বীণা মজুমদাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Infobox person|name=বীণা মজুমদাৰ|alma_mater=[[অক্সফ'ৰ্ড বিশ্ববিদ্যালয়]]|known_for=|other_names=|nationality=ভাৰতীয়|notable works=|organization=চেণ্টাৰ ফ'ৰ অ'মেন ডেভেল'পমেণ্ট ষ্টাডিজ, দিল্লী|employer=|education=ডি ফিল|image=Vina_1.jpg|death_place=[[নতুন দিল্লী]], [[ভাৰত]]|birth_place=কলকাতা, [[ব্ৰিটিছ ৰাজ|ভাৰত]]|death_date={{Death date and age|df=yes|2013|5|30|1927|3|28}}|birth_date={{Birth date|df=yes|1927|3|28}}|caption=২০১০ চনত বীণা মজুমদাৰ|alt=|occupation=নাৰী শিক্ষাৰ শিক্ষাবিদ আৰু গৱেষক
}}
ড° '''বীণা মজুমদাৰ''' ({{Lang-en|Vina Mazumdar}}; ২৮ মাৰ্চ ১৯২৭ – ৩০ মে' ২০১৩) এগৰাকী ভাৰতীয় শিক্ষাবিদ, বাওঁপন্থী কৰ্মী আৰু নাৰীবাদী আছিল। তেওঁ ভাৰতত নাৰীবাদী শিক্ষাৰ অগ্ৰণী আৰু নাৰীবাদী আন্দোলনৰ গুৰুত্বপূৰ্ণ ব্যক্তি আছিল। নাৰী শিক্ষাত সক্ৰিয়তাৰ লগত বৌদ্ধিক গৱেষণা সংযোগ কৰা প্ৰথম মহিলা শিক্ষাবিদসকলৰ তেওঁ অন্যতম। ভাৰতত মহিলাৰ স্থিতিৰ প্ৰথমখন সমিতিৰ তেওঁ সচিবৰ দায়িত্ব পালন কৰিছিল আৰু ১৯৭৪ চনত ''[[:en:Towards_Equality|Towards Equality]]'' নামেৰে প্ৰথমখন প্ৰতিনেদন প্ৰকাশ কৰে।<ref name="db">[[hdl:2027.42/55726|Interview with Vina Mazumdar, Global Feminisms Project]] [[University of Michigan Library#Deep Blue|Deep Blue]], Michigan University</ref><ref>{{Cite web|url=http://www.outlookindia.com/articlepopup.aspx?202376|title=First Anniversary Special Fifty Faces, A Million Reasons: Vina Mazumdar : Gender Activist|date=23 October 1996|publisher=[[Outlook (Indian magazine)|Outlook]]| archiveurl=https://web.archive.org/web/20110609071453/http://www.outlookindia.com/articlepopup.aspx?202376|archivedate=9 June 2011}}</ref> [[ভাৰতীয় সামাজিক বিজ্ঞান গৱেষণা সংস্থা|ভাৰতীয় সামাজিক বিজ্ঞান গৱেষণা সংস্থা]]ৰ অধীনত ১৯৮০ চনত প্ৰতিষ্ঠা হোৱা স্বায়ত্তশাসিত সংস্থা চেণ্টাৰ ফ'ৰ অ'মেন ডেভেল'পমেণ্ট ষ্টাডিজৰ তেওঁ প্ৰতিষ্ঠাপক সঞ্চালক। এই সংস্থাৰ ৰাষ্ট্ৰীয় গৱেষণা অধ্যাপক ৰূপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।<ref>[http://www.cwds.org/we&ourpeople.htm Our people] Centre for Women's Development Studies, website.</ref>
[[Category:Articles with hCards]]
ড° বীণা মজুমদাৰ (২৮ মাৰ্চ ১৯২৭ – ৩০ মে' ২০১৩) এগৰাকী ভাৰতীয় শিক্ষাবিদ, বাওঁপন্থী কৰ্মী আৰু নাৰীবাদী আছিল। তেওঁ ভাৰতত নাৰীবাদী শিক্ষাৰ অগ্ৰণী আৰু নাৰীবাদী আন্দোলনৰ গুৰুত্বপূৰ্ণ ব্যক্তি আছিল। নাৰী শিক্ষাত সক্ৰিয়তাৰ লগত বৌদ্ধিক গৱেষণা সংযোগ কৰা প্ৰথম মহিলা শিক্ষাবিদসকলৰ তেওঁ অন্যতম। ভাৰতত মহিলাৰ স্থিতিৰ প্ৰথমখন সমিতিৰ তেওঁ সচিবৰ দায়িত্ব পালন কৰিছিল আৰু ১৯৭৪ চনত ''[[:en:Towards_Equality|Towards Equality]]'' নামেৰে প্ৰথমখন প্ৰতিনেদন প্ৰকাশ কৰে।<ref name="db">[[hdl:2027.42/55726|Interview with Vina Mazumdar, Global Feminisms Project]] [[University of Michigan Library#Deep Blue|Deep Blue]], Michigan University</ref><ref>{{Cite web|url=http://www.outlookindia.com/articlepopup.aspx?202376|title=First Anniversary Special Fifty Faces, A Million Reasons: Vina Mazumdar : Gender Activist|date=23 October 1996|publisher=[[Outlook (Indian magazine)|Outlook]]|archiveurl=https://web.archive.org/web/20110609071453/http://www.outlookindia.com/articlepopup.aspx?202376|archivedate=9 June 2011}}</ref> [[ভাৰতীয় সামাজিক বিজ্ঞান গৱেষণা সংস্থা|ভাৰতীয় সামাজিক বিজ্ঞান গৱেষণা সংস্থা]]ৰ অধীনত ১৯৮০ চনত প্ৰতিষ্ঠা হোৱা স্বায়ত্তশাসিত সংস্থা চেণ্টাৰ ফ'ৰ অ'মেন ডেভেল'পমেণ্ট ষ্টাডিজৰ তেওঁ প্ৰতিষ্ঠাপক সঞ্চালক। এই সংস্থাৰ ৰাষ্ট্ৰীয় গৱেষণা অধ্যাপক ৰূপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।<ref>[http://www.cwds.org/we&ourpeople.htm Our people] Centre for Women's Development Studies, website.</ref>
 
