আজ জানে কী জিদ না কৰো: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা আজ জানে কী জিদ না কৰ'ৰ পৰা আজ জানে কী জিদ না কৰোলৈ Babulbaishyaয়ে স্থানান্তৰ কৰিলে
No edit summary
18 নং শাৰী:
| producer =
}}
'''আজ জানে কী জিদ না কৰ'কৰো''' ({{Lang-ur|آج جانے کی ضد نہ کرو}} {{Translation|আজি যাওঁ বুলি জেদ নকৰিবা}}) হৈছে পাকিস্তানৰ প্ৰখ্যাত কবি ফায়াজ হাশ্মিৰ দ্বাৰা ৰচিত এটি গীতি-কবিতা। <ref>{{cite news| url=http://www.hindu.com/mp/2006/11/13/stories/2006111300340800.htm | archive-url=https://web.archive.org/web/20131203053307/http://www.hindu.com/mp/2006/11/13/stories/2006111300340800.htm | url-status=dead | archive-date=2013-12-03 | location=Chennai, India | work=[[The Hindu]] | title=When mood and melody merged | date=2006-11-13}}, Retrieved 31 October 2016</ref> এই গীতটিত সুৰ আৰোপ কৰিছিল প্ৰসিদ্ধ পাকিস্তানী সুৰকাৰ চোহেইল ৰাণাই।<ref>http://www.sohailrana.com/biography.html</ref> বিখ্যাত ধ্ৰুপদী গায়ক হাবিব ৱালি মহম্মদৰ কণ্ঠত এই গীতটিয়ে বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল। ১৯৭৩ চনৰ জনপ্ৰিয় পাকিস্তানী চলচ্চিত্ৰ ''বাদল ঔৰ বিজলী''ত পাৰ্শ্বগীত হিচাপেও এই গীতটো হাবিব ৱালি মহম্মদে পৰিৱেশন কৰিছিল। খ্যাতনামা গজল গায়িকা ফৰিদা খানুমে গোৱা এই গীতটিৰ ৰূপটো বহুলভাৱে প্ৰসিদ্ধ হৈছিল আৰু তেওঁ PTV (পাকিস্তান টেলিভিশ্যন)ৰ লগতে ৰাজহুৱা সংগীতানুস্থানসমূহত গীতটো ব্যাপক ৰূপত পৰিৱেশন কৰিছিল। <ref>{{cite news|url=http://www.hindu.com/2008/01/13/stories/2008011356990200.htm |archive-url=https://web.archive.org/web/20080116163305/http://www.hindu.com/2008/01/13/stories/2008011356990200.htm |url-status=dead |archive-date=2008-01-16 |title=New Delhi News : Bollywood tales of stardom and the big bad world Cinema |date=2008-01-13 |accessdate=31 October 2016|work=[[The Hindu]] |location=Chennai, India}}</ref> গীতটো য়মন কল্যাণ ৰাগত পৰিৱেশিত হয়। <ref>{{cite news| url=http://www.thehindu.com/arts/music/article889941.ece | location=Chennai, India | work=The Hindu | first=Gowri | last=Ramnarayan | title=The romance of the verse | date=2010-11-16}}, Retrieved 31 October 2016</ref>
 
পৰৱৰ্তী কালত অতিশয় সুললিত স্বৰমাধুৰ্য আৰু প্ৰগাঢ় ৰোমাণ্টিক গীতিকথাৰ বাবেই এই গীতটি বহুকেইজন শিল্পীয়ে পুনঃ পৰিৱেশন কৰিছে। তেওঁলোকৰ ভিতৰত বিখ্যাত ভাৰতীয় সংগীতশিল্পী আশা ভোছলে অন্যতম (''আশা ভোছলে: Love Supreme, ২০০৬'')। <ref>[https://itunes.apple.com/us/album/love-supreme/id288295545 Love Supreme- Asha Bhosle- View More by This Artist 2006] [[iTunes]], Retrieved 31 October 2016</ref> এই গীতটো মীৰা নায়াৰৰ গ'ল্ডেন লায়ন বঁটা বিজয়ী চলচ্চিত্ৰ ''মনচুন ৱেডিঙ'' (২০০১)-ত পাৰ্শ্বসংগীত ৰূপে ব্যৱহৃত হৈছিল। <ref>{{cite web |title=Soundtracks for Monsoon Wedding (2001) |url=https://www.imdb.com/title/tt0265343/soundtrack |date= |publisher=[[IMDb]] |accessdate=31 October 2016 }}</ref> উল্লেখ্য যে, এই গীতটোৰ হাবিব আলি মহ'ম্মদৰ প্ৰথম আৰু মূল ৰূপটো এতিয়াও অতীৱ জনপ্ৰিয়। এই গীতটোক মূল ৰূপত আমেৰিকান সংগীতজ্ঞ [[শংকৰ টাকাৰ]]ৰ অনলাইন সংগীত শৃংখল 'দ্য শ্ৰুতি বক্স'ৰ অংশ হিচাপে ৰোহিণী ৰাৱাডাই পুনৰ পৰিৱেশন কৰিছিল। [[এ আৰ ৰহমান|এ আৰ ৰহমানে]] এম টি ভি ভাৰতৰ ''এম টি ভি আন্-প্লাগড্(২য় বৰ্ষ)''ত পৰিৱেশন কৰিছিল। <ref>[https://web.archive.org/web/20121107010226/http://mtv.in.com/unplugged/videos.php?cid=12598 ] Retrieved 31 October 2016</ref>