বিনোদিনী নীলকণ্ঠ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 নং শাৰী:
{{Infobox person
| name = বিনোদিনী নীলকণ্ঠ<br />
| image = Vinodini Nilkanth.jpg
| birth_date = {{Birth date|df=y|1907|2|9}}
11 নং শাৰী:
| relatives = সৰোজনী মেহতা (ভগ্নী)
}}
'''বিনোদিনী ৰমনভাই নীলকণ্ঠ''' ({{lang-en|Vinodini Ramanbhai Nilkanth}}, (৯ ফেব্ৰুৱাৰী ১৯০৭ – ৯ ফেব্ৰুৱাৰী ১৯৮৭) আছিল এগৰাকী গুজৰাটী লেখিকা, অনুবাদিকা আৰু অধ্যাপিকা৷অধ্যাপিকা। তেখেতে উপন্যাস, প্ৰবন্ধ-নিবন্ধ, চুটি গল্প, সাংবাদিক স্তম্ভ, আৰু শিশু সাহিত্য ৰচনা কৰি থৈ গৈছে৷গৈছে।<ref>{{cite web|url=http://archive.indianexpress.com/news/vinodinee-neelkanth-life-and-times-of-a-gujarati-writer-who-dared-to-be-unconventional/435522/|title=Vinodinee Neelkanth: Life and times of a Gujarati writer who dared to be unconventional - Indian Express|last=|first=|date=|website=archive.indianexpress.com|publisher=|language=|access-dateaccessdate=21 July 2018}}</ref>
 
==পৰিয়াল, শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন ==
[[File:Vinodini Nilkanth 1914.jpg|thumb|১৯১৪ চনত বিনোদিনী নীলকণ্ঠ|upright=0.7|left]]
বিনোদিনী নীলকণ্ঠৰ জন্ম হৈছিল গুজৰাটৰ ৰাজধানী আহমেদাবাদত৷আহমেদাবাদত। তেখেতৰ পিতৃ আছিল ৰমনভাই নীলকণ্ঠ৷নীলকণ্ঠ। ৰমনভাই নীলকণ্ঠ আছিল এগৰাকী গুজৰাটী ঔপন্যাসিক আৰু ৰাজনীতিবিদ৷ৰাজনীতিবিদ। ৰমনভাইৰ লিখনিশৈলীত হাস্যৰসৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল৷গৈছিল। তেখেতে আহমেদাবাদৰ মেয়ৰ হিচাপেও কিছুদিন কৰ্মনিৰ্বাহ কৰিছিল৷কৰিছিল। আনহাতে মাতৃ বিদ্যাগৌৰী নীলকণ্ঠ আছিল এগৰাকী সমাজ-সংস্কাৰক আৰু শিক্ষাবিদ৷শিক্ষাবিদ। বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰা গুজৰাটৰ প্ৰথম দুগৰাকী মহিলাৰ ভিতৰত বিদ্যাগৌৰী অন্তৰ্ভুক্ত৷অন্তৰ্ভুক্ত। আনগৰাকী আছিল [[সাৰদা মেহতা]] বিনোদিনী নীলকণ্ঠৰ ককাদেউতাক মহিপটৰাম ৰূপৰাম নীলকণ্ঠ আছিল এগৰাকী সমাজ সংস্কাৰক আৰু লেখক৷লেখক। তেখেতৰ আইতাকো আছিল এগৰাকী সমাজ সংস্কাৰক, যিয়ে নিজৰ স্বামীৰ সংস্কাৰমূলক কৰ্মবোৰত সহযোগিতা আগবঢ়াইছিল৷আগবঢ়াইছিল। উল্লেখনীয় যে, বিদ্যাগৌৰী ৰমনভাইৰ দ্বিতীয়া পত্নী আছিল৷আছিল। পিতৃ-মাতৃৰ উপৰি বিনোদিনীৰ ভগ্নী সৰোজিনী মেহতাইওমেহতায়ো কেইখনমান গ্ৰন্থ ৰচনা কৰি লেখিকাৰ মৰ্যাদা লাভ কৰিছিল৷ কৰিছিল।<ref name="BN">{{cite web | url=https://www.veethi.com/india-people/vinodini_nilkanth-profile-13175-25.htm | title=Vinodini Nilkanth | publisher=Veethi-tha face on india | accessdate=27 September 2021}}</ref>
 
মহালক্ষ্মী ট্ৰেইনিং কলেজস্থিত প্ৰাথমিক বিদ্যালয়ৰ পৰা বিনোদিনীয়ে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে৷কৰে। ইয়াৰ পিছত তেখেতে চৰকাৰী উচ্চ বিদ্যালয়ত পঢ়িবলৈ যায়৷যায়। ১৯২৮ চনত তেখেতে ইংৰাজী বিষয়ত কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰে৷কৰে। তেখেতেৰ মুখ্য বিষয় আছিল ইংৰাজী আৰু গৌণ বিষয় আছিল গুজৰাটী৷গুজৰাটী। ১৯৩০ চনত বিনোদিনীয়ে উচ্চতৰ শিক্ষাৰ বাবে মিছিগান বিশ্ববিদ্যালয়লৈ গমন কৰে৷কৰে। সেইখন বিশ্ববিদ্যালয়ত তেখেতে সমাজ বিজ্ঞান আৰু শিক্ষাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷কৰে।<ref name="GSP">{{cite web | title=સવિશેષ પરિચય: વિનોદિની નીલકંઠ, ગુજરાતી સાહિત્ય પરિષદ | website=Gujarati Sahitya Parishad | url=http://gujaratisahityaparishad.com/prakashan/sarjako/savishesh/Savishesh-Vinodini-Nilkanth.html | language=gu | access-dateaccessdate=8 September 2018}}</ref>
 
