বীণা মজুমদাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা Vina Mazumdarৰ পৰা বীণা মজুমদাৰলৈ Gitartha.bordoloiয়ে স্থানান্তৰ কৰিলে: শুদ্ধ
No edit summary
1 নং শাৰী:
{{Infobox person|name=বীণা মজুমদাৰ|alma_mater=[[অক্সফ'ৰ্ড বিশ্ববিদ্যালয়]]|known_for=|other_names=|nationality=ভাৰতীয়|notable works=|organization=চেণ্টাৰ ফ'ৰ অ'মেন ডেভেল'পমেণ্ট ষ্টাডিজ, দিল্লী|employer=|education=ডি ফিল|image=Vina MazumdarVina_1.jpg|death_place=নতুন দিল্লী, ভাৰত|birth_place=কলকাতা, [[ব্ৰিটিছ ৰাজ|ভাৰত]]|death_date={{Death date and age|df=yes|2013|5|30|1927|3|28}}|birth_date={{Birth date|df=yes|1927|3|28}}|caption=আশিতোষ কলেজত পঢ়ি থকা২০১০ সময়তচনত বীণা মজুমদাৰ|alt=|occupation=নাৰী শিক্ষাৰ শিক্ষাবিদ আৰু গৱেষক}}
[[Category:Articles with hCards]]
ড° বীণা মজুমদাৰ (২৮ মাৰ্চ ১৯২৭ – ৩০ মে' ২০১৩) এগৰাকী ভাৰতীয় শিক্ষাবিদ, বাওঁপন্থী কৰ্মী আৰু নাৰীবাদী আছিল। তেওঁ ভাৰতত নাৰীবাদী শিক্ষাৰ অগ্ৰণী আৰু নাৰীবাদী আন্দোলনৰ গুৰুত্বপূৰ্ণ ব্যক্তি আছিল। নাৰী শিক্ষাত সক্ৰিয়তাৰ লগত বৌদ্ধিক গৱেষণা সংযোগ কৰা প্ৰথম মহিলা শিক্ষাবিদসকলৰ তেওঁ অন্যতম। ভাৰতত মহিলাৰ স্থিতিৰ প্ৰথমখন সমিতিৰ তেওঁ সচিবৰ দায়িত্ব পালন কৰিছিল আৰু ১৯৭৪ চনত ''[[:en:Towards_Equality|Towards Equality]]'' নামেৰে প্ৰথমখন প্ৰতিনেদন প্ৰকাশ কৰে।<ref name="db">[[hdl:2027.42/55726|Interview with Vina Mazumdar, Global Feminisms Project]] [[University of Michigan Library#Deep Blue|Deep Blue]], Michigan University</ref><ref>{{Cite web|url=http://www.outlookindia.com/articlepopup.aspx?202376|title=First Anniversary Special Fifty Faces, A Million Reasons: Vina Mazumdar : Gender Activist|date=23 October 1996|publisher=[[Outlook (Indian magazine)|Outlook]]|archiveurl=https://web.archive.org/web/20110609071453/http://www.outlookindia.com/articlepopup.aspx?202376|archivedate=9 June 2011}}</ref> [[ভাৰতীয় সামাজিক বিজ্ঞান গৱেষণা সংস্থা|ভাৰতীয় সামাজিক বিজ্ঞান গৱেষণা সংস্থাৰসংস্থা]]অধীনত ১৯৮০ চনত প্ৰতিষ্ঠা হোৱা স্বায়ত্তশাসিত সংস্থা চেণ্টাৰ ফ'ৰ অ'মেন ডেভেল'পমেণ্ট ষ্টাডিজৰ তেওঁ প্ৰতিষ্ঠাপক সঞ্চালক। এই সংস্থাৰ ৰাষ্ট্ৰীয় গৱেষণা অধ্যাপক ৰূপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।<ref>[http://www.cwds.org/we&ourpeople.htm Our people] Centre for Women's Development Studies, website.</ref>
 
== প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা ==