"সাৰদা মেহতা"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

68 বাইট যোগ দিয়া হ’ল ,  2 মাহ পূৰ্বে
 
{{Infobox person
|name = সাৰদা মেহতা<br />Sharda Mehta
|image = Sharda Sumant Mehta.jpg
|image_size =
|caption = সাৰদা মেহতা
|birth_date = {{Birth date|df=yes|1882|6|26}}
|birth_place = [[আহমেদাবাদ]], ব্ৰিটিছ ভাৰত
|death_date = {{death date and age|df=yes|1970|11|13|1882|6|26}}
|death_place = বল্লৱ বিদ্যানগৰ, গুজৰাট, ভাৰত
|other_names =
|spouse = সুমন্ত মেহতা (১৮৯৮-১৯৬৮)
|children = ৰমেশ সুমন্ত মেহতা
| mother = বালাবেন
}}
'''সাৰদা মেহতা''' ({{lang-en|Sharda Mehta}}, ২৬ জুন ১৮৮২-১৩ নৱেম্বৰ ১৯৭০) আছিল এগৰাকী ভাৰতীয় সমাজ-সংস্কাৰক, নাৰী শিক্ষাৰ অগ্ৰদূত আৰু গুজৰাটী ভাষাৰ এগৰাকী লেখিকা। তেখেতৰ জন্ম হৈছিল সমাজ-সংস্কাৰকৰ এটা পৰিয়ালত। আধুনিক ভাৰতৰ [[গুজৰাট]]ত স্নাতক ডিগ্ৰী অৰ্জন কৰা প্ৰথম দুগৰাকী মহিলাৰ ভিতৰত তেখেত অন্যতম। <ref name=":1" /> নাৰী শিক্ষা আৰু নাৰী কল্যাণৰ হেতু সাৰদা মেহতাই একাধিক শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিছে। ইয়াৰ উপৰি তেখেতে আত্মজীৱনীকে ধৰি একাংশ গ্ৰন্থৰ অনুবাদ কৰ্মৰ লগতো জড়িত হৈছে।
 
==প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল==
[[File:Gandhi and Tagore 1920.jpg|thumb|left|১৯২০ চনত [[মহাত্মা গান্ধী]](বাওঁকাষে) আৰু [[ৰবীন্দ্ৰনাথ ঠাকুৰ]]ৰ (মাজত) সৈতে সাৰদা মেহতা (সোঁফালে) আহমেদাবাদত, মহিলা বিদ্যালয়ত]]
১৮৮২ চনৰ ২৬ জুন তাৰিখে গুজৰাটৰ আহমেদাবাদত সাৰদা মেহতাৰ জন্ম হৈছিল।<ref name=":GVK">{{Cite book|title=ગુજરાતી વિશ્વકોશ|last=Rajgor|first=Shivprasad|publisher=Gujarat Vishvakosh Trust|editor-last=Thaker|editor-first=Dhirubhai|editor-link=Dhirubhai Thaker|edition=1st|volume=XV|location=[[Ahmedabad]]|date=January 2002|pages=535–536|language=gu|trans-title=Gujarati Encyclopedia|oclc=248968453}}</ref> তেখেতৰ পিতৃ গোপীলাল মণিলাল ধ্ৰুৱ আছিল এগৰাকী আইনী বিষয়া আৰু মাতৃৰ নাম বালাবেন। তেওঁলোক এটা ব্ৰাহ্মীণ পৰিয়ালৰ সদস্য আছিল।<ref name=":GVK" /><ref name="Forbes20052">{{cite book|url=https://books.google.com/books?id=ClNEJwXLNQIC&pg=PA173|title=Women in Colonial India: Essays on Politics, Medicine, and Historiography|author=Geraldine Hancock Forbes|publisher=Orient Blackswan|year=2005|isbn=978-81-8028-017-7|pages=124–142, 173}}</ref><ref name="DeviPruthi1998">{{cite book|url=https://books.google.com/books?id=t11uAAAAMAAJ|title=Women and the Indian Freedom Struggle: Sarojini Naidu|author1=Rameshwari Devi|author2=Romila Pruthi|publisher=Pointer Publishers|year=1998|isbn=978-81-7132-164-3|page=249}}</ref> সাৰদা মেহতাৰ
আজোককাই ভোলানাথ দিবেটিয়া আছিল এগৰাকী সমাজ-সংস্কাৰক আৰু কবি।<ref name=":1">{{cite journal|url=https://books.google.com/books?id=DeaVBAAAQBAJ&pg=PA17|journal=International Journal of Afro-Asian Studies|last=Sujata|first=Menon|publisher=Universal-Publishers|year=2013|isbn=978-1-61233-709-8|editor-last=Sarkar|editor-first=Siddhartha|volume=4|pages=17–18|issue=1|title=An Historical Analysis of the Economic Impact on the Political Empowerment of Women In British India|issn=0974-3537}}</ref><ref name=":GVK" />
 
