অৰুণোদয় আঁচনি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
6 নং শাৰী:
চৰকাৰৰ দ্বাৰা ঘোষিত নীতি অনুসৰি, অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক নিৰ্বাচন কৰিবলৈ একোখন জিলা পৰ্য্যায়ৰ নিৰীক্ষণ সমিতি থাকিব। হিতাধিকাৰীৰ প্ৰাথমিক নিৰ্বাচন যোগ্যতা বা অযোগ্যতা চুক্তিৰ ভিত্তিত গাঁও পঞ্চায়ত, গ্ৰাম্য পৰিষদ উন্নয়ন সমিতি, নগৰ স্থানীয় সংস্থা পৰ্যায়ত কৰা হ'ব। অবিবাহিত, বিবাহ বিচ্ছেদ হোৱা, স্বামীহাৰা তথা দিব্যাংগ লোক থকা দৰিদ্ৰ পৰিয়ালৰ হিতাধিকাৰীয়ে মাহেকৰ ৰেচনৰ সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে এই ধন পাব। এই ধনৰাশিৰ ফলত বছৰত অতিৰিক্ত ১০,০০০ টকা উপাৰ্জন হ’ব পৰিয়ালটোৰ। অৰুণোদয় আঁচনিৰ সুবিধা হিতাধিকাৰী পৰিয়ালৰ ঘৰৰ বাহিৰত বিভাগীয় চৰকাৰৰ ল'গ’ লগোৱা থাকিব। চৰকাৰৰ ঘোষণা অনুসৰি, এই আঁচনিৰ কাৰণে চৰকাৰে বাৰ্ষিক বাজেটত মুঠ ২৮০০ কোটি টকা ধাৰ্য কৰিছে। <ref name="অসম-চৰকাৰৰ-ৱেবছাইট"/>
 
২০২১ চনৰ ১৬ জুলাই তাৰিখে অসম চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত ২০২১-২০২২ বৰ্ষৰ বিত্তীয় বাজেটত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে পাবলগা ধনৰ পৰিমাণ ৮৩০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি কৰা হৈছে। <ref name="নিয়মীয়া বাৰ্তা"/> <ref name="নিউজ১৮ অসম-নৰ্থ-ইষ্ট">{{cite web | url=https://assam.news18.com/news/assam/cm-himanta-biswa-sarma-on-arunudoi-scheme-and-micro-finance-loan-hb-142365.html | title=অৰুণোদয় আঁচনিৰ ধন ১০০০ টকালৈ বৃদ্ধি, মাইক্ৰ ফাইনেন্সৰ ঋণ মাফৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ | publisher=নিউজ১৮ অসম-নৰ্থ-ইষ্ট | date=২০ আগষ্ট, ২০২১ | accessdate=September 24, 2021}}</ref>
 
==তথ্যসূত্ৰ==