== প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা ==
বীণা মজিমদাৰে কলকাতাৰ এক মধ্যবিত্ত বঙালী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তিনিটা ল'ৰা আৰু দুজনী ছোৱালীৰ মাজত তেওঁ কনিষ্ঠ আছিল। দেউতাক প্ৰকাশ মজুমদাৰ আছিল এজন অভিযন্তা আৰু ককাদেউতাক ৰমেশ চন্দ্ৰ মজুমদাৰ এজন প্ৰসিদ্ধ ইতিহাসবিদ। কলকাতাৰ ছেইণ্ট জন্‌ছ ডায়'চিচান গাৰ্ল্‌ছ হায়াৰ ছেকেণ্ডেৰী স্কুলত শিক্ষাজীৱন আৰম্ভ কৰি তেওঁ বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ৰ মহিলা কলেজ আৰু [[কলিকতা বিশ্ববিদ্যালয়]]ৰ আশুতোষ কলেজত পঢ়ে। তেতিয়া তেওঁ আশিতোষ কলেজৰ ছাত্ৰী সন্থাৰ সম্পাদিকা নিৰ্বাচিত হয়। সেই পদত থাকোঁতে তেওঁ ৰমা ৰাও সমিতিৰ সমৰ্থনত সভাৰ আয়োজন কৰিছিল। এই সমিতিয়ে [[হিন্দু আইন]]ৰ সংশোধন কৰি ছোৱালী সন্তানৰ বাবে উত্তৰাধিকাৰ ৰ সমৰ্থন কৰিছিল।<ref name="hin12hin12_">{{Cite news|title=Remembering Vina Mazumdar|url=http://www.thehindu.com/news/national/remembering-vina-mazumdar/article4765937.ece|work=The Hindu|date=30 May 2013|access-dateaccessdate=2 June 2013}}</ref> ১৯৪৭ চনত ভাৰতৰ স্বাধীনতাৰ পাছতে তেওঁ অক্সফ'ৰ্ডৰ ছেইণ্ট হিউজ কলেজলৈ গৈ স্নাতক শিক্ষা সম্পূৰ্ণ কৰে। ১৯৬০ চনত পুনৰ অক্সফ'ৰ্ডলৈ গৈ ১৯৬২ চনত ড ফিল সম্পন্ন কৰে।
 
