লক্ষ্মীনাথ দাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
24 নং শাৰী:
অসমৰ প্ৰথমখন কথাছবি [[জয়মতী]]ৰ দৃশ্যসজ্জা সম্পৰ্কে কেতবোৰ কাৰিকৰী দিহা-পৰামৰ্শ লক্ষ্মীনাথ দাসে [[জ্যোতিপ্ৰসাদ আগৰৱালা]]ক প্ৰদান কৰিছিল। <ref name="লক্ষ্মীনাথ" />
 
==জন্ম আৰু শিক্ষা==
==তথ্যসংগ্ৰহ==
১৮৯৩ চনৰ ১৫ মে' তাৰিখে [[অসম]]ৰ [[শোণিতপুৰ]] জিলাৰ [[তেজপুৰ]]ত লক্ষ্মীনাথ দাসৰ জন্ম হৈছিল৷ অৱশ্যে তেখেতৰ জীৱনৰ পৰৱৰ্তী অংশ অতিবাহিত হয় [[গুৱাহাটী]]ত৷ ১৯১১ চনত তেখেত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়৷ ইয়াৰ বাবে তেখেতে জলপানি লাভ কৰে৷ [[কটন মহাবিদ্যালয়]]ত নামভৰ্তি কৰি ১৯১৩ চনত লক্ষ্মীনাথ দাসে আই এছ চি পৰীক্ষাত উত্তীৰ্ণ হয় আৰু [[কলিকতা বিশ্ববিদ্যালয়]]ৰ ভিতৰতে [[গণিত]]ত সৰ্বোচ্চ নম্বৰ লাভ কৰে৷ তেখেতে 'ডাফ' বৃত্তি পায়৷ ১৯১৫ চনত তেখেতে [[পদাৰ্থ বিজ্ঞান]]ত অনাৰ্ছসহ সোণৰ পদক লাভ কৰি বি এছ ছি ডিগ্ৰী অৰ্জন কৰে৷ পৰৱৰ্তী সময়ত একেটা বিষয়তে তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সোণৰ পদকসহ এম এচ ছি ডিগ্ৰী লাভ কৰে৷ <ref name="লক্ষ্মীনাথ" />
{{reflist|30em}}
==কৰ্মজীৱন==
 
===অধ্যাপক===
[[শ্ৰেণী:অসমৰ বিজ্ঞানী]]
[[শ্ৰেণী:অসমীয়া শিক্ষাবিদ]]
[[শ্ৰেণী:অসমীয়া সাহিত্যিক]]
[[শ্ৰেণী:মৃত ব্যক্তি]]