সুষমা আহুজা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Infobox person
| name = সুষমা আহুজা<br/>Sushma Ahuja
| image =
| imagesize =
| birth_date =
| birth_place =
| occupation = পৰিচালক, লিখক. অভিনেত্ৰী
| othername =
| yearsactive =
| spouse =
| parents =
}}
'''সুষমা আহুজা''' ({{lang-en|Sushma Ahuja}}) হৈছে এগৰাকী ভাৰতীয় পৰিচালক, লেখক আৰু অভিনেত্ৰী৷অভিনেত্ৰী। তেখেতে [[হিন্দী ভাষা|হিন্দী]] আৰু [[তামিল ভাষা]] ভাষাৰ লগতে থিয়েটাৰ প্ৰযোজনা গোষ্ঠীতো কাম কৰিছে৷ কৰিছে।
 
==কৰ্মজীৱন==
সুষমাৰ কৰ্মজীৱন আৰম্ভ হয় [[অল ইণ্ডিয়া ৰেডিঅ']]জৰিয়তে৷জৰিয়তে। অল ইণ্ডিয়া ৰেডিঅ'ত তেখেতে এগৰাকী গায়িকা আৰু নৃত্যশিল্পী হিচাপে কিশোৰী অৱস্থাতে যাত্ৰাৰম্ভ কৰে৷কৰে। ইয়াৰ পিছত তেখেতে হিন্দী থিয়েটাৰ জগতৰ লগত জড়িত হৈ পৰে৷পৰে। থিয়েটাৰ জগতৰ লগত জড়িত হৈ তেখেতে হিন্দী, উৰ্দু আৰু পঞ্জাবী ভাষাৰ নাট্যত কাম কৰে৷কৰে।<ref name="indolink">{{Cite web|url=http://www.indolink.com/tamil/cinema/People/98/Feb/kuttisp2.htm|title=1997-98 Kodambakkam babies Page: Part 2|date=22 June 2001|archive-url=https://web.archive.org/web/20010622013930/http://www.indolink.com/tamil/cinema/People/98/Feb/kuttisp2.htm|archive-date=22 June 2001}}</ref> ১৯৭৭ চনত সুষমা আহুজা স্বামীৰ চাকৰিসূত্ৰে নিজৰ পৰিয়ালৰ লগত মাদ্ৰাছলৈ আহে আৰু ইয়াতে ''অভ্যুদয়'' নামৰ থিয়েটাৰ গোট এটাৰ লগত কাম কৰে৷কৰে। এই থিয়েটাৰ গোষ্ঠীটোৱে হিন্দী, তামিল আৰু ইংৰাজী ভাষাত অনুষ্ঠান মঞ্চস্থ কৰিছিল৷কৰিছিল। অৱলীলাক্ৰমে তেখেত সীংগিথাম শ্ৰীনিবাস ৰাও আৰু এল.ভি. প্ৰসাদৰ দৰে ছবি নিৰ্মাতাৰ সান্নিধ্যলৈ আহে৷আহে। তেওঁলোকে সুষমাক ছবিৰ পৰিচালনা কৰিবলৈ উৎসাহিত কৰে৷কৰে। সুষমাই বালু মহেন্দ্ৰ, টি. ৰামা ৰাও আৰু [[য়শ চোপ্ৰাৰচোপ্ৰা]]ৰ অধীনত নবীচ হিচাপে কেইখনমান ছবিত কাম কৰে৷কৰে।<ref name="indolink"/>
 
তামিল ভাষাৰ ছবিৰ হিন্দী সংস্কৰণত সুষমাই নিয়মীয়াকৈ সহায় কৰিছিল৷কৰিছিল। বেছিভাগ ক্ষেত্ৰতেই এই সহায় আছিল সংলাপৰ লিপ্যন্তৰৰ ক্ষেত্ৰত৷ক্ষেত্ৰত। শ্ৰীদেৱীকো সুষমাই হিন্দী সংলাপৰ ক্ষেত্ৰত সহায় কৰিছিল আৰু ইয়াৰ জৰিয়তে শ্ৰী দেৱীৰো কেৰিয়াৰে প্ৰগতিৰ নতুন মুখ দেখিছিল৷দেখিছিল।<ref>{{Cite web|url=https://www.dnaindia.com/bollywood/report-satish-kaushik-remembers-sridevi-i-used-to-call-her-madam-even-after-she-married-my-buddy-boney-kapoor-2588686|title=Satish Kaushik remembers Sridevi: I used to call her 'madam', even after she married my buddy Boney Kapoor|first=DNA Web|last=Team|date=26 February 2018|website=DNA India}}</ref>
 
