ফেমিনা মিছ ইণ্ডিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Cleanup
25 নং শাৰী:
২০০২ চনত, তৃতীয় বিজয়ীক মিছ এছিয়া পেচিফিকৰ পৰিৱৰ্তে মিছ আৰ্থলৈ মনোনীত কৰা হৈছিল।<ref>{{cite web|url=http://m.photos.timesofindia.com/beauty-pageants/miss-india/femina-miss-india-2002/articleshow/2402261.cms|title=Femina Miss India 2002 photo gallery|work=The Times of India|date=25 September 2007}}</ref>
 
২০১০ চনত, আই এম শ্বী - মিছ ইউনিভাৰ্ছ ইণ্ডিয়াই মিছ ইউনিভাৰ্ছলৈ ভাৰতৰ প্ৰতিনিধি প্ৰেৰণ কৰাৰ অধিকাৰ অৰ্জন কৰাৰ পিছত, ফেমিনা মিছ ইণ্ডিয়াই ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড, ফেমিনা মিছ ইণ্ডিয়া আৰ্থ আৰু ফেমিনা মিছ ইণ্ডিয়া ইণ্টাৰনেচনেল হিচাপে তিনিজন বিজয়ীৰ মুকুট পিন্ধাইছিল। ফেমিনা মিছ ইণ্ডিয়া ইণ্টাৰনেচনেলৰ বিজয়ী প্ৰতিনিধিয়ে মিছ ইণ্টাৰনেচনেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।<ref name="auto3">{{cite web |url=http://www.hindustantimes.com/News-Feed/fashionandbeauty/30-contestants-gear-up-for-Miss-Universe/Article1-537155.aspx |title=30 contestants gear up for Miss Universe |work=Hindustan Times |date=30 April 2010 |accessdate=17 May 2010 |url-status=dead |archive-url=https://web.archive.org/web/20100503005917/http://www.hindustantimes.com/News-Feed/fashionandbeauty/30-contestants-gear-up-for-Miss-Universe/Article1-537155.aspx |archive-date=3 May 2010 }}</ref> ২০১০ চনত, তন্ত্ৰ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে (টিইপিএল) [[সুস্মিতা সেনৰসেন]]ৰ সৈতে অংশীদাৰীত্বত আই এম শ্বী – মিছ ইউনিভাৰ্ছ ইণ্ডিয়া নামৰ এটা নতুন প্ৰতিযোগিতা আৰম্ভ কৰিছিল। এই প্ৰতিযোগিতাৰ বিজয়ীগৰাকীয়ে ২০১০ চনৰ পৰা ২০১২ চনলৈ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।<ref name="auto3"/>
 
==আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰত==