প্ৰীতি শ্বিনয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Infobox writer
| name = প্ৰীতি শ্বিনয়<br />Preeti Shenoy
| image = Preeti nitya.jpg
| caption = লেখিকা প্ৰীতি শ্বিনয়
| birth_date = {{Birth date and age|1971|12|21|df=y}}
| occupation = লেখিকা
| nationality = ভাৰতীয়
| genre = কল্পকাহিনী, অকাহিনীমূলক
| website = {{url|https://preetishenoy.com/}}
}}
'''প্ৰীতি শ্বিনয়''' ({{lang-en|Preeti Shenoy}}) হৈছে এগৰাকী ভাৰতীয় লেখিকা। ২০০৮ চনত '34 Bubblegums and Candies' নামৰ গ্ৰন্থখনৰে লেখিকাৰ জীৱন আৰম্ভ কৰা প্ৰীতিৰ এতিয়ালৈকে তেৰখন উপন্যাস/অকাহিনীমূলক গ্ৰন্থ প্ৰকাশিত হৈছে। ইয়াৰে একাধিক গ্ৰন্থয়েই ৰাষ্ট্ৰীয় পৰ্যায়ত 'বেষ্টছেলাৰ'ৰ মৰ্যাদা লাভ কৰিছে।<ref>{{cite web | url = http://www.nielsen.com/content/dam/corporate/in/docs/Nielsen-India-Consumer-Rankings-City-Rankings.pdf | title = Nielsen India Consumer Rankings | publisher = Nielsen.com | accessdate = 23 February 2015 }}</ref> ২০১৩ চনৰ পৰা প্ৰীতি শ্বিনয়ৰ নামটো ফৰ্বছৰ এশগৰাকী প্ৰভাৱশালী চেলিব্ৰেটিৰ তালিকালৈ ক্ৰমাগতভাৱে মনোনীত হৈ আহিছে।<ref>{{cite web | url = http://forbesindia.com/article/special/forbes-india-celebrity-100-nominees-list-for-2015/41475/1/ | title = Forbes India Celebrity 100 Nominees List for 2015; Forbes India Blog | publisher = Forbesindia.com | accessdate = 9 September 2015 | archive-url = https://web.archive.org/web/20151105055809/http://forbesindia.com/article/special/forbes-india-celebrity-100-nominees-list-for-2015/41475/1 | archive-date = 5 November 2015 | url-status = dead }} {{cite web | url = http://forbesindia.com/article/special/forbes-india-celebrity-100-nominees-list-for-2014/39097/1 | title = Forbes Celebrity 100 Nominees List 2014 | work = Forbes India }} {{cite web | url = http://forbesindia.com/article/special/forbes-india-celebrity-100-nominees-list/34337/1 | title = Forbes Celebrity 100 Nominees List 2013 | work = Forbes India }}</ref> প্ৰীতি ব্ৰেণ্ডছ একাডেমীৰ তৰফৰ পৰা "বৰ্ষটোৰ ভাৰতীয়" বঁটা লাভ কৰিছিল।<ref>{{cite web | url = http://www.business-standard.com/article/news-ians/writer-preeti-shenoy-bags-indian-of-the-year-award-117070100346_1.html | title = DESIblitz presents Asian Literature at Birmingham Literature Festival 2017 | work = Business Standard }}</ref> নিউ দিল্লী মেনেজমেণ্ট ইনষ্টিটিউটৰ পৰা তেখেতে বিজিনেছ এক্সিলেন্স বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।<ref>{{cite web | url = http://www.thehindu.com/features/metroplus/Is-it-written-in-the-stars/article15421115.ece | title = It is written in the stars | work = The Hindu }}</ref> ভাৰতৰ জনপ্ৰিয় সংবাদগোষ্ঠী 'ইণ্ডিয়া টুডে'য়ে প্ৰীতি শ্বিনয়ক 'সৰ্বাধিক গ্ৰন্থ বিক্ৰী হোৱা শাখাৰ একমাত্ৰ নাৰী' হিচাপে চিহ্নিত কৰিছে।<ref>{{cite web | url = http://indiatoday.intoday.in/story/how-four-writers-announced-their-success-and-took-the-indian-bestseller-mainstream/1/379636.html | title = A League of Their Own | work = India Today }}</ref>
 
