মহাদেৱ গোবিন্দ ৰানডে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
 
15 নং শাৰী:
| spouse = [[ৰামাবাই ৰানডে]]
}}
ৰাও বাহাদুৰ '''মহাদেৱ গোবিন্দ ৰানডে''' ({{lang-en|Mahadev Govind Ranade}}, ১৮ জানুৱাৰী ১৮৪২ – ১৬ জানুৱাৰী ১৯০১)ৰ জনপ্ৰিয় নাম আছিল '''বিচাৰপতি ৰানডে''' (বা '{{lang|en|Justice Ranade}}')। ৰানডে এজন ভাৰতীয় পণ্ডিত, সমাজ সংস্কাৰক, বিচাৰপতি আৰু লেখক। তেখেত [[ভাৰতীয় জাতীয় কংগ্ৰেছ]] দলৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য আছিল।<ref name=EB1911>{{cite EB1911 |wstitle=Ranade, Mahadeo Govind |volume=22 |page=884}}</ref><ref name="biogovind">{{cite web |title= Mahadev Govinde Ranade |url=http://www.rrtd.nic.in/biogovind.html |accessdate=2015-08-22}}</ref> তেখেতে বোম্বাই আইন পৰিষদত কেইবাটাও পদ অলংকৃত কৰিছিল। আনহাতে কেন্দ্ৰত তেখেত বিত্ত সমিতিৰ সদস্য আছিল।<ref name=EB1911/>মহাৰাষ্ট্ৰৰ বোম্বাই উচ্চ ন্যায়ালয়ত তেখেত ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।<ref>"Encyclopaedia Eminent Thinkers (Vol. 22 : The Political Thought of Mahadev Govind Ranade)", p. 19</ref>
 
মহাদেৱ গোবিন্দ ৰানডে এগৰাকী বহুল জনপ্ৰিয় ব্যক্তি আছিল। তেখেতৰ ধৈৰ্যশীলতা আৰু শান্ত স্বভাৱে ব্ৰিটেইনত কিছুমান কৰ্ম সম্পাদন কৰাত আৰু ভাৰতবৰ্ষৰ সংস্কাৰ সাধন কৰাত সহায় কৰিছিল। তেখেতৰ জীৱনকালতে পুনা সাৰ্বজনিক সভা, ৱকট্ৰুটৱট্টেজাক সভা, মহাৰাষ্ট্ৰ গ্ৰন্থতেজাক সভা আৰু [[প্ৰাৰ্থনা সমাজ]]ৰ প্ৰতিষ্ঠা হৈছিল। তেখেতৰ সম্পাদনাত বোম্বাইৰ পৰা ইন্দুপ্ৰকাশ নামৰ এখন ইংৰাজী-মাৰাঠী দৈনিক কাকত প্ৰকাশিত হৈছিল, যাৰ ভেটি আছিল ৰানডেৰ সামাজিক আৰু ধৰ্মীয় সংস্কাৰমুখী বিচাৰধাৰা। তেখেতক ৰাও বাহাদুৰ উপাধি প্ৰদান কৰা হৈছিল।<ref name="Ranade1992">{{cite book|author=Mahadev Govind Ranade (Rao Bahadur)|title=The Miscellaneous Writings of the Late Hon'ble Mr. Justice M.G. Ranade|url=https://books.google.com/books?id=Q55IAAAAYAAJ|year=1992|publisher=Sahitya Akademi}}</ref>
43 নং শাৰী:
 
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:ভাৰতৰ স্বাধীনতা সংগ্ৰামী]]
[[শ্ৰেণী:সমাজ সংস্কাৰক]]
[[শ্ৰেণী:ভাৰতৰ ন্যায়াধীশ]]
[[শ্ৰেণী:সমাজ সংস্কাৰক]]
[[শ্ৰেণী:মৃত ব্যক্তি]]