miss-Universe/Article1-537155.aspx |title=30 contestants gear up for Miss Universe |work=Hindustan Times |date=30 April 2010 |access-date=17 May 2010 |url-status=dead |archive-url=https://web.archive.org/web/20100503005917/http://www.hindustantimes.com/News-Feed/fashionandbeauty/30-contestants-gear-up-for-Miss-Universe/Article1-537155.aspx |archive-date=3 May 2010 }}</ref>
2010 চনত, তন্ত্ৰ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে (টিইপিএল) সুস্মিতা সেনৰ সৈতে অংশীদাৰীত্বত আই এম শ্বী – মিছ ইউনিভাৰ্ছ ইণ্ডিয়া নামৰ এটা নতুন প্ৰতিযোগিতা আৰম্ভ কৰিছিল। এই প্ৰতিযোগিতাৰ বিজয়ীগৰাকীয়ে ২০১০ চনৰ পৰা ২০১২ চনলৈ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।<ref name="auto3"/>
 
==তথ্য সুত্ৰ==