অৰুণোদয় আঁচনি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2 নং শাৰী:
 
==আঁচনিৰ বিৱৰণ==
২০২০ চনৰ ১ ডিচেম্বৰ তাৰিখে কামৰূপ (গ্ৰাম্য) জিলাৰ আমিনগাঁৱ নুমলী জলাহ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত এক চৰকাৰী কাৰ্য্যসূচীত তদানীন্তন অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী [[সৰ্বানন্দ সোনোৱালসোণোৱাল]] আৰু বিত্তমন্ত্ৰী [[হিমন্ত বিশ্ব শৰ্মা]]ই অৰুণোদয় আঁচনিৰ শুভাৰম্ভ কৰে। <ref name="নিউজ লাই">{{cite web | url=https://newslivetv.com/orunodoi-scheme-launched-in-assam/ | title=অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ | publisher=নিউজ লাইভ টি ভি, প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটে | date=১ ডিচেম্বৰ, ২০২০ | accessdate=September 24, 2021}}</ref> <ref name="News18AssamNE">{{cite web | url=https://assam.news18.com/news/assam/arunodoi-scheme-inaugarated-by-chief-minister-assam-women-to-get-830-rupees-pm-tv-bipul-88931.html | title=মাহেকত ৮৩০ টকাকৈ একাউণ্টত পাব ৰাজ্যৰ মহিলাসকলে, অভিলাসী অৰুণোদয় আঁচনি উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ | publisher=নিউজ ১৮ অসম, নৰ্থ ইষ্ট | date=১ ডিচেম্বৰ, ২০২০ | accessdate=September 24, 2021}}</ref> উল্লেখনীয় যে, এই আঁচনিখনে অসমৰ বড়োলেণ্ড টেৰিট'ৰিয়েল ৰিজ'ন (বিটিআৰ)ৰ অন্তৰ্গত ৪ খন জিলাৰ ব্যতিৰেকে অসমৰ আন সকলো জিলাকে সাঙুৰি লয়।
 
চৰকাৰৰ দ্বাৰা ঘোষিত নীতি অনুসৰি, অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক নিৰ্বাচন কৰিবলৈ একোখন জিলা পৰ্য্যায়ৰ নিৰীক্ষণ সমিতি থাকিব। হিতাধিকাৰীৰ প্ৰাথমিক নিৰ্বাচন যোগ্যতা বা অযোগ্যতা চুক্তিৰ ভিত্তিত গাঁও পঞ্চায়ত, গ্ৰাম্য পৰিষদ উন্নয়ন সমিতি, নগৰ স্থানীয় সংস্থা পৰ্যায়ত কৰা হ'ব। অবিবাহিত, বিবাহ বিচ্ছেদ হোৱা, স্বামীহাৰা তথা দিব্যাংগ লোক থকা দৰিদ্ৰ পৰিয়ালৰ হিতাধিকাৰীয়ে মাহেকৰ ৰেচনৰ সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে এই ধন পাব। এই ধনৰাশিৰ ফলত বছৰত অতিৰিক্ত ১০,০০০ টকা উপাৰ্জন হ’ব পৰিয়ালটোৰ। অৰুণোদয় আঁচনিৰ সুবিধা হিতাধিকাৰী পৰিয়ালৰ ঘৰৰ বাহিৰত বিভাগীয় চৰকাৰৰ ল'গ’ লগোৱা থাকিব। চৰকাৰৰ ঘোষণা অনুসৰি, এই আঁচনিৰ কাৰণে চৰকাৰে বাৰ্ষিক বাজেটত মুঠ ২৮০০ কোটি টকা ধাৰ্য কৰিছে। <ref name="অসম-চৰকাৰৰ-ৱেবছাইট"/>