আনহাতে 'ডেইলি নিউজ এণ্ড এনালাইছিছ'-এ তেখেতক "তীক্ষ্ণ পৰ্যবেক্ষণশীল মনৰ গৰাকী" আখ্যা দিছে। 'দ্য টাইমছ অৱ ইণ্ডিয়া'ই তেখেতেৰ লিখনিক "মনোৰম কথনশৈলীৰে দক্ষ' বুলি অভিহিত কৰে। 'কছমোপলিটান' আলোচনীয়ে প্ৰীতি শ্বিনয়ক "ভাৰতৰ জনপ্ৰিয় লেখকসকলৰ অন্তৰ্গত" বুলি অভিহিত কৰিছে।<ref name="goodreads.com">{{cite web | url = http://www.goodreads.com/author/show/2872571.Preeti_Shenoy | title = Preeti Shenoy | accessdate = 18 November 2015 }}</ref> প্ৰীতি শ্বিনয় বাৰ্মিংহাম সাহিত্যিক মহোৎসৱৰ এগৰাকী কেন্দ্ৰীয় বক্তা।<ref>{{cite web | url = https://www.desiblitz.com/content/desiblitz-asian-literature-birmingham-literature-festival | title = DESIblitz presents Asian Literature at Birmingham Literature Festival 2017 | publisher = DESIblitz }}</ref> এইখনি মহোৎসৱতে 'A Hundred Little Flames' গ্ৰন্থখনৰ বেটুপাতো মুকলি কৰা হৈছিল।<ref>{{cite web | url = http://www.internationalnewsandviews.com/author-preeti-shenoy-unveils-the-cover-of-her-new-book-a-hundred-little-flames-at-birmingham-literary-festival-2017/ | title = Author Preeti Shenoy Unveils the Cover of Her New Book A Hundred Little Flames at Birmingham Literary Festival 2017 | publisher = International News and Views }}</ref><ref>{{cite web | url = http://www.birmingham-box.co.uk/event/stories-crossing-borders-an-afternoon-with-preeti-/ | title = Stories Crossing Borders: An Afternoon with Preeti | publisher = The Box }}</ref>
'''প্ৰীতি শ্বিনয়''' ({{lang-en|Preeti Shenoy}}) হৈছে এগৰাকী ভাৰতীয় লেখিকা৷ ২০০৮ চনত ''34 Bubblegums and Candies'' নামৰ গ্ৰন্থখনৰে লেখিকাৰ জীৱন আৰম্ভ কৰা প্ৰীতিৰ এতিয়ালৈকে তেৰখন উপন্যাস/অকাহিনীমূলক গ্ৰন্থ প্ৰকাশিত হৈছে৷ ইয়াৰে একাধিক গ্ৰন্থয়েই ৰাষ্ট্ৰীয় পৰ্যায়ত 'বেষ্টছেলাৰ'ৰ মৰ্যাদা লাভ কৰিছে৷ <ref>{{cite web
| url = http://www.nielsen.com/content/dam/corporate/in/docs/Nielsen-India-Consumer-Rankings-City-Rankings.pdf
| title = Nielsen India Consumer Rankings
| publisher = Nielsen.com
| accessdate = 23 February 2015
}}</ref>২০১৩ চনৰ পৰা প্ৰীতি শ্বিনয়ৰ নামটো ফৰ্বছৰ এশগৰাকী প্ৰভাৱশালী চেলিব্ৰেটিৰ তালিকালৈ ক্ৰমাগতভাৱে মনোনীত হৈ আহিছে৷ <ref>{{cite web
| url = http://forbesindia.com/article/special/forbes-india-celebrity-100-nominees-list-for-2015/41475/1/
| title = Forbes India Celebrity 100 Nominees List for 2015; Forbes India Blog
| publisher = Forbesindia.com
| accessdate = 9 September 2015
| archive-url = https://web.archive.org/web/20151105055809/http://forbesindia.com/article/special/forbes-india-celebrity-100-nominees-list-for-2015/41475/1
| archive-date = 5 November 2015
| url-status = dead
}} {{cite web
| url = http://forbesindia.com/article/special/forbes-india-celebrity-100-nominees-list-for-2014/39097/1
| title = Forbes Celebrity 100 Nominees List 2014
| work = Forbes India
}} {{cite web
| url = http://forbesindia.com/article/special/forbes-india-celebrity-100-nominees-list/34337/1
| title = Forbes Celebrity 100 Nominees List 2013
| work = Forbes India
}}</ref> প্ৰীতি ব্ৰেণ্ডছ একাডেমীৰ তৰফৰ পৰা "বৰ্ষটোৰ ভাৰতীয়" বঁটা লাভ কৰিছিল৷<ref>{{cite web
| url = http://www.business-standard.com/article/news-ians/writer-preeti-shenoy-bags-indian-of-the-year-award-117070100346_1.html
| title = DESIblitz presents Asian Literature at Birmingham Literature Festival 2017
| work = Business Standard
}}</ref> নিউ দিল্লী মেনেজমেণ্ট ইনষ্টিটিউটৰ পৰা তেখেতে বিজিনেছ এক্সিলেন্স বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷<ref>{{cite web
| url = http://www.thehindu.com/features/metroplus/Is-it-written-in-the-stars/article15421115.ece
| title = It is written in the stars
| work = The Hindu
}}</ref>
ভাৰতৰ জনপ্ৰিয় সংবাদগোষ্ঠী ''ইণ্ডিয়া টুডে''য়ে প্ৰীতি শ্বিনয়ক 'সৰ্বাধিক গ্ৰন্থ বিক্ৰী হোৱা শাখাৰ একমাত্ৰ নাৰী' হিচাপে চিহ্নিত কৰিছে৷<ref>{{cite web
| url = http://indiatoday.intoday.in/story/how-four-writers-announced-their-success-and-took-the-indian-bestseller-mainstream/1/379636.html
| title = A League of Their Own
| work = India Today
}}</ref>
 
