সাৰদা মেহতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

35 নং শাৰী:
 
নাৰী শিক্ষাৰ প্ৰসাৰৰ বাবে সাৰদা মেহতাই<ref name=":1" /> 'বনিতা বিশ্ৰম মহিলা বিদ্যালয়' আহমেদাবাদত স্থাপন কৰিছিল৷<ref name="Forbes20052" /> এছ.এন.ডি.টি. মহিলা বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদন প্ৰাপ্ত এখন মহাবিদ্যালয়ো তেখেতে প্ৰতিষ্ঠা কৰে৷<ref name=":1" />
===সাহিত্যিক জীৱন===
সাৰদা মেহতা আছিল এগৰাকী প্ৰবন্ধকাৰ, আত্মজীৱনীকাৰ, আৰু অনুবাদক৷<ref name=":20GW" /><ref name="Datta1988">{{cite book|url=https://books.google.com/books?id=29f0ugEACAAJ|title=Encyclopaedia of Indian Literature: K to Navalram|last=Jani|first=Balvant|publisher=[[Sahitya Akademi]]|year=1988|isbn=978-0-8364-2423-2|editor=Datta|editor-first=Amaresh|volume=VIII|location=New Delhi|pages=2658–2659}}</ref> দৈনিক কাকত আৰু আলোচনীত তেখেতে সামাজিক বিষয়ক মুখ্য কৰি কেতবোৰ প্ৰবন্ধ ৰচনা কৰিছিল৷<ref name=":GVK" /> ''পুৰাণনি বালবোধক ভাৰতাও'' (১৯০৬) হৈছে তেখেতৰ দ্বাৰা লিখিত এখনি শিশুকেন্দ্ৰিক গল্পৰ সংকলন৷<ref name=":GVK" /><ref name="Datta1988" /> তেখেতে ইংৰাজ সমাজকৰ্মী ফ্লোৰেন্স নাইটিংগেলৰ আত্মজীৱনী ''ফ্লোৰেন্স নাইটিংগেল নু জীৱনচৰিত'' (১৯০৬) নামেৰে লিখি উলিয়াইছে৷<ref name=":20GW" /><ref name="Datta1988" />