ভাৰতৰ কৃষিক্ষেত্ৰত মহিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
2 নং শাৰী:
[[ভাৰত]]ৰ এক বৃহৎ অংশৰ জনসংখ্যাই কৃষিৰ দ্বাৰা জীবিকা অৰ্জন কৰে। <ref>Ghosh, M., & Ghosh, A. (2014). Analysis of women participation in Indian agriculture. IOSR J. Human. Soc. Sci, 19(5), 1-6.</ref>উত্তৰত, সিন্ধু উপত্যকা, ব্ৰহ্মপুত্ৰ অঞ্চল আৰু গঙ্গা, আৰু লগতে বাৰিষা ঋতু, এই সকলোখিনি মিলি এক গুৰুত্বপূৰ্ণ কৃষিক্ষেত্ৰৰ সৃষ্টি কৰিছে। ২০১১ চনৰ বিশ্ব বেঙ্কৰ তথ্যৰ মতে, ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ (জিডিপি) মাত্ৰ ১৭.৫% কৃষি উৎপাদনৰ দ্বাৰা হয়।<ref name="World Bank">. (2011): http://devdata.worldbank.org/AAG/ind_aag.pdf {{Webarchive|url=https://web.archive.org/web/20100529153028/http://devdata.worldbank.org/AAG/IND_aag.pdf |date=2010-05-29 }}</ref> কৃষি ভাৰতৰ গ্ৰাম্য অঞ্চলত বাস কৰা ১.১ বিলিয়ন লোকৰ ভিতৰত ৭২% লোকৰ জীৱনধাৰা বুলিব পাৰি।<ref name="C. Tara Satyavathi, Ch. Bharadwaj and P.S. Brahmanand">“Role of Farm Women In Agriculture: Lessons Learned,” SAGE Gender, Technology, and Development 2010 http://gtd.sagepub.com/content/14/3/441.full.pdf+html</ref>
পৰম্পৰাগত বা ঔদ্যোগিক উপায়েৰে হওক, বা জীৱিকা আৰু কৃষি শ্ৰমিকৰ জৰিয়তে হওক, ভাৰতৰ কৃষি খণ্ডত মহিলাসকলৰ এক গুৰুত্বপূৰ্ণ প্ৰতিনিধিত্ব আছে। ভাৰতত কৃষি প্ৰত্যক্ষভাৱে বহুক্ষেত্ৰৰ সৈতে জড়িত যেনে অৰ্থনৈতিক স্বাধীনতা, সিদ্ধান্ত লোৱাৰ সামৰ্থ্য, শিক্ষা আৰু স্বাস্থ্য সেৱাৰ প্ৰৱেশাধিকাৰ আৰু লগতে দৰিদ্ৰতা আৰু লিংগ বৈষম্যৰ দৰে কাৰকসমূহ ইয়াৰ লগত জটিলভাৱে সাঙুৰ খাই আছে।
সামগ্ৰিকভাৱে কৃষিখণ্ড বিজ্ঞান আৰু প্ৰযুক্তিৰ সঞ্চাৰৰ সৈতে যথেষ্ট বিকাশ আৰু উদ্ভৱ হৈছে। এনে উত্থানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অৱদান আহে মহিলা শ্ৰমিকৰ পৰা। তথাপিও মহিলা কৃষি শ্ৰমিক উপেক্ষা এতিয়াও হ্ৰাস পোৱা নাই। ভাৰতৰ দৰে উন্নয়নশীল দেশবোৰত, কৃষিয়ে মহিলা কৰ্মশক্তিৰ ২/৩ (দুই তৃতীয়াংশ) নিয়োগ অব্যাহত ৰাখিছে কিন্তু তেওঁলোকক উপযুক্ত শ্ৰমিকৰ স্বীকৃতি দিয়াত ব্যৰ্থ হৈছে।<ref>Ghosh, M., & Ghosh, A. (2014). Analysis of women participation in Indian agriculture. IOSR J. Human. Soc. Sci, 19(5), 1-6.</ref>
 
==পৰিসংখ্যা==