→ঘটনাৱলী
{{আজিৰ দিনটো|30|9|273}}
== ঘটনাৱলী ==
# ৰাধাগোৱিন্দ বৰুৱাৰ উদ্যোগত অসমৰ প্ৰথম ইংৰাজী দৈনিক আসাম ট্ৰিবিউন প্ৰকিশত হয় ১৯৪৬ চনৰ আজিৰ দিনটোত। এই বাতৰি কাকতখন প্ৰথমতে ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত হৈছিল ১৯৩৯ চনৰ ৪ আগষ্ট তাৰিখে। ▼
▲
▲# মোগল সম্ৰাট [[ঔৰংজেব|ঔৰংগজেৱে]] [[হায়দৰাবাদ]]ৰ গোলকুন্দা দখল কৰে ১৬৮৭ চনৰ আজিৰ দিনটোতে।
▲# আজিৰ দিনটোতে ১৯১৭ চনত ৰাছিয়াৰ জাৰ আৰু তেওঁৰ পৰিয়ালক ছাইবেৰিয়ালৈ নিৰ্বাসন দিয়া হয়।
▲# ব্ৰিটিছ অধিকৃত দক্ষিণ আফ্ৰিকাৰ ঔপনিৱেশিক বেচুৱানলেণ্ডে স্বাধীনতা লাভ কৰে। আৰু বেচুৱানালেণ্ডৰ নতুন নাম হয় [[বোৎছোৱানা]]।
==জন্ম==
==মৃত্যু==
* ১৯৯৭ -[[যোগেন্দ্ৰ নাথ হাজৰিকা]], অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
==দিৱস==
== বাহ্যিক সংযোগ ==
|