অনুজ বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
(edited with ProveIt)
8 নং শাৰী:
| birth_name =
| Parents_name =
| birth_date = {{birth date|1964|1|5}}
| birth_place = ঘিলামৰা, [[লখিমপুৰডিগবৈ]]জিলা, [[অসম]]
| death_date = {{Death date|2021|9|22}}
| death_place =
26 নং শাৰী:
| notableworks =
| partner =
| children =
| relatives =
| influences =
36 নং শাৰী:
}}
 
'''ডঃড° অনুজ বৰুৱা''' ({{lang-en|Dr Anuj Baruah}}) (জন্ম - মৃত্যু ২২ ছেপ্টেম্বৰ,২০২১) অসমৰ এগৰাকী লেখক, আদৰ্শ জৈৱিক কৃষক<ref name="ভোট-জলকীয়াৰ খেতিৰে">{{cite news | url=https://www.dainandinbartagroup.in/one-of-teyoks-families-is-self-sufficient-in-vote-jolokia/ | title=ভোট-জলকীয়াৰ খেতিৰে স্বাবলম্বী হৈছে টীয়কৰ এটা পৰিয়াল | work=দৈনন্দিন বাৰ্তা | date=May 17, 2020 | accessdate=23 September 2021}}</ref>, কৃষি গৱেষক।<ref name="আমাকএক">{{cite news | url=http://dapunjibonor.com/3876/ | title=আমাক এক অৰ্থনৈতিক আন্দোলনৰ প্ৰয়োজন… | work=দাপোণ জীৱনৰ | date=3rd September 2020 | accessdate=23 September 2021 | author=ৰঞ্জিত মুক্তিয়াৰ}}</ref> ''মহা অৰণ্য'' উপন্যাসখনৰ বাবে তেওঁ সকলোৰে পৰিচিত।<ref name="Scientia">{{cite web | url=https://www.scientiabooks.in/product-category/assamese_author/anuj-boruah/ | title=কিতাপখনৰ লিংক | accessdate=23 September 2021}}</ref>দৈনিক ই-আলোচনী ''অসমীয়া সাহিত্যৰ চানেকি''ত তেওঁ লিখা-মেলা কৰিছিল।<ref name="ওপৃলেআমাৰ অসম বাতৰি">{{cite webnews | urltitle=https://www.axomiyahahitiyarsaneki.com/2021/05/blog-post_937.html?m=1'মহা |অৰণ্য'ৰ title=ওলোটাস্ৰষ্টা পৃথিৱীড° |অনুজ publisher=অসমীয়াবৰুৱাৰ সাহিত্যৰঅকাল চানেকিবিয়োগ দৈনিক| ই-আলোচনীwork=আমাৰ অসম | date=২৮২৪ মে'ছেপ্টেম্বৰ,২০২১ | accessdate=2328 September 2021}}</ref> |এই authorআলোচনীখন প্ৰান্তিকত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল।<ref name=অনুজ"আমাৰ বৰুৱা}}<অসম বাতৰি"/ref>
পেট্ৰলিয়াম খণ্ডৰ চাকৰি ত্যাগ কৰি তেওঁ অসমত ‘আৰ্বান গাৰ্ডেনিং’ আৰম্ভ কৰিছিল। লগতে তেওঁ গৱেষণা কৰে পৰম্পৰাগত সুৰা,<ref name="আমাৰ অসম বাতৰি"/> খাচী গছৰ বেক্টেৰীয়া, ভোট জলকীয়া আৰু কন জলকীয়াৰ ওপৰত গৱেষণা, থলুৱা ফল-মূলৰ সংৰক্ষণক লৈ।<ref name="আলহী হৈ আহিব">{{cite web | url=https://sangbad365.com/%E0%A6%86%E0%A6%B2%E0%A6%B9%E0%A7%80-%E0%A6%B9%E0%A7%88-%E0%A6%86%E0%A6%B9%E0%A6%BF%E0%A6%AC-%E0%A6%8F%E0%A6%AC%E0%A6%BE%E0%A7%B0-%E0%A6%86%E0%A6%B2%E0%A6%B9%E0%A7%80-%E0%A6%98%E0%A7%B0%E0%A6%B2/ | title=আলহী হৈ আহিব এবাৰ “আলহী ঘৰ”লৈ | date=১১ আগষ্ট | accessdate=23 September 2021}}</ref> নিজা গৱেষণাগাৰত ভোট জলকীয়াৰ স্প্ৰে’ উদ্ভাৱন কৰিছিল। গুৱাহাটীৰ দৰে মহানগৰীত স্থানৰ অভাৱত খেতি কৰিব নোৱৰাসকলক তেওঁ ছাদত খেতি কৰিবলৈ এটা প’টিং মিক্সাৰ প্ৰস্তুত কৰিছে, য’ত কেৱল পানী দিলেই হ’ল। তেওঁ পুলিৰ পৰা স্বয়ংচালিত জলসিঞ্চন ব্যৱস্থালৈকে কৰে, য’ত কৃষিত পানীও নিৰ্দিষ্ট সময়ত যন্ত্ৰইহে দিয়ে। <ref name="কৃষিক জীৱিকা কৰা">{{cite news | url=https://janambhumi.in/VG5wWmQwOVJQVDA9/%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A6%BF%E0%A6%95%20%E0%A6%9C%E0%A7%80%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BE%20%E0%A6%95%E0%A7%B0%E0%A6%BE%20%20%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%9C%20%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE%20%E0%A6%8F%E0%A6%A4%E0%A6%BF%E0%A7%9F%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A7%B0%20%E0%A6%9A%E0%A6%BF%E0%A6%A8%E0%A6%BE%E0%A6%95%E0%A6%BF%20%E0%A6%A8%E0%A6%BE%E0%A6%AE.html | title=কৃষিক জীৱিকা কৰা অনুজ বৰুৱা এতিয়া বিশ্বৰ চিনাকি নাম | work=দৈনিক জনমভূমি | date=March 5, 2017 | accessdate=23 September 2021}}</ref>
 
