সংগীতা বৰুৱা পিছাৰ'তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{infobox writer
| name =সংগীতা বৰুৱা পিছাৰ'তি
| image =
| imagesize = 200px
| alt =
| caption =
| pseudonym =
| birth_name =
| Parents_name =
| birth_date = <!-- {{birth date|-|-|-}} -->
| birth_place = [[গোলাঘাট]],[[অসম]]
| death_date =
| death_place =
| occupation =
| nationality = [[ভাৰত|ভাৰতীয়]]
| ethnicity =
| citizenship = ভাৰতীয়
| language = [[অসমীয়াইংৰাজী ভাষা|অসমীয়াইংৰাজী]]
| education =
| alma_mater =
| period =
| genre =
| subject =
| movement =
| notableworks = আছাম: দ্য একৰ্ড, দ্য ডিছকৰ্ড
| notableworks =
| notableworkspartner =
| partnerchildren =
| childrenrelatives =
| relativesinfluences =
| influencesinfluenced =
| influenced =
| awards =
| signature =
| signature_alt =
| website =
}}
'''সংগীতা বৰুৱা পিছাৰ'তি''' ({{lang-en|}Sangeeta Baruah Pisharoty}}) হৈছে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া সাংবাদিক তথা লেখক। তেওঁ ''ইউনাইটেড নিউজ অৱ ইণ্ডিয়া''ৰ [[নতুন দিল্লী]] শাখা কাৰ্যালয়ত যোগদান কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী মহিলা সাংবাদিক। ১৯৯৬ চনত তেওঁ ''ইউনাইটেড নিউজ অৱ ইণ্ডিয়া''ৰ নতুন দিল্লী শাখা কাৰ্যালয়ত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী মহিলা সাংবাদিকৰূপে সাংবাদিকতা আৰম্ভ কৰে। সংগীতা বৰুৱা পিছাৰ'তিয়ে সাংবাদিক হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ত [[উত্তৰ-পূব ভাৰত|উত্তৰ-পূৰ্বাঞ্চলক]] বিস্তৃত ৰূপত প্ৰচাৰ কৰাৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰে।{{cn}} তেওঁৰ উত্তৰ-পূৰ্বাঞ্চল সন্দৰ্ভত সাংবাদিকতা আৰম্ভ হয় 'দ্য হিন্দু' কাকতত ২০১১ চনত। এই আৰম্ভণি হয় ''ইনক্লুচিভ মেডিয়া ফেল'শ্বিপ অৱ চি এছ ডি এছ'' লাভৰ জৰিয়তে। বৰ্তমান তেওঁ ''দ্য ৱায়াৰ'' নামৰ সংবাদ ৱেবছাইটৰ জৰিয়তে অন্যান্য খবৰৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বাতৰি পৰিৱেশন কৰে। এই ফেলশ্বিপৰ জৰিয়তে তেওঁ [[ব্ৰহ্মপুত্ৰ নদী]]ৰ ভয়ংকৰ গৰাখহনীয়াৰ ফলত [[মাজুলী]]ৰ জনজীৱনৰ ক্ষয়-ক্ষতিৰ বিস্তৃত বিৱৰণ দাঙি ধৰে। ২০১৭ চনত সংগীতা বৰুৱা পিছাৰ'তিয়ে '''ৰামনাথ গোৱেঙ্কা এক্সিলেঞ্চ ইন্‌ জাৰ্নেলিজম বঁটা''' লাভ কৰে। সাংবাদিকতাৰ লগতে তেওঁ লেখা-মেলাও কৰে। ''আছামঃআছাম: দ্য একৰ্ড, দ্য ডিছকৰ্ড''ৰ ৰচয়িতা সংগীতা বৰুৱা পিছাৰ'তিয়ে [[ৰীতা চৌধুৰী]]ৰ ''[[মায়াবৃত্ত']]' শীৰ্ষক উপন্যাসখন ইংৰাজীলৈ অনুবাদ কৰিছে।<ref name="সঅবি">{{cite book | title=সংক্ষিপ্ত অসম বিশ্বকোষ | publisher=প্ৰীতিমা কৌশিক বৰুৱা, সঞ্জীৱন প্ৰকাশন | author=শান্তনু কৌশিক বৰুৱা | authorlink=শান্তনু কৌশিক বৰুৱা | year=আগষ্ট,২০২১ | pages=২৫০ | isbn=978-81-950015-4-5}}</ref>
 
