পেট্ৰিচিয়া মুখিম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
27 নং শাৰী:
উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা, <ref name="The Hindu">{{cite web | url=http://www.thehindu.com/todays-paper/tp-national/patricia-mukhim-receives-u-n-brahma-award/article1256523.ece | title=The Hindu | publisher=The Hindu | date=12 May 2008 | access-date=30 December 2014}}</ref>
শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা‎, <ref name="Indianict">{{cite web | url=http://www.indianict.com/nict12/pdf/shillong/Patricia_Mukhim.pdf | title=Indianict | publisher=Indianict | date=2014 | access-date=30 December 2014}}</ref> আৰু
উত্তৰ পূৱ উৎকৃষ্টতাৰ বঁটাৰে সন্মানিত পেট্ৰিচিয়া মুখিমক ২০১৪২০১০ চনত ভাৰত চৰকাৰে চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান [[পদ্মশ্ৰী]] বঁটাৰে সন্মানিত কৰে। <ref name="Padma Awards">{{cite web|url=http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf |title=Padma Awards |publisher=Padma Awards |date=2014 |access-date=11 November 2014 |url-status=dead |archive-url=https://www.webcitation.org/6U68ulwpb?url=http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf |archive-date=15 November 2014 }}</ref>
 
==জীৱনী==
39 নং শাৰী:
 
মুখিম মেঘালয়ৰ সামাজিক-ৰাজনৈতিক পৰিৱেশৰ সম্পৰ্কে কেইবাটাও দৃষ্টান্তমূলক নিৱন্ধৰ ৰচনাৰ কৃতিত্বৰ অধিকাৰী। <ref name="Hell of a development">{{cite press release | url=http://meghalayamining.wordpress.com/ | title=Hell of a development | publisher=Burning Issue | date=3 November 2010 | access-date=31 December 2014 | author=Patricia Mukhim}}</ref><ref name="Why is Meghalaya Police floundering?">{{cite news | url=http://www.theshillongtimes.com/2013/06/28/why-is-meghalaya-police-floundering/ | title=Why is Meghalaya Police floundering? | work=News article | date=28 June 2013 | agency=[[Shillong Times]] | access-date=31 December 2014 | author=Patricia Mukhim}}</ref> Heide Göttner-Abendroth-ৰ দ্বাৰা ৰচিত মাতৃপ্ৰধানতাৰ এখন গ্ৰন্থত মুখিমে , ''Khasi matrilineal society - Challenges in the 21st century'' শীৰ্ষক এটা অধ্যায় ৰচনা কৰিছিল। <ref name="Faced with changing times" /> <ref name="Khasi matrilineal society - Challenges in the 21st century">{{cite book | url=http://matriarchy.info/index.php | access-date=6 March 2017 | title=Khasi matrilineal society - Challenges in the 21st century | publisher=The Second World Congress on Matriarchal Studies | author=Patricia Mukhim | year=2005}}</ref> তেওঁ ''When Hens Crow'' শিৰোনামৰ এখন গ্ৰন্থও ৰচনা কৰি আছে। <ref name="Faced with changing times" /> মুখিমে জাপান, থাইলেণ্ড, হাৱাই দ্বীপপুঞ্জ, চুইজাৰলেণ্ড, পেলেষ্টাইন, ইজৰাইল, উত্তৰ আৰু দক্ষিণ কোৰিয়া, সংযুক্ত ৰাজ্য, আফ্ৰিকা মহাদেশ ইত্যাদি বিভিন্ন ঠাইত বহু অভিৱৰ্তন আৰু আলোচনাচক্ৰত অংশগ্ৰহণ কৰিছে, <ref name="Faced with changing times" /> মুখ্য বক্তৃতা প্ৰদান কৰিছে। <ref name="E Pao" /><ref name="Indianict" /> তেওঁ বহু ৰেডিঅ' আৰু টেলিভিছনৰ কাৰ্য্যসূচীতো অংশ গ্ৰহণ কৰিছে। <ref name="E Pao" />
 
==সন্মান আৰু স্বীকৃতি==
পেট্ৰিচিয়া মুখিমে ১৯৯৬ চনত নতুন দিল্লীৰ মেডিয়া ফাউণ্ডেচনে প্ৰদান কৰা চামেলী দেৱী জৈন বঁটা লাভ কৰিছিল।
<ref name="Indianict" /><ref name="Women's Regional Network" /><ref name="Journalism Mentor" /> ফেডাৰেছন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্ছ এণ্ড ইণ্ডাষ্ট্ৰী (FICCI)-এ ২০০৮ চনত তেওঁক সাংবাদিকতাৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে FLO সন্মান প্ৰদান কৰিছিল। <ref name="Indianict" /><ref name="Women's Regional Network" /><ref name="Journalism Mentor" /> ২০০৮ চনতেই তেওঁক উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক সন্মান প্ৰদান কৰা হৈছিল। <ref name="The Hindu" /><ref name="Indianict" /> ২০০৯ চনত মুখিমক কমল কুমাৰী ফাউণ্ডেছনে [[শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা‎]] প্ৰদান কৰে। <ref name="Indianict" /> ২০১০ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্ব্বোচ্চ অসামৰিক সন্মান [[পদ্মশ্ৰী]]ৰে সন্মানিত কৰে। <ref name="Padma Awards" /><ref name="Mode Shift" /><ref name="Women's Regional Network" /><ref name="Journalism Mentor" /> ২০১১ চনত তেওঁ উত্তৰ পূৱ উৎকৃষ্টতাৰ বঁটাৰ বাবে নিৰ্বাচিত হয়। <ref name="Indianict" /> <ref name="Shillong Times" /> ১৯৯৫ চনত তেওঁ উৎকৃষ্ট নাৰী সাংবাদিকৰ বাবে চামেলী জৈন বঁটা লাভ কৰিছিল। <ref>{{cite web|url=http://e-pao.net/epSubPageExtractor.asp?src=features.Attributes_of_Women_from_NE.Patricia_Mukhim|title=Patricia Mukhim|last=Oinam|first=G.S.|website=e-pao.net|access-date=9 March 2019}}</ref>
 
==তথ্যসূত্ৰ==