টেগ্‌: MassMessage delivery
No edit summary
3 নং শাৰী:
== Reminder: Wikipedia 20th celebration "the way I & my family feels" ==

'''Greetings,'''

12 নং শাৰী:
Please have a look at the event page: ''''"[https://meta.wikimedia.org/wiki/Wikipedia_20th_celebration_the_way_I_%26_my_family_feels Wikipedia 20th celebration the way I & my family feels]"'''

Let's all be creative and celebrate Wikipedia20 birthday, '''"the way I and my family feels"'''.

If you are interested to contribute please participate. Do feel free to share the news and ask others to participate.
25 নং শাৰী:
|style="font-size: x-large; padding: 0; vertical-align: middle; height: 1.1em; " | '''ফটোগ্ৰাফাৰৰ পদক'''

|style="vertical-align: middle; border-top: 1px solid gray; " | বন্ধুবৰ,
ৱিকিপিডিয়ালৈ দিয়া আপোনাৰ অমূল্য ফটোসমূহৰ মূল্য দিবলৈ আমাৰ ওচৰত একো নাই। গতিকে এই সামান্য সন্মান আগবঢ়ালোঁ।
-- [[User:দিব্য দত্ত|'''দিব্য দত্ত''']]  ([[User Talk:দিব্য দত্ত|বাৰ্তা]]) 15:33, 27 February 2021 (ইউ.টি.চি.)

:অশেষ ধন্যবাদ জনালোঁ। --'''[[User:Chiring chandan|Chandan Chiring Phukon ]]'''[[User talk:Chiring chandan|Chat]] 03:22, 28 February 2021 (ইউ.টি.চি.)

== Universal Code of Conduct consultation ==
37 নং শাৰী:
== সুলেখিত প্ৰবন্ধকাৰ পদক ==

{| style="border: 2px solid brown; background-color: #D0F0C0; "
|rowspan="2" style="vertical-align:middle; " |[[File:Feather Barnstar Hires.png|100px]]
|rowspan="2" |
|style="font-size: x-large; padding: 0; vertical-align: middle; height: 1.1em; " | '''সুলেখিত প্ৰৱন্ধকাৰপ্ৰবন্ধকাৰ পদক'''

|style="vertical-align: middle; border-top: 1px solid gray; " |প্ৰিয় সতীৰ্থ, নিত্য-নতুন নিটোল গাঁ‌থনি আৰু নিখুঁ‌ত ভাষাশৈলীৰ প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ লগতে ইয়াৰ মান বঢ়োৱাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰপৰা কৃতজ্ঞতাস্বৰূপে এই পদকটি আগবঢ়ালোঁ। {{dash}} [[সদস্য:Nayan j Nath|Nayan j Nath]] ([[সদস্য বাৰ্তা:Nayan j Nath|বাৰ্তা]]) 02:35, 1 March 2021 (ইউ.টি.চি.)

:আপোনাৰ লগতে সতীৰ্থ ৱিকিযোদ্ধাসকললৈ অশেষ ধন্যবাদ। --'''[[User:Chiring chandan|Chandan Chiring Phukon ]]'''[[User talk:Chiring chandan|Chat]] 15:20, 1 March 2021 (ইউ.টি.চি.)

== Wikimedia Foundation Community Board seats: Call for feedback meeting ==
58 নং শাৰী:

বিষয়টো সমাধান হ'ল। আপুনি লক্ষ্য নকৰিলেও হ'ব এতিয়া। [[সদস্য:Debasish Buragohain Ghilamara|Debasish Buragohain Ghilamara]] ([[সদস্য বাৰ্তা:Debasish Buragohain Ghilamara|বাৰ্তা]]) 00:17, 15 মে' 2021 (ইউ.টি.চি.)Debasish Buragohain Ghilamara
: {{Ping|Debasish Buragohain Ghilamara}} ভাল বাৰু। --'''[[User:Chiring chandan|𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓]]'''[[User talk:Chiring chandan|Let's Talk]] 04:00, 15 মে' 2021 (ইউ.টি.চি.)

