৩০ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

12 নং শাৰী:
 
==জন্ম==
* ১২০৭ - [[ৰুমি]] (Rumi বা Jalāl ad-Dīn Mohammad Rūmī), পাৰ্চিয়ান কবি।
* ১৯১৫ - [[মদন পুৰী]], হিন্দী আৰু পাঞ্জাৱী কথাছবিৰ অভিনেতা।
* ১৯২২ - [[ঋষিকেশ মুখাৰ্জী]], ভাৰতীয় কথাছবি নিৰ্মাতা।
* ১৯৪১ – [[কমলেশ শৰ্মা]], ভাৰতীয় শিক্ষাবিদ আৰু কূটনীতিবিদ, পঞ্চম কমনৱেলথ চেক্ৰেটেৰী জেনেৰেল।
* ১৯৬৪ - [[মণিকা বেলুচী]], ইটালীয়ান অভিনেত্ৰী।
* ১৯৭২ - [[চান]] বা শান্তনু মুখাৰ্জী, বলীউডৰ গায়ক।
* ১৯৮০ - [[মাৰ্টিনা হিংগিছ]] (Martina Hingis), চুইছ টেনিছ খেলুৱৈ।
* ১৯৮৬ - [[মাৰ্টিন গাপ্টিল]] (Martin Guptill), নিউজিলেণ্ডৰ ক্ৰিকেট খেলুৱৈ।