৩০ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 নং শাৰী:
{{আজিৰ দিনটো|30|9|273}}
== ঘটনাৱলী ==
* ১৫২০ - [[চুলেইমান দা মেগ্নিফিছেণ্ট]]ে তেওঁৰ দেউতাক চেলাম প্ৰথমৰ পিছত অট'মান চুলতান হয়। (১৫৬৬ চনলৈকে শাসন কৰিছিল। )
* ১৬৮৭ - মোগল সম্ৰাট [[ঔৰংজেব|ঔৰংগজেৱে]] [[হায়দৰাবাদ]]ৰ গোলকুন্দা দখল কৰে।
* ১৯১৭ - ৰাছিয়াৰ জাৰ আৰু তেওঁৰ পৰিয়ালক ছাইবেৰিয়ালৈ নিৰ্বাসন দিয়া হয়।
* ১৯৪৬ - ৰাধাগোৱিন্দ বৰুৱাৰ উদ্যোগত অসমৰ প্ৰথম ইংৰাজী দৈনিক আসাম ট্ৰিবিউন প্ৰকাশিক হয়। এই বাতৰি কাকতখন প্ৰথমতে ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত হৈছিল ১৯৩৯ চনৰ ৪ আগষ্ট তাৰিখে।
* ১৯৬৬ - ব্ৰিটিছ অধিকৃত দক্ষিণ আফ্ৰিকাৰ ঔপনিৱেশিক বেচুৱানলেণ্ডে স্বাধীনতা লাভ কৰে। আৰু বেচুৱানালেণ্ডৰ নতুন নাম হয় [[বোৎছোৱানা]]।
* ১৯৯০ - প্ৰাক্তন উপ-প্ৰধান মন্ত্ৰী [[দেৱী লাল]]ৰ সংসদৰপৰা ইস্তফা দিয়ে।
* ১৯৯৩ - মহাৰাষ্টৰ লাটুৰত ৬.২ প্ৰাবল্যৰ ভূমিকম্প হৈছিল, প্ৰায় ১০,০০০ লোকৰ মৃত্যু হৈছিল।
* ১৯৯৯ - ভূ-পৃষ্ঠৰপৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিবপৰা [[আকাশ মিছাইল]]ৰ সফল পৰীক্ষণ হয়।