== গ্ৰীক কিংবদন্তি পদক ==

{| style="border: 1px solid black; background-color: #D0F0C0; "
|rowspan="2" style="vertical-align:middle; " |[[File:Poseydon barnstar.png|100px]]
|rowspan="2" |
|style="font-size: x-large; padding: 0; vertical-align: middle; height: 1.1em; " | '''গ্ৰীক কিংবদন্তি পদক'''

|style="vertical-align: middle; border-top: 1px solid gray; " |প্ৰিয় সতীৰ্থ, সুখপাঠ্য অনুবাদ আৰু নিখুঁ‌ত ভাষাশৈলীৰ গ্ৰীক কিংবদন্তিৰ ভালে সংখ্যক প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ লগতে ইয়াৰ মান বঢ়োৱাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰপৰা কৃতজ্ঞতাস্বৰূপে এই পদকটি আগবঢ়ালোঁ। - [[সদস্য:Nayan j Nath|Nayan j Nath]] ([[সদস্য বাৰ্তা:Nayan j Nath|বাৰ্তা]]) 07:55, 29 মে' 2021 (ইউ.টি.চি.)

: {{Ping|সদস্য:Nayan j Nath}} অশেষ ধন্যবাদ। --'''[[User:Chiring chandan|𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓]]'''[[User talk:Chiring chandan|Let's Talk]] 09:25, 29 মে' 2021 (ইউ.টি.চি.)

== এই মাহৰ ৱিকিপিডিয়ান: মে' ২০২১ ==

{{এই মাহৰ ৱিকিপিডিয়ান}}
: এয়া মোৰ বাবে স্বৰ্ণপদকস্বৰূপ। এই সন্মানৰ যোগ্য বুলি গণ্য কৰাৰ কাৰণে অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দলৈ আন্তৰিক ধন্যবাদ। --'''[[User:Chiring chandan|𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓]]'''[[User talk:Chiring chandan|Let's Talk]] 17:27, 31 মে' 2021 (ইউ.টি.চি.)

== [[কচবা উপজিলা]] ==
মই অসমীয়া ৱিকিপিডিয়াত "[[কচবা উপজিলা]]" প্ৰবন্ধটো সম্পূৰ্ণ কৰিছোঁ। কিন্তু মই অসমীয়া ভাষাৰ বানানত অভিজ্ঞ নহয়। গতিকে মই আপোনাক বানানটো সংশোধন কৰিবলৈ অনুৰোধ জনাইছো। [[সদস্য:MS Sakib|MS Sakib]] ([[সদস্য বাৰ্তা:MS Sakib|বাৰ্তা]]) 10:46, 3 June 2021 (ইউ.টি.চি.)

== হাবুং ==

{{ping|chiring chandan}} I have removed all unverifiable and unreliable information from the Habung article. If you have some proper citations, you are welcome to add them. But, dinot try to corrupt the page by adding propaganda material. Wikipedia is not for propaganda.[[সদস্য:Ananya Taye|Ananya Taye]] ([[সদস্য বাৰ্তা:Ananya Taye|বাৰ্তা]])
: {{Ping|:Ananya Taye}} I am requesting you to help improve the article by adding some reliable citation and putting <nowiki>{{cn}}</nowiki> wherever needed. Please stop removing parts of a page with numerois primary as well as secodary sources. --'''[[User:Chiring chandan|𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓]]'''[[User talk:Chiring chandan|Let's Talk]] 13:18, 6 June 2021 (ইউ.টি.চি.)

== ২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান ==
92 নং শাৰী:
[[:m:Wikimedia_Foundation_Board_of_Trustees|ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টী]]য়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ [[:m:Wikimedia Foundation elections/2021/Candidate Requirements/as|এই পৃষ্ঠাটো]] চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক [[:m:Wikimedia Foundation elections/2021/Apply to be a Candidate|'''ইয়াতে''']] পাব।

[[:m:Wikimedia Foundation elections committee|নিৰ্বাচন কমিটিৰ হৈ,]]

[[user:Babulbaishya|বাবুল বৈশ্য]] 08:29, 12 June 2021 (ইউ.টি.চি.)