== কৰ্মজীৱন ==
পাটনা বিশ্ববিদ্যালয়ত [[ৰাজনীতি বিজ্ঞান]]ৰ বক্তা হিচাপে বীণা মজুমদাৰে কৰ্মজীৱন আৰম্ভ কৰে।<ref name="hin122">{{cite news|title=Remembering Vina Mazumdar|url=http://www.thehindu.com/news/national/remembering-vina-mazumdar/article4765937.ece|work=The Hindu|date=30 May 2013|access-dateaccessdate=2 June 2013}}</ref> পাছলৈ তেওঁ বেহৰামপুৰ বিশ্ববিদ্যালয়তো শিক্ষকতা কৰে। ইয়াৰ পাছত তেওঁ নতুন দিল্লীত বিশ্ববিদ্যালয় মঞ্জুৰী কমিচনৰ সচিবালয়ত শিক্ষা কৰ্মকতা হিচাপে যোগদান কৰে আৰু University Education and Social Change in India' (April 1970 – Dec. 1970) শীৰ্ষক গৱেষণাৰ বাবে ইণ্ডিয়ান ইনষ্টিটিউট অৱ এড্‌ভান্সড ষ্টাডিজৰ ফেল' নিৰ্বাচিত হয়।<ref name="db">[[hdl:2027.42/55726|Interview with Vina Mazumdar, Global Feminisms Project]] [[University of Michigan Library#Deep Blue|Deep Blue]], Michigan University</ref>
 
ভাৰতত নাৰীৰ মৰ্যাদাবিষয়ক সমিতিৰ (১৯৭১-৭৪)তেওঁ সদস্য সচিব আছিল।<ref>[[Vina Mazumdar#Ag|Agrawal, p. 62]]</ref> এই সমিতিৰ প্ৰতিবেদন ''Towards Equality'' ত কৃষিমূলকৰ পৰাঔদ্যোগিক সমাজলৈ সলনি হোৱা ভাৰতত মহিলাৰ দাৰিদ্ৰ বাঢ়ি অহা আৰু পুৰুষ নানীৰ অনুপাত কমি অহাৰ কথা কোৱা হৈছিল। এই প্ৰতিবেদনে ভাৰতত নাৰী শিক্ষা আৰু নাৰী আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা লয়।<ref name="to">{{Cite news|url=http://articles.timesofindia.indiatimes.com/2010-03-08/india/28147826_1_first-report-middle-class-women-equality|title=Educated middle class women are selfish|date=8 March 2010|work=[[The Times of India]]}}</ref><ref>{{Cite news|title=Vina Mazumdar, freedom's child|url=http://www.indianexpress.com/news/vina-mazumdar-freedom-s-child/1123440/0|date=1 June 2013|access-dateaccessdate=2 June 2013}}</ref> ১৯৭৫ চনৰ পৰা ১৯৮০ চনলৈ তেওঁ [[ভাৰতীয় সামাজিক বিজ্ঞান গৱেষণা সংস্থা]]ৰ নাৰী শিক্ষা প্ৰগ্ৰেমৰ সঞ্চালক পদত থাকে।<ref name="db">[[hdl:2027.42/55726|Interview with Vina Mazumdar, Global Feminisms Project]] [[University of Michigan Library#Deep Blue|Deep Blue]], Michigan University</ref><ref>''Emerging State Feminism in India: A Conversation with Vina Mazumdar'', [[International Feminist Journal of Politics]], Volume 9, Issue 1 March 2007, ''pp. 104 – 111''.</ref> (ক) এচৌৱে যে ব্যভিচাৰৰ পৰা আঁতৰি থাকে, সেই বিষয়ে আমি কি ক'ব পাৰোঁ?<ref>{{Cite news|title=Remembering Vina Mazumdar|url=http://www.thehindu.com/news/national/remembering-vina-mazumdar/article4765937.ece|access-dateaccessdate=7 December 2013|work=The Hindu|date=7 December 2013}}</ref>
 
