মহাদেৱ গোবিন্দ ৰানডে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Authority control
No edit summary
13 নং শাৰী:
| party = [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]
| alma_mater = [[বোম্বাই বিশ্ববিদ্যালয়]]
| spouse = [[ৰামাবাই ৰাণাডে]]
}}
ৰাও বাহাদুৰ '''মহাদেৱ গোবিন্দ ৰাণাডে''' ({{lang-en|Mahadev Govind Ranade}}, ১৮ জানুৱাৰী ১৮৪২ – ১৬ জানুৱাৰী ১৯০১)ৰ জনপ্ৰিয় নাম আছিল '''বিচাৰপতি ৰাণাডে''' (বা '{{lang|en|Justice Ranade}}')। ৰাণাডে এজন ভাৰতীয় পণ্ডিত, সমাজ সংস্কাৰক, বিচাৰপতি আৰু লেখক। তেখেত [[ভাৰতীয় জাতীয় কংগ্ৰেছ]] দলৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য আছিল।<ref name=EB1911>{{cite EB1911 |wstitle=Ranade, Mahadeo Govind |volume=22 |page=884}}</ref><ref name="biogovind">{{cite web |title= Mahadev Govinde Ranade |url=http://www.rrtd.nic.in/biogovind.html |accessdate=2015-08-22}}</ref> তেখেতে বোম্বাই আইন পৰিষদত কেইবাটাও পদ অলংকৃত কৰিছিল। আনহাতে কেন্দ্ৰত তেখেত বিত্ত সমিতিৰ সদস্য আছিল।<ref name=EB1911/>মহাৰাষ্ট্ৰৰ বোম্বাই উচ্চ ন্যায়ালয়ত তেখেত ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।<ref>"Encyclopaedia Eminent Thinkers (Vol. 22 : The Political Thought of Mahadev Govind Ranade)", p. 19</ref>