ইম্ফাল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
3 নং শাৰী:
| native_name = ꯏꯝꯐꯥꯜ
| native_name_lang = mni
| other_name =
| settlement_type = ৰাজধানী
| image_alt =
| nickname =
| map_alt =
| map_caption =
| pushpin_map =
| pushpin_label_position = left
| pushpin_map_alt =
| pushpin_map_caption =
| coordinates =
| subdivision_type = দেশ
| subdivision_name = {{flagicon|India}}
| subdivision_type1 = ৰাজ্য
| subdivision_type2 = জিলা
21 নং শাৰী:
| subdivision_name2 = [[পূব ইম্ফল জিলা]], [[পশ্চিম ইম্ফল জিলা]]
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| governing_body = ইম্ফল পৌৰনিগম
| leader_title1 = মেয়ৰ
| leader_name1 = এল. লোকেশ্বৰ সিং
| government_type =
| unit_pref = Metric
| area_footnotes =
| area_total_km2 =
| area_rank =
| elevation_footnotes =
| elevation_m = 786
| population_total = 268,243
| population_metro =
| population_as_of = ২০১৬ লোকপিয়ল
| population_footnotes =
| population_density_km2 = auto
| population_rank =
| population_demonym =
| demographics_type1 = ভাষা
| demographics1_title1 = চৰকাৰী
51 নং শাৰী:
| registration_plate = MN-01
| website = {{URL|www.imphalwest.nic.in}}
| footnotes =
| demographics1_info1 = [[মেইতেই ভাষা]] আৰু ইংৰাজী
| official_name =
| image_skyline = City of Imphal.jpg
| image_caption = ইম্ফল মহানগৰী
59 নং শাৰী:
'''ইম্ফল''' ({{Lang-mni|ꯏꯝꯐꯥꯜ}}), [[ভাৰত]]ৰ [[মণিপুৰ]] ৰাজ্যৰ ৰাজধানী আৰু মহানগৰ। চহৰ খনৰ কেন্দ্ৰত পুৰণি মণিপুৰ ৰাজ্যৰ ৰাজ হাউলি কাংলা মহলৰ ভগ্নাৱশেষ চাৰিওফালে গড়াৰে আৱৰি আছে। [[দ্বিতীয় বিশ্বযুদ্ধ]]ৰ সময়ত ১৯৪৪ চনৰ মাৰ্চ মাহৰ পৰা জুলাইলৈকে ইয়াত ইম্ফল যুদ্ধ সংঘটিত হৈছিল।<ref>{{cite web|url=http://www.nam.ac.uk/exhibitions/online-exhibitions/britains-greatest-battles/imphal-kohima|title=Imphal and Kohima|work=Britain's Greatest Battles|publisher=[[National Army Museum]]|accessdate=9 January 2016|url-status=dead|archiveurl=https://web.archive.org/web/20150207003427/http://www.nam.ac.uk/exhibitions/online-exhibitions/britains-greatest-battles/imphal-kohima|archivedate=7 February 2015|df=dmy-all}}</ref>
 
ইম্ফল মহানগৰৰ বৰ্তমান মেয়ৰ এল. লোকেশ্বৰ সিং।
==জনগাঁঠনি==