132 নং শাৰী:

== দক্ষিণ এছীয় সম্প্ৰদায়ৰ সৈতে প্ৰাৰ্থীসকলৰ মুখামুখীমুখামুখি অনুষ্ঠান ==

প্ৰিয় সতীৰ্থ,

আপুনি নিশ্চয় জ্ঞাত যে [[ৱিকিমিডিয়া ফাউণ্ডেশ্যন]]ৰ প্ৰশাসন পৰিচালনা কৰা [[:m: Wikimedia Foundation Board of Trustees|বোৰ্ড অফ ট্ৰাষ্ট্ৰীজ]]ৰ ৪খন আসনৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে। অহা ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ উক্ত আসন কেইখনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব। বিশ্বৰ বিভিন্ন দেশৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ ২০জন প্ৰাৰ্থীয়ে ৩১ জুলাই ২০২১ তাৰিখ, শনিবাৰে ভাৰতীয় সময় আবেলি ৪.০০ বজাৰ পৰা ৬.৩০ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময় ১০.৩০ বজাৰ পৰা ১৩.০০ বজালৈ) [[:en: South Asia|দক্ষিণ এছীয়]] আৰু [[:m: ESEAP Hub|ই.এচ.ই.এ.পি.]] সম্প্ৰদায়ৰ সৈতে মুখামুখীমুখামুখি হ’ব। এই অনুষ্ঠানত আপুনিও অংশগ্ৰহণ কৰিব পাৰে আৰু প্ৰাৰ্থীসকলৰ প্ৰতি কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে।

মুখামুখীমুখামুখি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুগ্ৰহ কৰি [https://docs.google.com/forms/d/e/1FAIpQLSflJge3dFia9ejDG57OOwAHDq9yqnTdVD0HWEsRBhS4PrLGIg/viewform '''এই প্ৰপত্ৰখন'''] পূৰাওক।বিশদপূৰাওক। বিশদ বিবৰণৰ বাবে [[:m: Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP|মেটাৰ '''এই পৃষ্ঠাটো''']] চাওক।

[[:m:Wikimedia Foundation elections committee|নিৰ্বাচন কমিটিৰ হৈ,]]

[[user:Babulbaishya|বাবুল বৈশ্য]] 16:40, 29 July 2021 (UTC)

''টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰচেষ্টাৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে। ''

155 নং শাৰী:
|style="vertical-align: middle; border-top: 1px solid gray; " | প্ৰিয় সতীৰ্থ, শেহতীয়াকৈ আপুনি হিন্দু কিংবদন্তি, ৰামায়ণ বিষয়ক ভালে সংখ্যক অসাধাৰণ আৰু গুৰুত্বপূৰ্ণ প্ৰবন্ধৰ সাৱলীল অনুবাদেৰে অসমীয়া ৱিকিপিডিয়াক অনন্য মাত্ৰা প্ৰদান কৰিছে। ৱিকিপিডিয়া সমাজৰ তৰফৰ পৰা কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ‌। অসমীয়া ৱিকিপিডিয়া সমাজৰ হৈ- [[সদস্য:Kuldhar Rabha|𝓚𝓾𝓵𝓭𝓱𝓪𝓻 𝓡𝓪𝓫𝓱𝓪]] ([[সদস্য বাৰ্তা:Kuldhar Rabha|বাৰ্তা]]) 08:44, 1 August 2021 (ইউ.টি.চি.)

: {{ping|Kuldhar Rabha}} প্ৰিয় সতীৰ্থ কুলধৰ, পদকটিৰ বাবে অশেষ ধন্যবাদ জনালোঁ। --'''[[User:Chiring chandan|𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓]]'''[[User talk:Chiring chandan|Let's Talk]] 16:29, 1 August 2021 (ইউ.টি.চি.)

