লক্ষ্মীনাথ দাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

44 নং শাৰী:
* ফাঁচী বজাৰত নিগনিৰ উপদ্ৰৱ বৃদ্ধি পোৱাত লক্ষ্মীনাথ দাসে এবিধ বিশেষ কৌশল খটুৱাই নিগনি নিয়ন্ত্ৰণ কৰাৰ দিহা কৰিছিল৷ <ref name="লক্ষ্মীনাথ" />
 
==বিজ্ঞানৰ জনপ্ৰিয়কৰণ==
==ব্যক্তিগত জীৱন==
উত্তৰ গুৱাহাটীৰ হেমচন্দ্ৰ বৰুৱাৰ কন্যা অন্নবালা বৰুৱাৰ সৈতে ১৯১৯ চনত লক্ষ্মীনাথ দাসে যুগ্মজীৱন আৰম্ভ কৰে৷<ref name="লক্ষ্মীনাথ" /> লক্ষ্মীনাথ দাসৰ কেইগৰাকীমান বিশিষ্ট বন্ধু হৈছে-সংগীতজ্ঞ-কবি উমেশ চন্দ্ৰ চৌধুৰী, প্ৰত্নতত্ত্ববিদ ৰাজমোহন নাথ, 'জয়ন্তী'ৰ সম্পাদক গিৰীশ চন্দ্ৰ বৰুৱা, আৰু সাংবাদিক হৰেন্দ্ৰনাথ বৰুৱা৷ [[অতুল চন্দ্ৰ হাজৰিকা]]ই এওঁলোকৰ পাঁচজনীয়া বন্ধুমহলটোক 'স্মৃতিৰ পাপৰি'ত '''গুৱাহাটীৰ পঞ্চপাণ্ডৱ''' বুলি আখ্যায়িত কৰিছিল৷
 
==মৃত্যু==
১৯৬৯ চনৰ ১৩ ফেব্ৰুৱাৰি তাৰিখে লক্ষ্মীনাথ দাসৰ দেহাৱসান ঘটে৷<ref name="লক্ষ্মীনাথ" />