২৫ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2,527 বাইট বিলোপ কৰা হ’ল ,  9 মাহ পূৰ্বে
সম্পাদনা সাৰংশ নাই
No edit summary
{{আজিৰ দিনটো|25|9|268}}
== ঘটনাৱলী ==
* ১৫২৪ খ্ৰীষ্টাব্দৰ এই দিনটোতে পৰ্তুগালৰ ৰাজপ্ৰতিনিধি ৰূপে বিশিষ্ট নৌ অভিযাত্ৰী [[ভাস্কো দা গামা]]ৰ তৃতীয় তথা অন্তিম বাৰৰ বাবে ভাৰতলৈ আহে।
* ১৯৭৪ চনৰ এই দিনটোতে ভাৰতবৰ্ষৰ পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা চূড়ান্ত ৰূপ দিয়া হয়।
* ১৯৩০ এই দিনটোতে ভাৰতৰ শেষৰজন ভাইচৰয় লৰ্ড মাউণ্টবেটেনৰ জন্ম হয় ইংলেণ্ডত।
* ভাৰতৰ নৱম প্ৰধান মন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিঙৰ জন্ম হয় ১৯৩১ চনৰ এই দিনটোতে।
* ৰাষ্ট্ৰপতি [[ফখৰুদ্দিন আলি আহমেদ]]ৰ দ্বাৰা ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা ১৯৭৫ চনৰ এই দিনটোত।
* ১৯৭৬ চনৰ এই দিনটোত ভাৰতত বলৱৎ থকা অন্তৰ্ৱতীকালীন জৰুৰী অৱস্থা প্ৰত্যাহাৰ কৰা হয়।
* এই দিনটোতে জ্যোতিবসু পশ্চিমবংগৰ মুখ্য মন্ত্ৰী হয়। ১৯৭৭ চনৰ পৰা একেৰাহে ২১ বছৰ কাল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি বিশ্ব অভিলেখ গঢ়িছিল।
* ১৯৭০ চনৰ এই দিনটোতে [[প্ৰথম বিশ্বযুদ্ধ]]ৰ সৈনিক তথা খ্যাতনামা লেখক এৰিক মাৰিয়া ৰেমাৰ্কৰ ছুইজাৰলেণ্ডত মৃত্যু হয়।
* ১৮৬৬ খ্ৰীষ্টাব্দৰ এই দিনটোতে আমেৰিকান জীৱ বিজ্ঞানী টমাছ হাণ্ট মৰ্গানৰ জন্ম হয়। ১৯৩৩ চনত তেখেতে চিকিৎসা বিজ্ঞানত [[নোবেল বঁটা]] লাভ কৰিছিল।
* ১৮৯৭ খ্ৰীষ্টাব্দৰ এই তাৰিখতে আমেৰিকান উপন্যাসিক উইলিয়াম ফকনাৰৰ জন্ম হয়।
* এই দিনটোত [[ৰাছিয়া]] সমৰ্থিত [[উত্তৰ কোৰিয়া]] সেনাৰ [[দক্ষিণ কোৰিয়া]] আক্ৰমণ হয় ১৯৩২ চনৰ এই দিনটোতে।
* ২০২০ চনৰ আজিৰ দিনটোতে ভাৰতীয় সংগীত শিল্পী [[এছ. পি. বালসুব্ৰমনিয়ম]]ৰ মৃত্যু হয়।
* আজি মোজাম্বিকৰ স্বাধীনতা দিৱস।
 
==জন্ম==
* ১৮৬৬ খ্ৰীষ্টাব্দৰ- এই[[টমাছ দিনটোতেহাণ্ট মৰ্গান]], আমেৰিকান জীৱ বিজ্ঞানী টমাছ হাণ্ট মৰ্গানৰ জন্ম হয়।, ১৯৩৩ চনত তেখেতে চিকিৎসা বিজ্ঞানত [[নোবেল বঁটা]] লাভ কৰিছিল।
* ১৮৯৭ - [[ৱিলিয়াম ফকনাৰ]], আমেৰিকান উপন্যাসিক।
 
==মৃত্যু==
* ১৯৭০ চনৰ- এই[[এৰিক দিনটোতেমাৰিয়া ৰেমাৰ্ক]], [[প্ৰথম বিশ্বযুদ্ধ]]ৰ সৈনিক তথা খ্যাতনামা লেখক এৰিক মাৰিয়া ৰেমাৰ্কৰ, ছুইজাৰলেণ্ডত মৃত্যু হয়।
* ২০২০ - [[এছ. পি. বালসুব্ৰমনিয়ম]], ভাৰতীয় সংগীত শিল্পী।
 
==দিৱস==
2,612

টা সম্পাদনা