== Feedback for Mini edit-a-thons ==
161 নং শাৰী:
Dear Wikimedian,

Hope everything is fine around you. If you remember that A2K organised [[:Category: Mini edit-a-thons by CIS-A2K|a series of edit-a-thons]] last year and this year. These were only two days long edit-a-thons with different themes. Also, the working area or Wiki project was not restricted. Now, it's time to grab your feedback or opinions on this idea for further work. I would like to request you that please spend a few minutes filling this form out. You can find the form link [https://docs.google.com/forms/d/e/1FAIpQLSdNw6NruQnukDDaZq1OMalhwg7WR2AeqF9ot2HEJfpeKDmYZw/viewform here]. You can fill the form by 31 August because your feedback is precious for us. Thank you [[সদস্য:MediaWiki message delivery|MediaWiki message delivery]] ([[সদস্য বাৰ্তা:MediaWiki message delivery|বাৰ্তা]]) 18:58, 16 August 2021 (ইউ.টি.চি.)

167 নং শাৰী:

প্ৰিয় {{safesubst<noinclude/>:BASEPAGENAME}},
আপোনাক জনাবলৈ পাই সুখী হৈছো যে [[:m:Wikimedia_Foundation_elections/2021/as|২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন বোৰ্ড অফ ট্ৰাষ্টীজ নিৰ্বাচন]]ত ভোটদান কৰিবলৈ আপুনি যোগ্যতা অৰ্জন কৰিছে। ইতিমধ্যে ১৮ আগষ্টৰ ০০:০০ বজাৰ (আন্তঃৰাষ্ট্ৰীয় মান সময়) পৰা নিৰ্বাচন আৰম্ভ হৈছে আৰু ই ৩১ আগষ্টৰ ২৩:৫৯ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময়) চলিব। ৱিকি-সম্প্ৰদায়ৰ ভোটেৰে এই বছৰ চাৰিখন আসনৰ বাচনিবাছনি হ'ব। আশা কৰো, আপোনাৰ ভোটাধিকাৰ সাবস্ত্য কৰিব আৰু অধিক বিবিধতা আৰু দক্ষতাসম্পন্ন এখন [[:m:Wikimedia_Foundation_Board_of_Trustees|ট্ৰাষ্টী বোৰ্ড]] গঠন কৰাত বিশেষ ভূমিকা লব।

ভোটদানৰ তথ্য আৰু নিৰ্দেশনা [[:m:Wikimedia Foundation elections/2021/Voting/as|ভোটদান তথ্য পৃষ্ঠা]]ত আছে। ভোটদানৰ পূৰ্বে অনুগ্ৰহ কৰি বৰ্তমানৰ বোৰ্ডে কৰা [[:m: Wikimedia Foundation elections/2021/Candidates|প্ৰাৰ্থী উপস্থাপন আৰু দক্ষতা মূল্যায়ন]]ৰ বিষয়ে পঢ়ক। যোগ্য ভোটাৰসকলে মেটা-ৱিকিৰ [https://meta.wikimedia.org/wiki/Special:SecurePoll '''চিকিওৰ পোল''']লৈ গৈ ভোটদান কৰিব পাৰিব। ভোটদান সম্পৰ্কীয় নিৰ্দেশনাসমূহৰ বিষয়ৰ জানিবলৈ বিষয়ে জানিবলৈ "[[ৱিকিপিডিয়া:ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন ২০২১|ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন ২০২১]]" শীৰ্ষক পৃষ্ঠাটোও চাব পাৰে।

[[:m:Wikimedia Foundation elections committee|নিৰ্বাচন কমিটিৰ হৈ,]]

[[user:Babulbaishya|বাবুল বৈশ্য]] 02:25, 18 August 2021 (ইউ.টি.চি.)

''টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰয়াসৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে। ''

== ''Wiki Loves Women South Asia 2021 Newsletter #1'' ==

'''Wiki Loves Women South Asia 2021'''
'''September 1 - September 30, 2021'''[[m:Wiki Loves Women South Asia 2021|''view details! '']]

[[File:Wiki Loves Women South Asia.svg|right|frameless]] Thank you for organizing the Wiki Loves Women South Asia 2021 edition locally in your community. For the convenience of communication and coordination, the information of the organizers/judges is being collected through a '''[https://docs.google.com/forms/d/e/1FAIpQLSfSK5ghcadlCwKS7WylYbMSUtMHa0jT9H09vA7kqaCEzcUUZA/viewform?usp=sf_link ''Google form'']''', we request you to fill it out.