আনহাতে ''ডেইলি নিউজ এণ্ড এনালাইছিছ''-এ তেখেতক "তীক্ষ্ণ পৰ্যবেক্ষণশীল মনৰ গৰাকী" আখ্যা দিছে৷ ''দ্য টাইমছ অৱ ইণ্ডিয়া''ই তেখেতেৰ লিখনিক "মনোৰম কথনশৈলীৰে দক্ষ'' বুলি অভিহিত কৰে৷ ''কছমোপলিটান'' আলোচনীয়ে প্ৰীতি শ্বিনয়ক "ভাৰতৰ জনপ্ৰিয় লেখকসকলৰ অন্তৰ্গত" বুলি অভিহিত কৰিছে৷ <ref name="goodreads.com">{{cite web
| url = http://www.goodreads.com/author/show/2872571.Preeti_Shenoy
| title = Preeti Shenoy
| accessdate = 18 November 2015
}}</ref>
প্ৰীতি শ্বিনয় বাৰ্মিংহাম সাহিত্যিক মহোৎসৱৰ এগৰাকী কেন্দ্ৰীয় বক্তা৷<ref>{{cite web
| url = https://www.desiblitz.com/content/desiblitz-asian-literature-birmingham-literature-festival
| title = DESIblitz presents Asian Literature at Birmingham Literature Festival 2017
| publisher = DESIblitz
}}</ref> এইখনি মহোৎসৱতে ''A Hundred Little Flames'' গ্ৰন্থখনৰ বেটুপাতো মুকলি কৰা হৈছিল৷<ref>{{cite web
| url = http://www.internationalnewsandviews.com/author-preeti-shenoy-unveils-the-cover-of-her-new-book-a-hundred-little-flames-at-birmingham-literary-festival-2017/
| title = Author Preeti Shenoy Unveils the Cover of Her New Book A Hundred Little Flames at Birmingham Literary Festival 2017
| publisher = International News and Views
}}</ref><ref>{{cite web
| url = http://www.birmingham-box.co.uk/event/stories-crossing-borders-an-afternoon-with-preeti-/
| title = Stories Crossing Borders: An Afternoon with Preeti
| publisher = The Box
}}</ref>
==প্ৰাৰম্ভিক জীৱন==
১৯৭১ চনত প্ৰীতি শ্বিনয়ৰ জন্ম হৈছিল৷হৈছিল। তেখেতে কেইবাখনো কেন্দ্ৰীয় বিদ্যালয়ত পঢ়াশুনা কৰিছিল৷কৰিছিল। অৱশ্যে শৈশৱৰ কালছোৱাতেই তেখেতে কলা আৰু লেখা-মেলাৰ প্ৰতি আগ্ৰহ দেখুৱাইছিল৷দেখুৱাইছিল। চিত্ৰাঙ্কনত ৰাপ থকাৰ বাবে তেখেতে কলা শাখাত এটা পাঠ্যক্ৰম গ্ৰহণ কৰে৷কৰে। ইউনাইটেড কিংগডম বিশ্ববিদ্যালয়ৰ পৰা প্ৰীতি শ্বিনয়ে পৰৱৰ্তী সময়ত পৰ্ট্ৰেইট পেইণ্টিঙত ডিগ্ৰী অৰ্জন কৰে৷কৰে। ২০০৮ চনত প্ৰকাশিত হোৱা ‘34 Bubblegums and Candies’ আছিল তেখেতৰ প্ৰথমখন গ্ৰন্থ৷গ্ৰন্থ। এইখনি গ্ৰন্থত কিছুমান বাস্তৱনিৰ্ভৰ চুটি গল্প সন্নিৱিষ্ট হৈছিল৷ হৈছিল।<ref name="Preeti Shenoy">{{cite web | url=https://theindianauthors.in/novelists/preeti-shenoy/ | title=Preeti Shenoy | publisher=Authors | date=4th May 2020 | accessdate=27 September 2021}}</ref>
 