ৰায়বাহাদুৰ মগনভাই ছোৱালী হাইস্কুলৰ পৰা সাৰদা মেহতাই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পিছত তেখেতে মহালক্ষ্মী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত এংলো-মাতৃভাষাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। ১৮৯৭ চনত সাৰদা মেহতাই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯০১ চনত গুজৰাট মহাবিদ্যালয়ৰ পৰা যুক্তি আৰু নৈতিক দৰ্শনক মুখ্য বিষয় হিচাপে লৈ কলা শাখাৰ স্নাতক ডিগ্ৰী অৰ্জন কৰে। সাৰদা মেহতা আৰু তেখেতৰ জ্যেষ্ঠা ভগ্নী [[বিদ্যাগৌৰী নীলকণ্ঠ]] গুজৰাটৰ প্ৰথম দুগৰাকী স্নাতক-উত্তীৰ্ণ মহিলা।<ref name=":1" /><ref name=":GVK" /><ref name=":20GW">{{Cite book|title=વીસમી સદીનું ગુજરાતી નારીલેખન|publisher=[[Sahitya Akademi]]|year=2005|isbn=8126020350|editor-last=Chaudhari|editor-first=Raghuveer|editor-link=Raghuveer Chaudhari|edition=1st|location=New Delhi|pages=349|language=gu|trans-title=20 Century Women's Writings in Gujarati|chapter=લેખિકા-પરિચય|trans-chapter=Introduction of Women Writers|oclc=70200087|editor-last2=Dalal|editor-first2=Anila|editor-link2=Anila Dalal}}</ref>
 
১৮৯৮ চনত সাৰদা মেহতাই সুমন্ত মেহতাৰ লগত বৈবাহিক জীৱনৰ পাতনি মেলে। সুমন্ত মেহতা আছিল এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আৰু সাৰদা মেহতাতকৈ তেখেত চাৰি বছৰে জ্যেষ্ঠ আছিল।<ref name=":1" /><ref name=":20GW" /> পৰৱৰ্তী সময়ত তেখেতে বৰোদা ৰাজ্যৰ গায়কোয়াড ৰাজবংশৰ ব্যক্তিগত চিকিৎসক হিচাপে কৰ্মনিৰ্বাহ কৰে। ইয়াৰোপৰি তেখেতে সমাজ-কৰ্মীৰো ভূমিকা পালন কৰে। <ref name="PinkNoblit2017">{{cite book|url=https://books.google.com/books?id=gXLbDQAAQBAJ&pg=PA390|title=Second International Handbook of Urban Education|author1=William T. Pink|author2=George W. Noblit|date=6 January 2017|publisher=Springer|isbn=978-3-319-40317-5|pages=390–391}}</ref>
 
== কৰ্মজীৱন ==
মহাত্মা গান্ধীৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱিত সাৰদা মেহতাই সমাজ-সংস্কাৰ, নাৰী শিক্ষাৰ প্ৰসাৰ, নাৰী সৱলীকৰণ, জাতিগত বৈষম্য, অস্পৃশ্যতাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল৷উঠিছিল। ভাৰতৰ স্বাধীনতা আন্দোলনতো তেখেতৰ ভূমিকা আছিল সক্ৰিয়৷সক্ৰিয়। ১৯০৬ চনৰ পৰা তেখেতে [[স্বদেশী আন্দোলন]]ৰ প্ৰসাৰৰ বাবে খাদী আৰু থলুৱা বস্ত্ৰ-সামগ্ৰীৰ ব্যৱহাৰত জোৰ দিছিল৷ দিছিল।<ref name=":GVK" />
 
বৰোদা, আহমেদাবাদ, বোম্বাইত প্ৰতিষ্ঠিত হোৱা একাধিক শৈক্ষিক আৰু নাৰীকল্যাণজনিত শিক্ষানুষ্ঠানৰ লগত সাৰদা মেহতা জড়িত হৈ পৰিছিল৷পৰিছিল। আহমেদাবাদ পৌৰ নিগমত তেখেতে ১৯৩১ চনৰ পৰা ১৯৩৫ চনলৈকে সদস্যৰ পদ অলংকৃত কৰিছিল৷কৰিছিল। ১৯৩৪ চনত সাৰদা মেহতাই নাৰীৰ কল্যাণৰ হকে জ্যোতি সংঘ প্ৰতিষ্ঠা কৰিছিল৷ কৰিছিল।<ref name=":GVK" />
 