==জন্ম পৰিচয় আৰু ব্যক্তিগত জীৱন==
'''সংগীতা বৰুৱা পিছাৰ'তি''' ({{lang-en|}Sangeeta Baruah Pisharoty) হৈছে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া সাংবাদিক তথা লেখক। তেওঁ ''ইউনাইটেড নিউজ অৱ ইণ্ডিয়া''ৰ নতুন দিল্লী শাখা কাৰ্যালয়ত যোগদান কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী মহিলা সাংবাদিক। ১৯৯৬ চনত তেওঁ ''ইউনাইটেড নিউজ অৱ ইণ্ডিয়া''ৰ নতুন দিল্লী শাখা কাৰ্যালয়ত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী মহিলা সাংবাদিকৰূপে সাংবাদিকতা আৰম্ভ কৰে। সংগীতা বৰুৱা পিছাৰ'তিয়ে সাংবাদিক হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰ-পূৰ্বাঞ্চলক বিস্তৃত ৰূপত প্ৰচাৰ কৰাৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰে। তেওঁৰ উত্তৰ-পূৰ্বাঞ্চল সন্দৰ্ভত সাংবাদিকতা আৰম্ভ হয় দ্য হিন্দু কাকতত ২০১১ চনত। এই আৰম্ভণি হয় ''ইনক্লুচিভ মেডিয়া ফেল'শ্বিপ অৱ চি এছ ডি এছ'' লাভৰ জৰিয়তে। বৰ্তমান তেওঁ ''দ্য ৱায়াৰ'' নামৰ সংবাদ ৱেবছাইটৰ জৰিয়তে অন্যান্য খবৰৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বাতৰি পৰিৱেশন কৰে। এই ফেলশ্বিপৰ জৰিয়তে তেওঁ [[ব্ৰহ্মপুত্ৰ নদী]]ৰ ভয়ংকৰ গৰাখহনীয়াৰ ফলত [[মাজুলী]]ৰ জনজীৱনৰ ক্ষয়-ক্ষতিৰ বিস্তৃত বিৱৰণ দাঙি ধৰে। ২০১৭ চনত সংগীতা বৰুৱা পিছাৰ'তিয়ে '''ৰামনাথ গোৱেঙ্কা এক্সিলেঞ্চ ইন্‌ জাৰ্নেলিজম বঁটা''' লাভ কৰে। সাংবাদিকতাৰ লগতে তেওঁ লেখা-মেলাও কৰে। ''আছামঃ দ্য একৰ্ড, দ্য ডিছকৰ্ড''ৰ ৰচয়িতা সংগীতা বৰুৱা পিছাৰ'তিয়ে [[ৰীতা চৌধুৰী]]ৰ ''মায়াবৃত্ত'' শীৰ্ষক উপন্যাসখন ইংৰাজীলৈ অনুবাদ কৰিছে।<ref name="সঅবি">{{cite book | title=সংক্ষিপ্ত অসম বিশ্বকোষ | publisher=প্ৰীতিমা কৌশিক বৰুৱা, সঞ্জীৱন প্ৰকাশন | author=শান্তনু কৌশিক বৰুৱা | authorlink=শান্তনু কৌশিক বৰুৱা | year=আগষ্ট,২০২১ | pages=২৫০ | isbn=978-81-950015-4-5}}</ref>
 
==জন্ম পৰিচয় আৰু ব্যক্তিগত জীৱন==
সংগীতা বৰুৱা পিছাৰ'তিয়ে [[অসম]]ৰ [[গোলাঘাট]] জিলাত জন্মলাভ কৰিছিল। পিছলৈ তেওঁ [[দিল্লী]]ত বাস কৰে।<ref name="সঅবি"/>
 
==কৰ্মজীৱন==
সংগীতা বৰুৱা পিছাৰ'তিয়ে সাংবাদিক হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰ-পূৰ্বাঞ্চলক বিস্তৃত ৰূপত প্ৰচাৰ কৰাৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰে। ১৯৯৬ চনত তেওঁ ''ইউনাইটেড নিউজ অৱ ইণ্ডিয়া''ৰ<ref>{{cite web | url=http://www.uniindia.com/contactus.aspx | title=ইউনাইটেড | accessdate=8 September 2021}}</ref> নতুন দিল্লী শাখা কাৰ্যালয়ত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী মহিলা সাংবাদিকৰূপে সাংবাদিকতা আৰম্ভ কৰে। তেওঁৰ উত্তৰ-পূৰ্বাঞ্চল সন্দৰ্ভত সাংবাদিকতা আৰম্ভ হয় ২০১১ চনত ''দ্য হিন্দু'' কাকতত ''ইনক্লুচিভ মেডিয়া ফেল'শ্বিপ অৱ চি এছ ডি এছ'' লাভৰ জৰিয়তে। বৰ্তমান সংগীতা বৰুৱা পিছাৰ'তিয়ে ''দ্য ৱায়াৰ'' নামৰ সংবাদ ৱেবছাইটৰ জৰিয়তে অন্যান্য খবৰৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বাতৰি পৰিৱেশন কৰে। এই ফেলশ্বিপৰ জৰিয়তে তেওঁ ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াৰ ফলত মাজুলীৰ জনজীৱনৰ ক্ষয়-ক্ষতিৰ বিস্তৃত বিৱৰণ দাঙি ধৰে। <ref name="সঅবি"/>
 
==সাহিত্যৰাজি-==
* আছামঃআছাম: দ্য একৰ্ড, দ্য ডিছকৰ্ড
* ৰীতা চৌধুৰীৰ মায়াবৃত্ত উপন্যাসখন ইংৰাজীলৈ অনুবাদ<ref name="সঅবি"/>
 
২ ৰীতা চৌধুৰীৰ মায়াবৃত্ত উপন্যাসখন ইংৰাজীলৈ অনুবাদ<ref name="সঅবি"/>
 
==বঁটা==
২০১১ চনত সংগীতা বৰুৱা পিছাৰ'তিয়ে ''ইনক্লুচিভ মেডিয়া ফেল'শ্বিপ অৱ চি এছ ডি এছ'' লাভ কৰিছিল। ২০১৭ চনত সংগীতা বৰুৱা পিছাৰ'তিয়ে সাংবাদিকতাৰ ক্ষেত্ৰত আগবঢ়োৱা অৰিহণাৰ বাবে ''ৰামনাথ গোৱেঙ্কা এক্সিলেঞ্চ ইন্‌ জাৰ্নেলিজম বঁটা'' লাভ কৰে।
 
==তথ্যউৎস==
{{reflist}}
 
[[শ্ৰেণী:অসমৰ ব্যক্তি]]
[[শ্ৰেণী:অসমৰজীৱিত লেখিকাব্যক্তি]]
[[শ্ৰেণী:অসমৰ সাহিত্যিক]]
[[শ্ৰেণী:অসমৰ সাংবাদিক]]
[[শ্ৰেণী:জীৱিত ব্যক্তি]]