== সাহিত্যিক জীৱন ==
;''<u> থাৰ্টি ফ'ৰ বাবলগামছ এণ্ড কেণ্ডিছ (34 Bubblegums and Candies)</u>''
''থাৰ্টি ফ'ৰ বাবলগামছ এণ্ড কেণ্ডিছ'' হৈছে কেইখনমান অভিজ্ঞতালব্ধ সংক্ষিপ্ত ৰচনাৰ সংকলন৷সংকলন। গ্ৰন্থখনৰ নামটোৱে মানুহে জীৱনত অজানিতে অৱজ্ঞা কৰা সৰু-সৰু ঘটনাবোৰক প্ৰতিনিধিত্ব কৰিছে৷কৰিছে। লেখনশৈলীত হাস্যৰস বিদ্যমান৷বিদ্যমান। গ্ৰন্থখনত ৩৪টা বাস্তৱ-নিৰ্ভৰ অভিজ্ঞতা সন্নিৱিষ্ট হৈছে৷হৈছে। এই গ্ৰন্থখন ২০০৮ চনত প্ৰকাশিত হৈছিল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বেষ্টছেলাৰ হিচাপে পৰিগণিত হৈছিল৷হৈছিল।<ref>{{cite web | url = http://www.hindu.com/mp/2008/10/15/stories/2008101550580300.htm | archive-url = https://web.archive.org/web/20081018191025/http://www.hindu.com/mp/2008/10/15/stories/2008101550580300.htm | url-status = dead | archive-date = 18 October 2008 | title = Life is beautiful | date = 15 October 2008 | work = The Hindu | accessdate = 23 February 2015 }}</ref>
 
;''<u> লাইফ ইজ হোৱাট ইউ মেক ইট (Life Is What You Make It)</u>''
;''<u>থাৰ্টি ফ'ৰ বাবলগামছ এণ্ড কেণ্ডিছ (34 Bubblegums and Candies)</u>''
এইখন প্ৰীতি শ্বিনয়ৰ দ্বিতীয়খন গ্ৰন্থ৷গ্ৰন্থ। ২০১১ চনৰ ১ জানুৱাৰীত প্ৰকাশিত হোৱা এই উপন্যাসখনো শীঘ্ৰেই ৰাষ্ট্ৰীয় পৰ্যায়ত বেষ্টছেলাৰ হিচাপে বিবেচিত হয়৷হয়। ২০১১ বৰ্ষৰ শীৰ্ষস্থানীয় গ্ৰন্থৰ তালিকাতো স্থানলাভ কৰা গ্ৰন্থখনক টাইমছ অৱ ইণ্ডিয়াৰ ২০১১ চনৰ বেষ্টছেলাৰ তালিকাতো দেখিবলৈ পোৱা যায়৷যায়। গ্ৰন্থখনত অংকিতা নামৰ এগৰাকী ৰোগাক্ৰান্ত যুৱতীৰ জীৱন অংকিত কৰা হৈছে আৰু কিদৰে সেই যুৱতীয়ে জীৱনৰ কঠিন প্ৰত্যাহ্বানসমূহৰ মুখামুখি হয়-সেইয়া উপন্যাসখনিত উপস্থাপিত হৈছে৷হৈছে।<ref name="Preeti Shenoy" />
 