২০১৬ চনত ইম্ফল মহানগৰৰ জনসংখ্যা ২,৬৮,২৪৩ জন। ইম্ফলৰ সাক্ষৰতা হাৰ ৯০%, তাৰে ভিতৰত পুৰুষৰ হাৰ ৯৫% আৰু মহিলাৰ হাৰ ৮৭%। ইম্ফলৰ ৭০% হিন্দু, ১০% খ্ৰীষ্টান, ৩.৮% সনাম ধৰ্ম, ৩.৭% মুছলমান, ০.৫৪% বৌদ্ধ, ০.৪৫% জৈন আৰু ০.১৮% শিখ সম্প্ৰদায়ৰ।<ref name="Census2011">{{cite web |title=Imphal City Population, Manipur |url=http://www.census2011.co.in/census/city/184-imphal.html |website=www.census2011.co.in |publisher=Census 2011 |accessdate=14 June 2018 |date=2015}}</ref>
69 নং শাৰী:
২০১২ চনত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে জিৰিবাম শিলচৰ ৰে'লপথ ইম্ফললৈ প্ৰসাৰিত কৰিবলৈ ঘোষণা কৰিছিল।<ref>{{cite web|url=http://www.indianexpress.com/news/govt-approves-rail-link-to-imphal/1022103|title=Govt approves rail link to Imphal|date=26 October 2012|publisher=[[The Indian Express]]|accessdate=25 November 2012}}</ref><ref>{{cite web|title=NFR – Jiribam-Imphal Rail Line – Manipur|url=https://www.construction-ic.com/HomePage/Projects?ReturnUrl=%2FProjects%2FOverview%2F151721%3F|publisher=Construction Intelligence Centre|accessdate=7 November 2017}}</ref>
===স্থলপথ===
[[File:Imphal, Manipur (55).jpeg|alt=Dark highway, with oncoming headlights|thumb|ইম্ফললৈ যোৱা ১৫০ নং ৰাষ্ট্ৰীয় ঘাইপথ]]
ইম্ফলৰ মাজেৰে ১৫০ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। ই স্থল পথেৰে উত্তৰ পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ নগৰ [[গুৱাহাটী]], [[কহিমা]], [[আগৰতলা]], [[শ্বিলং]], [[ডিমাপুৰ]], [[আইজল]], [[শিলচৰ]] আদিৰ লগত সংযোজিত।
==পৰ্যটন==
===কাংলা===
76 নং শাৰী:
[[File:Kangla Fort Complex, Imphal (18).jpeg|thumb|কাংলা গড়ৰ ভগ্নাৱশেষ]]
[[File:Kangla Fort Complex, Imphal (216).jpeg|thumb|কাংলা যাদুঘৰ]]
কাংলা গড় ইম্ফল নদীৰ পাৰত অৱস্থিত। ইয়াক কাংলা মহল বুলিও জনা যায়। মেইতেই ভাষাত কাংলা মানে শুকান ঠাই। এই মহল মণিপুৰ ৰাজ্যৰ ৰজা পাখাংবাৰ ৰাজ হাউলি আছিল। ধৰ্মীয় দৃষ্টিকোণৰ পৰাও ই গুৰুত্বপূৰ্ণ। গড়ৰ ভিতৰত কেইবাটাও মন্দিৰ আৰু আৰু ইয়াৰ চাৰিওফালে দ খাৱৈ আছে।
 
===বিহু লৌকন===
বিহু লৌকন বোকা মাটিৰে সজা প্ৰাচীন তৰা আকাৰৰ গড়। ই [[পশ্চিম ইম্ফল জিলা]]ৰ মাকলাঙত অৱস্থিত।
[[File:Bihu_Loukon_-_Starfort.jpg|thumb|centre|আকাশৰ পৰা বিহু লৌকন]]
===হিয়ানথাং লাইৰেম্বি মন্দিৰ===
হিয়ানথাং লাইৰেম্বি মন্দিৰ অঞ্চলত কেইবাটাও পুৰণি মন্দিৰ আছে। ইয়াত প্ৰতি বছৰে [[দুৰ্গা পূজা]] অনুষ্ঠিত হয়।
=== ভাৰত শান্তি স্মৃতিসৌধ===
ইম্ফল নগৰৰ পৰা ১৭ কিঃমিঃ দূৰত চিদ্দিম পথত অৱস্থিত ৰঙা পাহাৰত ভাৰত শান্তি স্মৃতিসৌধ আছে। দ্বিতীয় বিশ্বযুদ্ধত মিত্ৰ বাহিনী আৰু জাপানী সন্যৰ মাজত ঘটা যুদ্ধৰ স্মৃতি স্বৰূপে ইয়াক নিৰ্মাণ কৰোৱা হৈছিল।
===ইম্ফল যুদ্ধ কবৰস্থান===