১৯৮০ চনত তেওঁ নতুন দিল্লীত চেণ্টাৰ ফ'ৰ অ'মেন ডেভেল'পমেণ্ট ষ্টাডিজৰ (CWDS) প্ৰতিষ্ঠাপক সঞ্চালক পদত যোগদান কৰি ১৯৯১ চনত অৱসৰলৈকে এই পদত থাকে। এই সংস্থাই ভাৰতত পাছলৈ নাৰী শিক্ষাত অগ্ৰণী ভূমিকা লয়। তেওঁ ইণ্ডিয়ান এছ'চিয়েচন অৱ অ'মেন ষ্টাডিজৰো প্ৰতিষ্ঠাপক সদস্য আছিল। ১৯৯৬ চনৰ পৰা ২০০৫ চনলৈকে তেওঁ চেণ্টাৰ ফ'ৰ অ'মেন ডেভেল'পমেণ্ট ষ্টাডিজৰ অধ্যক্ষ পদত আছিল।
 
== ব্যক্তিগত জীৱন ==
১৯৫২ চনত সংগীতজ্ঞ শংকৰ মজুমদাৰৰ লগত বীণা মজুমদাৰৰ বিবাহ হয়।<ref name="hin12">{{Cite news|title=Remembering Vina Mazumdar|url=http://www.thehindu.com/news/national/remembering-vina-mazumdar/article4765937.ece|work=The Hindu|date=30 May 2013|access-dateaccessdate=2 June 2013}}<cite class="citation news cs1" data-ve-ignore="true">[http://www.thehindu.com/news/national/remembering-vina-mazumdar/article4765937.ece "Remembering Vina Mazumdar"]. ''The Hindu''. 30 May 2013<span class="reference-accessdate">. Retrieved <span class="nowrap">2 June</span> 2013</span>.</cite></ref> তেওঁলোকৰ তিনিগৰাকী জী আৰু এটি ল'ৰা আছিল। এগৰাকী জী ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ নেতা সীতাৰাম য়েচুৰীৰ প্ৰথমা পত্নী আছিল। ২০১৩ চনৰ ৩০ মে'ত কিছুদিনৰ অসুস্থতাৰ পাছত বীণা মজুমদাৰে ৮৬ বছৰ বয়সত মৃত্যুবৰণ কৰে।<ref name="hin12" /> ২০১০ চনত তেওঁ আত্মজীৱনীমূলক গ্ৰন্থ ''Memories of a Rolling Stone'' প্ৰকাশ কৰিছিল।
 
== গ্ৰন্থপঞ্জী ==
 
* ''Education & social change: three studies on nineteenth century India''. Indian Institute of Advanced Study, 1972.
* ''Role of rural women in development''. University of Sussex. Institute of Development Studies. Allied Publishers, 1978.
Line 37 ⟶ 36:
{{Reflist}}
 
[[শ্ৰেণী:ভাৰতীয়ভাৰতৰ নাৰীবাদীব্যক্তি]]
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:বঙালী ব্যক্তি]]
[[শ্ৰেণী:ভাৰতীয় শিক্ষাবিদ]]
[[শ্ৰেণী:ভাৰতীয় নাৰীবাদী]]