== কৰ্মজীৱন ==
[[আহমেদাবাদ]]ত থকা বনিতা বিশ্ৰাম নামৰ প্ৰতিষ্ঠানখনৰ বিনোদিনী নীলকণ্ঠ আছিল প্ৰধান৷প্ৰধান। আহমেদাবাদৰে পৌৰ বালিকা উচ্চ বিদ্যালয়ত তেখেতে প্ৰধান শিক্ষয়িত্ৰী হিচাপে কৰ্মনিৰ্বাহ কৰে৷কৰে। পৰৱৰ্তী সময়ত তেখেত এছ.এন.ডি.টি. মহিলা পাঠশালা (এছ.এন.ডি.টি. মহিলা বিশ্ববিদ্যালয়)ৰ অধ্যাপক হিচাপে জড়িত হয়৷হয়। ইয়াৰ উপৰি তেখেতে বাতৰিকাকততো প্ৰবন্ধাদি লিখে৷লিখে।<ref name="GSP"/> গুজৰাট বিদ্যা সভাৰ কাৰ্যকৰী সমিতিত বিনোদিনী নীলকণ্ঠই এগৰাকী সদস্যা হিচাপে দায়িত্ব পালন কৰে৷কৰে।<ref name="DattaLal2007">{{cite book|author1=Amaresh Datta|author2=Mohan Lal|title=Encyclopaedia of Indian Literature: Navaratri–Sarvasena|url=https://books.google.com/books?id=sOsbAAAAIAAJ|year=2007|edition=4th|publisher=[[Sahitya Akademi]]|location=New Delhi|pages=2950–2951|isbn=((978-81-260-1003-1))}}</ref>
 
== কৰ্মৰাজি ==
কিশোৰী অৱস্থাতে বিনোদিনীয়ে এখনি ৰচনাৰ সংকলন প্ৰকাশ কৰে৷কৰে।
===ব্যক্তিগত ৰচনা===
* ''ৰাসদ্বাৰা'' (১৯২৮)
Line 29 ⟶ 30:
===চুটি গল্পৰ সংগ্ৰহ===
* ''আৰষিনী ভিতৰমা'' (১৯৪২)
* ''দিল দাৰিৱনা মোতি'' (১৯৫৮)
* ''আংগুলিনো স্পৰ্শ'' (১৯৬৫)
 
===উপন্যাস===
Line 48 ⟶ 49:
 
===অনুবাদ===
* [[জেন অষ্টিনৰঅষ্টিন]]ৰ "প্ৰাইড এণ্ড প্ৰিজুডিছ"
* বাৰ্টাণ্ড্ৰ[[বাৰ্ট্ৰেণ্ড ৰাচেলৰৰাছেল]]ৰ "দ্য কংকুৱেষ্ট অৱ হেপিনেছ"ৰ গুজৰাটী অনুবাদ ''সুখিনী সিদ্ধি''
===সাংবাদিক লেখা-মেলা===
১৯৪৯ চনৰ পৰা তেখেতে ''গুজৰাটী সমাচাৰ'' নামৰ বাতৰিকাকতত ''ঘৰ ঘৰণি জ্যোতি'' নামৰ এটা স্তম্ভ লিখিবলৈ লয়৷লয়।<ref name="DattaLal2007"/> তেখেতৰ এই স্তম্ভলেখা পাছলৈ (১৯৫৫, ১৯৫৮, ১৯৬৪, ১৯৬৯) পাঁচটাকৈ খণ্ডত প্ৰকাশিত হৈছিল৷হৈছিল। প্ৰথম চাৰিটা খণ্ডৰ নাম আছিল ''ঘৰ ঘৰনী জ্যোতি'' তেখেতৰ দেহাৱসানৰ পিছত অন্তিমটো খণ্ড ''ঘৰ দ্বিদী'' নামেৰে ১৯৮৭ চনত প্ৰকাশিত হয়৷হয়।<ref name="GSP"/><ref name="DattaLal2007"/>
 
==বঁটা==
তেখেতৰ ''দিল দাৰিৱনা মোতি'' (১৯৫৮) শীৰ্ষক গল্প-সংকলনটিয়ে 'গুজৰাটী সাহিত্য সভা' বঁটা পাবলৈ সক্ষম হয় আৰু ''আংগুলিনো স্পৰ্শ'' (১৯৬৫) নামৰ সংকলনটিয়ে গুজৰাটী চৰকাৰী পুৰস্কাৰেৰে সন্মানীত হয়৷হয়।<ref name="DattaLal2007"/>
 
==তথ্যসূত্ৰ==
{{reflist|30em}}
 
[[শ্ৰেণী:ভাৰতীয় সাহিত্যিক]]
[[শ্ৰেণী:ভাৰতীয়ভাৰতৰ নাৰীব্যক্তি]]
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:গুজৰাটী ব্যক্তি]]
[[শ্ৰেণী:ভাৰতীয় সাহিত্যিক]]