203 নং শাৰী:
: {{ping|Chiring chandan}} মই আশা কৰোঁ প্ৰতিযোগিতাৰ [[ৱিকিপিডিয়া বাৰ্তা:ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২১|টক পেজত]] [https://w.wiki/46RB এই] [[ৱিকিপিডিয়া বাৰ্তা:ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২১#WLWSA-2021 Newsletter #4|ছাইট নোটিচখন]] চোৱাৰ পিছত আপুনি "[[মধুমিতা ৰাউত]]" প্ৰবন্ধটো গ্ৰহণ কৰিবলৈ কোনো আপত্তি নকৰিব। ≈ <b style="border:1.5px solid #736AFF;font-family:georgia;font-variant:small-caps">[[User:MS_Sakib|<b style="background-color:#FBB117;color:#7E2217">MS Sakib&nbsp;</b>]][[User talk:MS Sakib|&nbsp;«কওক...»]]</b> 14:48, 20 September 2021 (ইউ.টি.চি.)
:: {{ping|MS_Sakib}} {{not done}} আপুনি প্ৰতিযোগিতাৰ মাধ্যমেৰে যি দুটা প্ৰবন্ধৰে সাংখ্যিক হিচাপত অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধৰ ভঁ‌ৰাল টনকিয়াল কৰিছে সেই প্ৰবন্ধ দুটা মোৰ লগতে অন্য সম্পাদকসকলে হাত ফুৰাই নিটোল কৰি তুলিছে যদিও ব্যাকৰণ আৰু ভাষাশৈলী সম্বন্ধীয় আসোঁৱাহৰ অনুৰণন ইয়াত বিদ্যমান হৈ আছে। সেইবাবেই মধুমিতা ৰাউত শীৰ্ষক প্ৰবন্ধৰ কথনশৈলীত যান্ত্ৰিকতাৰ পৰশ স্পন্দিত হৈ আছে। অসমীয়া ভাষাজ্ঞানৰ ক্ষেত্ৰত আপোনাৰ সীমাবদ্ধতা আপুনি নিজেই বাৰম্বাৰ স্বীকাৰ কৰিছে আৰু যান্ত্ৰিক অনুবাদৰ গাত ভেঁ‌জা দিয়েই প্ৰবন্ধ ৰচনাত নিমগ্ন হৈ পৰিছে। গতিকে এই প্ৰবন্ধটো প্ৰতিযোগিতাৰ বাবে গ্ৰহণ কৰা নহ'ব।--'''[[User:Chiring chandan|<span style="background-color:white;color:#883000">𝕮𝖍𝖆𝖓𝖉𝖆𝖓 </span><span style="background-color:#883000;color:white;">𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓</span>]]'''[[User talk:Chiring chandan|<sup><span style="color:;">Let's Talk</span></sup>]] 15:25, 20 September 2021 (ইউ.টি.চি.)
==ভাৰতৰ কৃষিক্ষেত্ৰত মহিলা==
 
: {{ping|Chiring chandan}} '''ভাৰতৰ কৃষিক্ষেত্ৰত মহিলা''' প্ৰবন্ধটিত আপুনি কোৱা মতে প্ৰথম বাক্যটো সলনি কৰি তথ্যৰ সৈতে নতুন বাক্য যোগ দিলো। ইতিবাচক প্ৰতিক্ৰিয়াৰ বাবে ধন্যবাদ।-- [[User:JonaliB|Jonali Baruah]] September 23, 2021 9:52 PM CST