১৪ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

14 নং শাৰী:
* ১৭৬৯ - [[আলেকজেণ্ডাৰ ভন হামবল্ট]] (Alexander von Humboldt), জাৰ্মান অভিযাত্ৰী, সৰ্বগুণাকৰ (Polymath), ভুগোল, পদাৰ্থ আৰু পৰিৱেশ বিজ্ঞানী আছিল। [[জৈৱ-ভূগোল]] (Biogeography), [[ভূ-চুম্বকীয় ধুমুহা]] (Geomagnetic storm) আৰু [[হামবল্ট সোঁত]]ৰ (Humboldt Current) বাবে বিখ্য়াত। তেখেতৰ বিখ্য়াত গ্ৰন্থ হ'ল - ''[[ক'ছম'ছ]]'' (Kosmos)।
* ১৭৭৪ - [[লৰ্ড ৱিলিয়াম বেণ্টিংক]], ভাৰতৰ গৱৰ্নৰ জেনেৰেল আছিল। (মৃঃ [[১৭ জুন]], ১৮৩৯)
* ১৮৪৯ - [[আইভান পাভল'ভ পেট্ৰোভিচ]], (ইংঃ Ivan Petrovich Pavlov, অন্য় তথ্য় সূত্ৰ মতে জন্ম তাৰিখ [[১৪২৬ ছেপ্টেম্বৰ]]) ৰাছিয়াৰ জীৱ আৰু চিকিৎসা বিজ্ঞানী, তেখেতে ১৯০৪ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
* ১৮৮৮ - [[ঠাকুৰ অনুকূলচন্দ্ৰ]], বঙালী ধৰ্মগুৰু, সৎসঙ্গৰ প্ৰতিষ্ঠাতা।
* ১৯১৪ - [[জি পি চিপ্পী]], কথাছবি পৰিচালক।