''This message has been sent to you because you are listed as a local organizer/judge in Metawiki. If you have changed your decision to remain as an organizer/judge, update [[m:Wiki Loves Women South Asia 2021/Participating Communities|the list]].''

''Regards,''
[[m:Wiki Loves Women South Asia 2021|'''''Wiki Loves Women Team''''']] 00:49, 28 August 2021 (ইউ.টি.চি.)
190 নং শাৰী:

:@[[সদস্য:Chiring chandan|Chiring chandan]]: মই কিছু সংশোধন কৰিলোঁ। অনুগ্ৰহ কৰি চাওক এইটো ঠিক আছে নেকি। [[সদস্য:MS Sakib|MS Sakib]] ([[সদস্য বাৰ্তা:MS Sakib|বাৰ্তা]]) 21:24, 1 September 2021 (ইউ.টি.চি.)
:: {{Ping|সদস্য:MS Sakib}} প্ৰবন্ধটোত ব্যকৰণগত ভুল আৰু সামঞ্জস্য নথকা বাক্যৰ পয়োভৰ দেখি পৰীক্ষা কৰি চোৱাত দেখা পালোঁ‌ আপুনি অনুবাদকৰ সহায়ত প্ৰবন্ধটো যান্ত্ৰিকভাৱে অনুবাদ কৰিছে আৰু এনে কৰোঁতে প্ৰথম দফাটোৰ সামান্যতমো সালসলনি ঘটোৱা নাই। ফলস্বৰূপে বাক্যগাঁ‌থনিৰ আসোঁৱাহ স্পষ্ট ৰূপত ফুটি উঠিছে। প্ৰবন্ধটোত কৰা সংশোধনসমূহ চাবলৈ [https://as.wikipedia.org/w/index.php?title=%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A6%AF%E0%A6%BC%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%8D%E0%A6%AE%E0%A7%80_%E0%A6%A8%E0%A7%B1%E0%A6%A8%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3%E0%A6%A3&action=history এই লিংকটো] খুলি চাব। শুভেচ্ছা থাকিল। --'''[[User:Chiring chandan|𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓]]'''[[User talk:Chiring chandan|Let's Talk]] 04:56, 2 September 2021 (ইউ.টি.চি.)