==জন্ম পৰিচয়==
১৯৬৪ চনৰ ৫ জানুৱাৰীত [[ডিগবৈ]]ত অনুজ বৰুৱাই জন্ম গ্ৰহণ কৰে।<ref name="আমাৰ অসম বাতৰি"/>
 
==শিক্ষাজীৱন==
অনুজ বৰুৱাই ডিগবৈত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। ডিগবৈৰ আই অ' চি বয়জ হাইস্কুলৰ পৰা হাইস্কুলীয়া শিক্ষাগ্ৰহণৰ পিছত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত তেওঁ কলেজীয়া শিক্ষা সাং কৰে। ইয়াৰ পাছত তেওঁ ১৯৯৬ চনত <ref name="কৃষিক জীৱিকা কৰা"/> পেট্ৰোলিয়াম বায়'টেকন'লজী বিষয়ত তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অৱ পেট্ৰোলিয়ামৰ পৰা পি এইচ ডি ডিগ্ৰী গ্ৰহণ কৰে।<ref name="আমাৰ অসম বাতৰি"/>
অনুজ বৰুৱাই ১৯৯৬ চনত [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ পৰা পেট্ৰলিয়াম বায়'টেকন'লজি বিষয়ত ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰে। <ref name="কৃষিক জীৱিকা কৰা"/>
 
==গৱেষণা আৰু কৰ্মজীৱন==
অনুজ বৰুৱাই প্ৰথমে ডেৰাডুনৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ পেট্ৰলিয়ামত চাকৰি কৰিছিল। তাৰ পিছত তেওঁ ১৯৯৯ চনত চাকৰি ত্যাগ কৰি গুৱাহাটীৰ ইনষ্টিটিউট অব এডভান্স ষ্টাডিজ ইন ছায়েন্স এণ্ড টেকন'লজিত চাকৰিশিক্ষকতা কৰে। কিন্তু ২০০৪ চনত চাকৰি এৰি নিজাকৈ পাটকাই লেবছ নামৰ এটা গৱেষণাগাৰ আৰম্ভ কৰে। সৰুৰে পৰা জৈৱিক কৃষিৰ প্ৰতি থকা আগ্ৰহ আৰু আকৰ্ষণৰ বাবে তেওঁ কৃষিত নিয়োজিত হয়। [[অসম]]ৰ পৰম্পৰাগত আৰু থলুৱা কৃষি ব্যৱস্থাক আধুনিকীকৰণেৰে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে তেওঁ বিভিন্ন গৱেষণাৰ কাম আৰম্ভ কৰিছিল।<ref name="আমাৰ অসম বাতৰি"/> তেওঁৰ গৱেষণাৰ এটা অংশ জীৱাণুৰ সৈতে জড়িত। অনুজ বৰুৱাই গৱেষণাৰ কাম-কাজ প্ৰথমতে ''পাটকাই হাৰ্বছ'' নামৰ এটা সংস্থাৰ জৰিয়তে কৰিছিল যদিও পাছলৈ ইয়াৰ বাবে মহানগৰীৰ গাতে লাগি থকা ক্ষেত্ৰীৰ ধূপগুৰিত ১৫ বিঘা মাটিত ''কৃষি জিজ্ঞাস'' নামৰ ফাৰ্ম আৰম্ভ কৰে। কৃষি জিজ্ঞাসৰ জৰিয়তে চহৰীয়া কৃষিৰ ধাৰণা,বজাৰৰ আকৃতি আৰু বিশালতা, নিয়োগৰ সম্ভাৱনা,চহৰীয়া বাগিচা পদ্ধতিৰ ভৱিষ্যৎ আদি বিভিন্ন দিশত তেওঁ প্ৰশিক্ষণ দিছিল। সংক্ৰমণৰ জৰিয়তে সাঁচি গছত আগৰ তেল উৎপাদনৰ বিভিন্ন পদ্ধতিৰো তেওঁ গৱেষণা কৰিছিল আৰু প্ৰশিক্ষণো দিছিল। <ref name="আমাৰ অসম বাতৰি"/>

