বাৰ্তা:জানকী অম্মল (ৰামানুজনৰ পত্নী): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
4 নং শাৰী:
দ্বিতীয় কথা সম্পূৰ্ণ নোহোৱা প্ৰবন্ধটো আপুনি ''উল্লেখযোগ্য নহয়'' বুলি কোৱাৰ কোনো যুক্তিয়েই মই নেদেখোঁ। কেৱল বঁটা বাহন পালে, কিতাপ লিখিলে, অভিনয় কৰিলেহে নাৰী উল্লেখযোগ্য হয়নি?
তৃতীয় কথা, ৰামানুজনৰ লগত সম্পৰ্কিত হ'ল বুলিয়েই জানকীক উল্লেখযোগ্যতা নাথাকে বুলি ক'ব খোজা কথাষাৰ কোনোপধ্যে মানি ল'ব নোৱাৰোঁ। '''যিগৰাকী জানকীৰ বাবে আমি আজি ৰামানুজনৰ সম্পদসমূহ, গৱেষণা পত্ৰসমূহ সযতনে পালোঁ, ৰামানুজনৰ মৃত্যুৰ ইমান বছৰ পিছতো, সেইগৰাকী জানকীৰ উল্লেখযোগ্যতা তথাকথিত লেখিকা, অভিনেত্ৰী, দেৱী আদিতকৈ বহু গুণে ওপৰত। ''' ইমানদিনে ৱিকিত জানকীৰ বিষয়ে সুকীয়া প্ৰবন্ধ এটা নথকাটোহে মোৰ দৃষ্টিত পৰিতাপৰ বিষয়। ধন্যবাদ।
:{{ping|অনামিকা(চুমু) বড়া}} আপুনি [[ৱিকিপিডিয়া:উল্লেখযোগ্যতা (ব্যক্তি)]] এবাৰ পঢ়ি চাব। আবেগিক যুক্তিতকৈ নীতি নিৰ্দেশনা অনুসৰি প্ৰবন্ধ সৃষ্টি কৰিলে ভাল হয়। এই প্ৰবন্ধটো নিশ্চয় কোনো কাকত আলোচনীৰ বাবে সুন্দৰ বিষয়বস্তু হব পাৰে, কিন্তু মোৰ বোধেৰে বিশ্বকোষীয় বিষয় নহয়। আৰু ৱিকিপিডিয়াত সকলোৱে সম্পাদনা কৰিব পাৰে বা টেগ লগাব পাৰে। তাত কাৰো আপত্তি থাকিব নালাগে। সম্পাদনা দ্বন্দ্ব লগালে বুলিয়েই আনে কোনো সম্পাদনা কৰিব নোৱাৰে তাৰ মানে নাই। --[[User:SlowPhoton|SlowPhoton]] ([[User talk:SlowPhoton|talk]]) 15:30, 29 September 2021 (ইউ.টি.চি.)
"জানকী অম্মল (ৰামানুজনৰ পত্নী)" পৃষ্ঠালৈ উভতি যাওক।