[[File:Imphal War cemetery.jpg|thumb|alt=Cemetery with trees and monuments at ground level|ইম্ফল যুদ্ধ কবৰস্থান]]
১৯৪৪ ইম্ফল যুদ্ধত প্ৰাণ হেৰুৱা ব্ৰিটিছ ভাৰতীয় সন্য সকলৰ স্মৃতিত ইম্ফল যুদ্ধ কবৰস্থান নিৰ্মাণ কৰা সুশীল।
===ইমা কেইথেলকৈথেল===
[[ইমা কেইথেলকৈথেল]] বা মহিলাৰ বজাৰ ইম্ফলৰ অন্যতম আকৰ্ষণ। কেৱল মহিলায়ে পৰিচালনা কৰা আৰু সকলো মহিলাৰ দোকান থকা ই পৃথিৱীৰ একমাত্ৰ মহিলাৰ বজাৰ।<ref>{{cite web|url=http://she.msn.astroyogi.com/she-speaks/ima-keithel-a-market-by-women.html|title=Ima Keithel – A market by women|work=She|publisher=msn|accessdate=25 November 2012|url-status=dead|archiveurl=https://web.archive.org/web/20130615235104/http://she.msn.astroyogi.com/she-speaks/ima-keithel-a-market-by-women.html|archivedate=15 June 2013|df=dmy-all}}</ref>
[[File:Imphal, Manipur (84).jpeg|thumb|alt=Market, seen from above, with colourful textiles|ইমা কেইথেলকৈথেল]]
==ত্ৰি মাতৃৰ চিত্ৰ বিঠিকা==
ত্ৰি মাতৃৰ চিত্ৰ বিঠিকা ইম্ফল চহৰৰ উল্লেখযোগ্য চিত্ৰ কলা সংগ্ৰাহালয় আৰু বিঠিকা। ই ইম্ফলৰ পৰা ৪ কিঃমিঃ নিলগত ঠাঙাপাত পথত অৱস্থিত।
==ক্ৰীড়া==
ইম্ফলত খুমন লামপাক মুখ্য ষ্টেডিয়াম নামৰ এখন বহুমুখী ষ্টেডিয়াম আছে। ইয়াত ঘাইকৈ ফুটবল আৰু এথলেটিক্স অনুষ্ঠিত হয়। ৩০,০০০ মানুহ জোৰা এই ষ্টেডিয়ামখন ১৯৯৯ চনত নিৰ্মাণ কৰা হৈছিল। ফুটবলৰ আই লীগৰ ক্লাব এনইআৰঅ'চিএ এফচিৰ ই ঘৰুৱা খেলপথাৰ।
101 নং শাৰী:
[[File:Manipur University main gate.jpg|thumb|alt=Yellow-and-green buildings forming a narrow archway|মণিপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰ]]
* মণিপুৰ বিশ্ববিদ্যালয়<ref>{{cite web|url=http://en.manipuruniv.ac.in/|title=Manipur University|publisher=|accessdate=10 June 2015}}</ref>
* কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়
* ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়
* মণিপুৰ সাংস্কৃতিক বিশ্ববিদ্যালয়
===প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান===
*ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, মণিপুৰ
* মণিপুৰ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
* ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, মণিপুৰ<ref>{{cite web|url=http://www.nitmanipur.ac.in/|title=Welcome To NIT Manipur|publisher=|accessdate=10 June 2015}}</ref>
*মণিপুৰ প্ৰযুক্তি বিশ্ববিদ্যালয়<ref>{{Cite web|url=http://mtu.ac.in/|title=MTU|website=mtu.ac.in|language=en-US|access-dateaccessdate=2017-02-25}}</ref>
 
===চিকিৎসা মহাবিদ্যালয়===
"https://as.wikipedia.org/wiki/ইম্ফাল"ৰ পৰা অনা হৈছে