তেওঁ ২০০৫ চনত ক্ষেত্ৰীত নিজা বাগিচা আৰম্ভ কৰাৰ সমান্তৰালভাৱে [[বিশ্ব বেংক]]ৰ অৰ্থসাহায্যত এটা জৈৱিক তথ্যকেন্দ্ৰ আৰম্ভ কৰে। তেওঁ ২০০৫ চনৰ পৰা প্ৰায় ২০১২ চনলৈ জৈৱিক কৃষিৰ ওপৰত গৱেষণাত অধিক মনোনিৱেশ কৰে। এই সময়ছোৱাত তেওঁ বিশ্বৰ বিভিন্ন দেশত উৎপাদন হোৱা পাচলি আৰু ফল মূল অসমত খেতি কৰিব পৰাকৈ কি কি উপাদান বা পৰিৱেশৰ প্ৰয়োজন তাৰ গৱেষণাত মগ্ন হয়। ২০১৩ চনৰ পৰা তেওঁ বাণিজ্যিক ভিত্তিত কৃষিকৰ্মত মনোনিৱেশ কৰে। অনুজ বৰুৱাৰ বাগিচাত অসমৰ পাচলিৰ পৰা পশ্চিমীয়া বহুকেইখন দেশৰ পাচলি আৰু ফল-মূলৰ খেতি কৰা হয়। তেওঁৰ বাগিচাত বিশ্বৰ বিভিন্ন দেশৰ প্ৰায় ৮০বিধ ফল-মূল আৰু পাচলিৰ উৎপাদন হয়। তেওঁ নিজা গৱেষণাৰে ‘ভূত ভেনম’ নামৰ ভোট জলকীয়াৰ তেল উৎপাদন কৰে। তেওঁৰ ভোট জলকীয়াৰ উৎপাদন দক্ষিণ কোৰিয়া, মেক্সিকো, কুৱালালামপুৰ, নিউয়ৰ্ক আদি বহু স্থানলৈ ৰপ্তানি হয়। মাত্ৰ তিনি দিনতে গেলি যোৱা কেঁচা ভোট জলকীয়াৰ বাবে তেওঁ নিজা গৱেষণাৰে পেকেট কৰাৰ পাছতো ৯০ দিনলৈ সতেজ হৈ থকাৰ পদ্ধতি উদ্ভাৱন কৰে। <ref name="কৃষিক জীৱিকা কৰা"/>
 
অনুজ বৰুৱাই মহানগৰীৰ গাতে লাগি থকা ক্ষেত্ৰীৰ ধূপগুৰিত ১৫ বিঘা মাটিত ''কৃষি জিজ্ঞাস'' নামৰ ফাৰ্ম আৰম্ভ কৰে। তেওঁ অসমত ‘আৰ্বান গাৰ্ডেনিং’ আৰম্ভ কৰিছিল। তেওঁ নিজা গৱেষণাগাৰত ভোট জলকীয়াৰ স্প্ৰে’ উদ্ভাৱন কৰিছিল।<ref name="কৃষিক জীৱিকা কৰা"/>
 
==আলহী ঘৰ==
''আলহী ঘৰ'' হৈছে গৱেষক, কৃষি বিজ্ঞানী ডা° অনুজ বৰুৱাই কৰা জনজাতীয় কৃষ্টি-সংস্কৃতিৰ যাদুঘৰ হিচাপে সজোৱা এক প্ৰকল্প।প্ৰকল্প,এক পৰম্পৰাগত ৰিজ'ৰ্ট।<ref name="আমাৰ অসম বাতৰি"/> ই হৈছে [[গুৱাহাটী]]ৰ সমীপৰ ধোপগুৰিৰ লিচুবাগানত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত [[অসম]]ৰ বিভিন্ন জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা এটা বিশেষ ঘৰ। ইয়াত এফালে টঙী ঘৰ, আনফালে তিৱা আৰু এনেকৈ মিচিং, আহোম, কাৰ্বি আদি জনগোষ্ঠীৰ পৰম্পৰাগত একোটাকৈ ঘৰ আছে। বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য, ৰীতি-নীতি, সাজ-পোছাক আৰু সংস্কৃতিক প্ৰতিনিধিত্ব কৰিব বিচৰা সকলো উপলব্ধ “আলহী ঘৰ”ত।<ref name="আলহী হৈ আহিব"/>
 
==সাহিত্যৰাজি==