::: {{ping|Chiring chandan}} প্ৰবন্ধটোৰ ভুলবোৰ সংশোধন কৰাৰ বাবে আপোনাক বহুত ধন্যবাদ। এতিয়া প্ৰতিযোগিতাখনত প্ৰবন্ধটো গ্ৰহণ কৰা হ'বনে? [[সদস্য:MS Sakib|MS Sakib]] ([[সদস্য বাৰ্তা:MS Sakib|বাৰ্তা]]) 16:45, 2 September 2021 (ইউ.টি.চি.)
::::{{Ping|সদস্য:MS Sakib}} {{not done}}। --'''[[User:Chiring chandan|𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓]]'''[[User talk:Chiring chandan|Let's Talk]] 17:02, 2 September 2021 (ইউ.টি.চি.)
:::::@[[সদস্য:Chiring chandan|Chiring chandan]] কিন্তু কিয়? মই প্ৰবন্ধটোৰ বেছিভাগ কাম কৰিছিলো। গতিকে মই ভাবো প্ৰবন্ধটো গ্ৰহণ কৰা উচিত। [[সদস্য:MS Sakib|MS Sakib]] ([[সদস্য বাৰ্তা:MS Sakib|বাৰ্তা]]) 18:02, 2 September 2021 (ইউ.টি.চি.)
{{Ping|সদস্য:MS Sakib}} অনুগ্ৰহ কৰি আপুনি আপোনাৰ বাৰ্তাৰ উত্তৰত ওপৰত লিখা কথাখিনি এবাৰ ভালদৰে পঢ়ি চাওক। যান্ত্ৰিক অনুবাদৰ গাত ভেঁ‌জা দি সৃষ্টি কৰা বাৰেপাচি ভুল বাক্য গাঁ‌থনিৰ প্ৰবন্ধ একোটাত স্বাভাৱিকতে অৰ্থৰ ব্যাপক তাৰতম্য ঘটে। ভাষাৰ সাৱলীলতা আৰু কালৰ ধাৰাবাহিকতাৰ ছন্দপতনেও প্ৰবন্ধটোৰ সৌন্দৰ্য্যত মোক্ষম আঘাত হানে। উপৰোক্ত প্ৰবন্ধটোত ইয়াৰেই স্বাভাৱিক প্ৰকাশ ঘটিছে। ইয়াৰ ফলত অসমীয়া ৱিকিপিডিয়াৰ প্ৰতি ব্যৱহাৰকাৰীসকলৰ বিৰাগ ওপজাৰ লগতে তেওঁলোকৰ মাজত ৱিকিপিডিয়াৰ গ্ৰহণযোগ্যতা মুঠেই নোহোৱা হয়। তাৰোপৰিতদুপৰি আপোনাকে দেখি অন্য প্ৰতিযোগীসকলেও এনে কাৰ্য কৰিবলৈ ল'লে অসমীয়া ৱিকিপিডিয়াৰ বাবে এই প্ৰতিযোগিতাৰ গুৰুত্ব আৰু মৰ্যাদা নিশ্চয়কৈ হ্ৰাস পাব। আশাকৰোঁ‌ আপুনি বুজি পাইছে। --'''[[User:Chiring chandan|𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓]]'''[[User talk:Chiring chandan|Let's Talk]] 18:30, 2 September 2021 (ইউ.টি.চি.)

== [[মধুমিতা ৰাউত]] ==

ভাইয়া, মই প্ৰবন্ধটো ঠিক কৰিছো। এতিয়া ৩০০+ শব্দ আছে। [[সদস্য:MS Sakib|MS Sakib]] ([[সদস্য বাৰ্তা:MS Sakib|বাৰ্তা]]) 14:16, 8 September 2021 (ইউ.টি.চি.)

: {{ping|Chiring chandan}} মই আশা কৰোঁ প্ৰতিযোগিতাৰ [[ৱিকিপিডিয়া বাৰ্তা:ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২১|টক পেজত]] [https://w.wiki/46RB এই] [[ৱিকিপিডিয়া বাৰ্তা:ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২১#WLWSA-2021 Newsletter #4|ছাইট নোটিচখন]] চোৱাৰ পিছত আপুনি "[[মধুমিতা ৰাউত]]" প্ৰবন্ধটো গ্ৰহণ কৰিবলৈ কোনো আপত্তি নকৰিব। ≈ [[User:MS_Sakib|MS Sakib  ]][[User talk:MS Sakib|  «কওক...»]] 14:48, 20 September 2021 (ইউ.টি.চি.)
:: {{ping|MS_Sakib}} {{not done}} আপুনি প্ৰতিযোগিতাৰ মাধ্যমেৰে যি দুটা প্ৰবন্ধৰে সাংখ্যিক হিচাপত অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধৰ ভঁ‌ৰাল টনকিয়াল কৰিছে সেই প্ৰবন্ধ দুটা মোৰ লগতে অন্য সম্পাদকসকলে হাত ফুৰাই নিটোল কৰি তুলিছে যদিও ব্যাকৰণ আৰু ভাষাশৈলী সম্বন্ধীয় আসোঁৱাহৰ অনুৰণন ইয়াত বিদ্যমান হৈ আছে। সেইবাবেই মধুমিতা ৰাউত শীৰ্ষক প্ৰবন্ধৰ কথনশৈলীত যান্ত্ৰিকতাৰ পৰশ স্পন্দিত হৈ আছে। অসমীয়া ভাষাজ্ঞানৰ ক্ষেত্ৰত আপোনাৰ সীমাবদ্ধতা আপুনি নিজেই বাৰম্বাৰ স্বীকাৰ কৰিছে আৰু যান্ত্ৰিক অনুবাদৰ গাত ভেঁ‌জা দিয়েই প্ৰবন্ধ ৰচনাত নিমগ্ন হৈ পৰিছে। গতিকে এই প্ৰবন্ধটো প্ৰতিযোগিতাৰ বাবে গ্ৰহণ কৰা নহ'ব। --'''[[User:Chiring chandan|𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓]]'''[[User talk:Chiring chandan|Let's Talk]] 15:25, 20 September 2021 (ইউ.টি.চি.)
==ভাৰতৰ কৃষিক্ষেত্ৰত মহিলা==
: {{ping|Chiring chandan}} '''ভাৰতৰ কৃষিক্ষেত্ৰত মহিলা''' প্ৰবন্ধটিত আপুনি কোৱা মতে প্ৰথম বাক্যটো সলনি কৰি তথ্যৰ সৈতে নতুন বাক্য যোগ দিলো। ইতিবাচক প্ৰতিক্ৰিয়াৰ বাবে ধন্যবাদ। -- [[User:JonaliB|Jonali Baruah]] September 23, 2021 9:52 PM CST

