৩০ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

19 নং শাৰী:
 
==মৃত্যু==
* ১৯৫৩ - [[লিৱিছ ফ্ৰাই ৰিচাৰ্ডছন]] (Lewis Fry Richardson), ইংৰাজ গণিতজ্ঞ, পদাৰ্থ বিজ্ঞানী, বতৰবিজ্ঞানী আৰু মনোবিজ্ঞানী। গণিতৰ ''ফ্ৰেক্টেল''(fractal), ''ৰিচাৰ্ডছন এক্সট্ৰাপ'লেছন'' (Richardson extrapolation) আৰু বৈজ্ঞানীক মডেলিঙৰ (Scientific modelling) উদ্ভাৱক। ইয়াৰ উপৰিও যুদ্ধৰ গাণিতিক বিশ্লেষণ, বতৰৰ আগজাননী, আৰু উপকূল ৰেখা আৰু সীমাৰ দৈৰ্ঘ্যৰ ওপৰত কৰা গৱেষণাৰ বাবে জনা যায়।
* ১৯৮৫ - [[চাৰ্লছ ফ্ৰান্সিছ ৰিখ্টাৰ]] (Charles Francis Richter), আমেৰিকান ভূমিকম্প আৰু পদাৰ্থ বিজ্ঞানী। ভূমিকম্পৰ প্ৰাবল্য জোখ লোৱা [[ৰিখ্টাৰ প্ৰাবল্য স্কেল]]ৰ ( Richter magnitude scale) উদ্ভাৱক।
* ১৯৯৭ - [[যোগেন্দ্ৰ নাথ হাজৰিকা]], অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
* ২০০১ - [[মাধৱ ৰাও সিন্ধিয়া]], ভাৰতীয় ৰাজনেতা।