সুষমাই পৰিচালনা, লেখক আৰু অভিনেত্ৰী হিচাপে চলচ্চিত্ৰৰ জগতত কাম কৰিছে৷কৰিছে। উল্লেখনীয় যে, তেখেতে ''তাৰা কি দুনীয়া'' নামৰ এখন এনিমেটেড ছিৰিজ পৰিচালনা কৰিছিল, যিখন ডিডি মেট্ৰোত সম্প্ৰচাৰিত হৈছিল৷হৈছিল। আনহাতে ১৯৯৮ চনত তেখেতে ''উয়িৰুদু উয়িৰাগা'' নামৰ এখনি ৰোমাণ্টিক ড্ৰামা ছবি নিৰ্মাণ কৰে৷কৰে। এইখন ছবিত অজিৎ কুমাৰ আৰু তেখেতৰ কন্যা ৰিচা আহুজাই অভিনয় কৰিছিল৷কৰিছিল। ছবিখনে একাংশ সমালোচকৰ পৰা ইতিবাচক মন্তব্য লাভ কৰিছিল যদিও এজন সমালোচকে ছবিখনৰ দুৰ্বল কাহিনীপটৰ দিশটো আঙুলিয়াই দিছিল৷দিছিল।<ref>{{Cite web|url=http://www.indolink.com/tamil/cinema/Reviews/articles/Uyirodu_Uyiraaga_161932.html|title=Uyirodu Uyiraaga: Movie Review|date=11 December 2000|archive-url=https://web.archive.org/web/20001211181800/http://www.indolink.com/tamil/cinema/Reviews/articles/Uyirodu_Uyiraaga_161932.html|archive-date=11 December 2000}}</ref> <ref>{{Cite web |url=http://www.cscsarchive.org:8081/MediaArchive/art.nsf/(docid)/20312CE68F58C798652569400062A3C9 |title=Vaali (Tamil) |work=Deccan Herald| access-dateaccessdate=30 December 2016 |archive-url=https://web.archive.org/web/20120322152641/http://www.cscsarchive.org:8081/MediaArchive/art.nsf/%28docid%29/93D12738A233F61165256941003DC8D0 |archive-date=22 March 2012 |url-status=dead |df=dmy-all }}</ref> ছবিখনে বাণিজ্যিকভাৱে বিফল হৈছিল৷হৈছিল। ইয়াৰ বাবে সুষমাই দুৰ্বল প্ৰচাৰক জগৰীয়া কৰিছিল৷কৰিছিল।<ref>{{Cite web|url=https://www.rediff.com/entertai/2000/apr/29spice.htm|title=rediff.com, Movies: Gossip from the southern film industry|website=www.rediff.com}}</ref> পৰৱৰ্তী সময়ত সুষমাই "'লিটল জন"' (২০০১) আৰু "'এক অলগ মৌচম"' (২০০৩)ৰ দৰে ছবিৰ চিত্ৰনাট্যৰ কামত জড়িত হৈছিল৷হৈছিল।<ref>{{Cite web|url=https://www.thehindu.com/todays-paper/tp-miscellaneous/tp-others/fame-from-many-quarters/article27918805.ece|title=Fame from many quarters|date=26 February 2001|via=www.thehindu.com}}</ref><ref>{{Cite web|url=http://cinematoday2.itgo.com/little%20john.htm|title=Little John}}</ref> ১৯৯২ চনত মুক্তিলাভ কৰা ইংৰাজী ভাষাৰ ছবি "'প্ৰেয়িং উইথ এংগাৰ"' আৰু শ্ৰীদেৱীৰ[[শ্ৰীদেৱী]]ৰ টেলিভিছন ছিৰিজ "'মালিনী আয়াৰ"' (২০০৪)-ত সুষমাই অভিনয় কৰিছিল৷ কৰিছিল।<ref>{{Cite web|url=https://www.filmcompanion.in/features/hollywood-features/the-lesser-known-story-of-how-m-night-shyamalan-made-his-debut-film-in-chennai/|title=The Lesser-Known Story Of How M. Night Shyamalan Made His Debut Film In Chennai|first=Gayle|last=Sequeira|date=15 January 2019}}</ref><ref>{{Cite web|url=https://www.republicworld.com/entertainment-news/television-news/sridevis-malini-iyer-all-you-need-to-know-about-the-sitcom.html|title=Sridevi's 'Malini Iyer': All you need to know about the actor's memorable sitcom|website=Republic World}}</ref>
 
==ব্যক্তিগত জীৱন==
সুষমা আহুজাৰ দুটি সন্তান আছে৷আছে। এগৰাকী হৈছে চলচ্চিত্ৰৰ অভিনেত্ৰী ৰিচা আহুজা৷আহুজা। ৰিচাই মাতৃয়ে পৰিচালনা কৰা ছবি ''উয়িৰুদু উয়িৰাগা''ত অভিনয় কৰিছিল৷কৰিছিল। ইয়াৰ লগতে তেখেতে ''দম দম দম'' (২০০১)-তো অভিনয় কৰিছে৷.কৰিছে।<ref>{{Cite web|url=http://hindu.com/2001/05/14/stories/09140221.htm|title=Looking beyond stardom|date=13 September 2012|url-status=dead|archive-url=https://web.archive.org/web/20120913054247/http://hindu.com/2001/05/14/stories/09140221.htm|work=[[The Hindu]]|archive-date=13 September 2012}}</ref>
 
==তথ্যসংগ্ৰহ==
{{reflist|30em}}
 
[[শ্ৰেণী:ভাৰতীয় নাৰী]]
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
[[শ্ৰেণী:ভাৰতৰ চলচ্চিত্ৰ পৰিচালক]]
[[শ্ৰেণী:ভাৰতীয় অভিনেত্ৰী]]