ভানুমতী (দুৰ্যোধনৰ পত্নী): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
8 নং শাৰী:
| affiliation = [[কুৰু বংশ|কুৰু ৰাণী]]
| home = [[কলিংগ (মহাভাৰত)|কলিংগ]] (জন্মসূত্ৰে)<br>[[হস্তিনাপুৰ]] (বিবাহসূত্ৰে)
| children = [[লক্ষ্মণ কুমাৰ]] (পুত্ৰ)<br>[[লক্ষ্মণা]] (কণ্যা)<ref name=gandhari>[[Gandhari (character)|Gandhari]]. ''[http://www.sacred-texts.com/hin/m11/m11017.htm The Mahabharta]: Book 11: [[Stri Parva]]'', [[Kisari Mohan Ganguli|K. M. Ganguli]], tr. Retrieved 5 October 2017.</ref><ref name=riseofkali22>[[Anand Neelakantan]] (2015). ''[[Ajaya: Rise of Kali]]''. p. 22</ref>
| family = চিত্ৰাঙ্গদা (পিতা)<ref name="narada" /><ref name=riseofkali22/>
| spouse = [[দুৰ্যোধন]]
}}
'''ভানুমতী''' মহাকাব্য [[মহাভাৰত]]ৰ<ref name=keith>{{cite book|author=Arthur Berriedale Keith|author-link=Arthur Berriedale Keith|title=The Sanskrit Drama in Its Origin, Development, Theory & Practice|url=https://books.google.com/books?id=sfqRhylNBpwC&pg=PA213|year=1992|publisher=[[Motilal Banarsidass]]|isbn=978-81-208-0977-2|page=213}}</ref><ref>[[Vaisampayana]]. ''[http://www.sacred-texts.com/hin/m01/m01068.htm The Mahabharata]: Book 1: [[Adi Parva]]'', K. M. Ganguli, tr. Retrieved 5 October 2017</ref> বিৰোধী বাহিনীৰ মুখ্য নেতা [[দুৰ্যোধন]]ৰ পত্নী আছিল। মূল মহাকাব্যখনত ভানুমতীৰ উল্লেখ নাই যদিও পৰৱৰ্তী সংস্কৰণসমূহত দুৰ্যোধনৰ পত্নী হিচাপে ভানুমতীৰ নাম উল্লেখ কৰা হৈছে।<ref name="Sharma">{{Cite book|last=Sharma|first=Arvind|url=https://books.google.com/books?id=KnCxH85Vra4C&q=duryodhana+wife&pg=PA298|title=Essays on the Mahābhārata|date=2007|publisher=Motilal Banarsidass Publishe|isbn=978-81-208-2738-7|language=en}}</ref> ভানুমতীৰ লক্ষ্মণ কুমাৰ নামৰ এজন পুত্ৰ আৰু লক্ষণালক্ষ্মণা নামৰ এজনী কন্যা আছিল। মহাভাৰতত উল্লেখ কৰা মতে দুৰ্যোধনে ভানুমতীক যথেষ্ট ভাল পাইছিল।<ref name="Chakravarti">{{Cite book|last=Chakravarti|first=Bishnupada|url=https://books.google.com/books?id=ivQ6CwAAQBAJ&q=Bhanumati&pg=PT105|title=Penguin Companion to the Mahabharata|date=2007-11-13|publisher=Penguin UK|isbn=978-93-5214-170-8|language=en}}</ref><ref>{{Cite book|last1=Valmiki|url=https://books.google.com/books?id=qj9bDwAAQBAJ&q=mother+of+Lakshmana&pg=PT5921|title=Delphi Collected Sanskrit Epics (Illustrated)|last2=Vyasa|date=2018-05-19|publisher=Delphi Classics|isbn=978-1-78656-128-2|language=en}}</ref><ref name=riseofkali22>[[Anand Neelakantan]] (2015). ''[[Ajaya: Rise of Kali]]''. p. 22</ref>
 
মহাভাৰতত, দুৰ্যোধনৰ পত্নীৰ কথা তিনিবাৰ উল্লেখ কৰা হৈছে।<ref name="narada">[[Narada]]. ''[http://www.sacred-texts.com/hin/m12/m12a004.htm The Mahabharata]: Book 12: [[Shanti Parva]]'', K. M. Ganguli, tr. Retrieved 5 October 2017.</ref> শান্তি পৰ্বত দুৰ্যোধনে ৰজা চিত্ৰাঙ্গদাৰ জীয়েকক তেওঁৰ পৰম মিত্ৰ [[কৰ্ণ]]ৰ সহায়ত তেওঁৰ স্বয়ংবৰৰ পৰা অপহৰণ কৰিছিল। পিছত, স্ত্ৰী পৰ্বত ভানুমতীৰ শাহু [[গান্ধাৰী]]য়ে তেওঁৰ বিষয়ে বৰ্ণনা কৰিছে।
 
মহাভাৰতত ভানুমতীৰ কথা কেতিয়াও পোনপটীয়াকৈ উল্লেখ কৰা হোৱা নাই। শল্য পৰ্বত, দুৰ্যোধনে তেওঁৰ পুত্ৰ লক্ষ্মণ কুমাৰৰ মাতৃৰ ভাগ্যৰ বাবে দুখ প্ৰকাশ কৰিছে। স্ত্ৰী পৰ্বত, গান্ধাৰীয়ে (দুৰ্যোধনৰ মাতৃ) তেওঁৰ বোৱাৰীৰ কথা উল্লেখ কৰিছে। শান্তি পৰ্বত, ঋষি নাৰদে দুৰ্যোধন আৰু কৰ্ণৰ বন্ধুত্বৰ বিষয়ে এটা কাহিনী বৰ্ণনা কৰিছে। ইয়াত, কৰ্ণই তেওঁৰ বন্ধুক কলিঙ্গ ৰজা চিত্ৰাংগদাৰ জীয়েকক তেওঁৰ স্বয়ংবৰৰ পৰা অপহৰণ কৰাত সহায় কৰাৰ কথা কৈছে। যিহেতু মহাকাব্যখনত দুৰ্যোধনৰ পত্নীৰ কোনো নাম উল্লেখ কৰা নাই, তেওঁৰ নাম লোককাহিনীৰ দ্বাৰা প্ৰদান কৰা হৈছে।<ref name="Sharma"/>