''থাৰ্টি ফ'ৰ বাবলগামছ এণ্ড কেণ্ডিছ'' হৈছে কেইখনমান অভিজ্ঞতালব্ধ সংক্ষিপ্ত ৰচনাৰ সংকলন৷ গ্ৰন্থখনৰ নামটোৱে মানুহে জীৱনত অজানিতে অৱজ্ঞা কৰা সৰু-সৰু ঘটনাবোৰক প্ৰতিনিধিত্ব কৰিছে৷ লেখনশৈলীত হাস্যৰস বিদ্যমান৷ গ্ৰন্থখনত ৩৪টা বাস্তৱ-নিৰ্ভৰ অভিজ্ঞতা সন্নিৱিষ্ট হৈছে৷ এই গ্ৰন্থখন ২০০৮ চনত প্ৰকাশিত হৈছিল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বেষ্টছেলাৰ হিচাপে পৰিগণিত হৈছিল৷<ref>{{cite web
| url = http://www.hindu.com/mp/2008/10/15/stories/2008101550580300.htm
| archive-url = https://web.archive.org/web/20081018191025/http://www.hindu.com/mp/2008/10/15/stories/2008101550580300.htm
| url-status = dead
| archive-date = 18 October 2008
| title = Life is beautiful
| date = 15 October 2008
| work = [[The Hindu]]
| accessdate = 23 February 2015
}}</ref>
;
;''<u>লাইফ ইজ হোৱাট ইউ মেক ইট (Life Is What You Make It)</u>''
 
এইখন প্ৰীতি শ্বিনয়ৰ দ্বিতীয়খন গ্ৰন্থ৷ ২০১১ চনৰ ১ জানুৱাৰীত প্ৰকাশিত হোৱা এই উপন্যাসখনো শীঘ্ৰেই ৰাষ্ট্ৰীয় পৰ্যায়ত বেষ্টছেলাৰ হিচাপে বিবেচিত হয়৷ ২০১১ বৰ্ষৰ শীৰ্ষস্থানীয় গ্ৰন্থৰ তালিকাতো স্থানলাভ কৰা গ্ৰন্থখনক টাইমছ অৱ ইণ্ডিয়াৰ ২০১১ চনৰ বেষ্টছেলাৰ তালিকাতো দেখিবলৈ পোৱা যায়৷ গ্ৰন্থখনত অংকিতা নামৰ এগৰাকী ৰোগাক্ৰান্ত যুৱতীৰ জীৱন অংকিত কৰা হৈছে আৰু কিদৰে সেই যুৱতীয়ে জীৱনৰ কঠিন প্ৰত্যাহ্বানসমূহৰ মুখামুখি হয়-সেইয়া উপন্যাসখনিত উপস্থাপিত হৈছে৷<ref name="Preeti Shenoy" />
 
প্ৰীতি শ্বিনয়ৰ শেহতীয়া গ্ৰন্থখন হৈছে ''দ্য মেজিক মাইণ্ডছেট''৷ এইখন গ্ৰন্থ ২০২১ চনৰ ছেপ্টেম্বৰ মাহত হাৰ্পাৰ কলিন্সে প্ৰকাশ কৰিছে৷ কৰিছে।<ref>https://preetishenoy.com/book/the-magic-mindset/</ref>
</ref>
 