::{{ping|JonaliB}} আদৰিছোঁ। --'''[[User:Chiring chandan|𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓]]'''[[User talk:Chiring chandan|Let's Talk]] 11:52, 24 September 2021 (ইউ.টি.চি.)

== Mahatma Gandhi 2021 edit-a-thon to celebrate Mahatma Gandhi's birth anniversary ==
215 নং শাৰী:
Hope you are doing well. Glad to inform you that A2K is going to conduct a mini edit-a-thon to celebrate Mahatma Gandhi's birth anniversary. It is the second iteration of Mahatma Gandhi mini edit-a-thon. The edit-a-thon will be on the same dates 2nd and 3rd October (Weekend). During the last iteration, we had created or developed or uploaded content related to Mahatma Gandhi. This time, we will create or develop content about Mahatma Gandhi and any article directly related to the Indian Independence movement. The list of articles is given on the [[:m: Mahatma Gandhi 2021 edit-a-thon|event page]]. Feel free to add more relevant articles to the list. The event is not restricted to any single Wikimedia project. For more information, you can visit the event page and if you have any questions or doubts email me at nitesh@cis-india.org. Thank you [[সদস্য:MediaWiki message delivery|MediaWiki message delivery]] ([[সদস্য বাৰ্তা:MediaWiki message delivery|বাৰ্তা]]) 17:32, 28 September 2021 (ইউ.টি.চি.)

== বিচাৰক পদক ==

{| style="border: 2px solid brown; background-color: #D0F0C0; "
|rowspan="2" style="vertical-align:middle; " |[[File:Jury icon rus.png|100px]]
|rowspan="2" |
|style="font-size: x-large; padding: 0; vertical-align: middle; height: 1.1em; " | '''বিচাৰক পদক'''

|style="vertical-align: middle; border-top: 1px solid gray; " |প্ৰিয় অগ্ৰজ, শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা [[ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২১]] প্ৰবন্ধ লিখন প্ৰতিযোগিতাখনক নিয়াৰিকৈ চলাই নিয়াত বিচাৰক হিচাপে যি নিৰপেক্ষ দায়িত্ব পালন কৰিলে আৰু গঠনমূলক পৰামৰ্শৰে প্ৰতিযোগী সকলৰ উৎসাহ বৃদ্ধিত যি অৱদান আগবঢ়ালে, সেইসমূহৰ কৃতজ্ঞতা স্বৰূপে আয়োজক হিচাপে আপোনালোকলৈ এই সামান্য পদক এটি আগবঢ়ালো। -[[সদস্য:Nayan j Nath|Nayan j Nath]] ([[সদস্য বাৰ্তা:Nayan j Nath|বাৰ্তা]]) 15:46, 1 October 2021 (ইউ.টি.চি.)