নাৰী শিক্ষাৰ প্ৰসাৰৰ বাবে সাৰদা মেহতাই<ref name=":1" /> 'বনিতা বিশ্ৰম মহিলা বিদ্যালয়' আহমেদাবাদত স্থাপন কৰিছিল৷কৰিছিল।<ref name="Forbes20052" /> এছ.এন.ডি.টি. মহিলা বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদন প্ৰাপ্ত এখন মহাবিদ্যালয়ো তেখেতে প্ৰতিষ্ঠা কৰে৷কৰে।<ref name=":1" />
 
নাৰী শিক্ষাৰ প্ৰসাৰৰ বাবে সাৰদা মেহতাই<ref name=":1" /> 'বনিতা বিশ্ৰম মহিলা বিদ্যালয়' আহমেদাবাদত স্থাপন কৰিছিল৷<ref name="Forbes20052" /> এছ.এন.ডি.টি. মহিলা বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদন প্ৰাপ্ত এখন মহাবিদ্যালয়ো তেখেতে প্ৰতিষ্ঠা কৰে৷<ref name=":1" />
===সাহিত্যিক জীৱন===
সাৰদা মেহতা আছিল এগৰাকী প্ৰবন্ধকাৰ, আত্মজীৱনীকাৰ, আৰু অনুবাদক৷অনুবাদক।<ref name=":20GW" /><ref name="Datta1988">{{cite book|url=https://books.google.com/books?id=29f0ugEACAAJ|title=Encyclopaedia of Indian Literature: K to Navalram|last=Jani|first=Balvant|publisher=[[Sahitya Akademi]]|year=1988|isbn=978-0-8364-2423-2|editor=Datta|editor-first=Amaresh|volume=VIII|location=New Delhi|pages=2658–2659}}</ref> দৈনিক কাকত আৰু আলোচনীত তেখেতে সামাজিক বিষয়ক মুখ্য কৰি কেতবোৰ প্ৰবন্ধ ৰচনা কৰিছিল৷কৰিছিল।<ref name=":GVK" /> ''পুৰাণনি বালবোধক ভাৰতাও'' (১৯০৬) হৈছে তেখেতৰ দ্বাৰা লিখিত এখনি শিশুকেন্দ্ৰিক গল্পৰ সংকলন৷সংকলন।<ref name=":GVK" /><ref name="Datta1988" /> তেখেতে ইংৰাজ সমাজকৰ্মী ফ্লোৰেন্স নাইটিংগেলৰ আত্মজীৱনী ''ফ্লোৰেন্স নাইটিংগেল নু জীৱনচৰিত'' (১৯০৬) নামেৰে লিখি উলিয়াইছে৷উলিয়াইছে।<ref name=":20GW" /><ref name="Datta1988" />
 
১৯৩৮ চনত সাৰদা মেহতাৰ আত্মজীৱনী "জীৱনসম্বৰ্ণ" প্ৰকাশিত হৈছিল৷হৈছিল। আত্মজীৱনীত তেখেতৰ জীৱন-যাত্ৰা আৰু কৰ্মৰাজিৰ বিষয়ে উল্লেখ আছে৷আছে।<ref name=":20GW" /><ref name="Datta1988" /><ref name="Srivastava2000">{{cite book|url=https://books.google.com/books?id=AgHEF9QhJo8C&pg=PA157|title=Women's Higher Education in the 19th Century|author=Gouri Srivastava|publisher=Concept Publishing Company|year=2000|isbn=978-81-7022-823-3|page=157}}</ref>
 
== মৃত্যু==
১৯৭০ চনৰ ১৩ নৱেম্বৰ তাৰিখে বল্লৱ বিদ্যানগৰত সাৰদা মেহতাৰ দেহাৱসান ঘটে৷ঘটে।<ref name=":1" /><ref name=":GVK" />
 
==তথ্যসূত্ৰ==
{{reflist|30em}}
 
[[শ্ৰেণী:সমাজকৰ্মী]]
[[শ্ৰেণী:ভাৰতীয়ভাৰতৰ নাৰীব্যক্তি]]
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:গুজৰাটী ব্যক্তি]]
[[শ্ৰেণী:ভাৰতীয় শিক্ষাবিদ]]
[[শ্ৰেণী:সমাজকৰ্মী]]
[[শ্ৰেণী:ভাৰতীয় সাহিত্যিক]]
25,725

টা সম্পাদনা