==গ্ৰন্থপুঞ্জী==
প্ৰীতি শ্বিনয়ৰ গ্ৰন্থসমূহৰ নাম তলত উল্লেখ কৰা হ'ল-<br />:
* {{cite book
| last = Shenoy
| first = P.
| title = 34 Bubblegums and Candies
| publisher = Srishti Publishers
| year = ২০০৮
| isbn = 978-81-88575-68-8
| author-mask = 1
}}
* {{cite book
| last = Shenoy
| first = P.
| title = Life is What You Make it
| publisher = Srishti Publishers & Distributors
| year = ২০১১
| isbn = 978-93-80349-30-5
| url = http://www.preetishenoy.com/books/life-is-what-you-make-it/
| author-mask = 1
}}
* {{cite book
| last = Shenoy
| first = P.
| title = Tea for Two and a Piece of Cake
| publisher = Random House Publishers India Pvt. Limited
| year = ২০১২
| isbn = 978-81-8400-127-3
| url = http://www.preetishenoy.com/books/tea-for-two-and-a-piece-of-cake/
| author-mask = 1
}}
* {{cite book
| last = Shenoy
| first = P.
| title = The Secret Wish List
| publisher = Westland Limited
| year = ২০১২
| isbn = 978-93-82618-18-8
| url = http://www.preetishenoy.com/books/the-secret-wishlist/
| author-mask = 1
}}
* {{cite book
| last = Shenoy
| first = P.
| title = The One You Cannot Have
| publisher = Westland Limited
| year = ২০১৩
| isbn = 978-93-83260-68-3
| url = http://www.preetishenoy.com/books/the-one-you-cannot-have/
| author-mask = 1
}}
* {{cite book
| last = Shenoy
| first = P.
| title = It Happens for a Reason
| publisher = Westland Limited
| year = ২০১৪
| isbn = 978-93-84030-74-2
| url = http://www.preetishenoy.com/books/it-happens-for-a-reason/
| author-mask = 1
}}
* {{cite book
| last = Shenoy
| first = P.
| title = Love, Kisses and All Things Warm
| publisher = Westland Limited
| year = ২০১৫
| isbn = 978-93-84030-97-1
| url = https://www.amazon.in/Love-Kisses-All-Things-Warm-ebook/dp/B00TIM2Y8C
| author-mask = 1
}}
* {{cite book
| last = Shenoy
| first = P.
| title = Why We Love The Way We Do
| publisher = Westland Limited
| year = ২০১৫
| isbn = 978-93-85724-18-3
| url = http://www.preetishenoy.com/books/why-we-love-the-way-we-do/
| author-mask = 1
}}
* {{cite book
| last = Shenoy
| first = P.
| title = It's All in the Planet's
| publisher = Westland Limited
| year = ২০১৬
| isbn = 978-93-86036-45-2
| url = http://www.preetishenoy.com/books/its-all-in-the-planets/
| author-mask = 1
}}
* {{cite book
| last = Shenoy
| first = P.
| title = A Hundred Little Flames
| publisher = Westland Publications Limited
| year = ২০১৭
| isbn = 978-93-86850-42-3
| url = http://www.preetishenoy.com/hundred-little-flames/
| author-mask = 1
}}
* {{cite book
| last = Shenoy
| first = P.
| title = Love A Little Stronger
| publisher = Srishti Publishers & Distributors
| year = ২০১৮
| isbn = 978-93-87022-13-3
| url = https://www.preetishenoy.com/book/love-a-little-stronger/
| author-mask = 1
 
}}
* {{cite book
| last = Shenoy
| first = P.
| title = The Rule Breakers
| publisher = Westland
| year = ২০১৮
| isbn = 978-93-87578-67-8
| url = https://www.preetishenoy.com/book/the-rule-breakers/
| author-mask = 1
 
}}
* {{cite book
| last = Shenoy
| first = P.
| title = Wake Up, Life is Calling
| publisher = Srishti Publishers & Distributors
| year = ২০১৯
| isbn = 978-93-87022-60-7
| url = https://www.preetishenoy.com/book/wake-up-life-is-calling/
| author-mask = 1
}}
*{{cite book
| last = Shenoy
| first = P.
| title = The Magic Mindset: How to Find Your Happy Place
| publisher = HarperCollins
| year = ২০২১
| isbn = 978-93-54227-73-8
| url = https://preetishenoy.com/book/the-magic-mindset/
| author-mask = 1
}}
*
 
==তথ্যসূত্ৰ==
{{Reflist|30em}}
 
[[শ্ৰেণী:ভাৰতীয় সাহিত্যিক]]
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
[[শ্ৰেণী:জীৱিত ব্যক্তি]]
[[শ্ৰেণী:ভাৰতীয় নাৰীসাহিত্যিক]]