জয়া সেনাপতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
65 নং শাৰী:

==বঁটা আৰু সন্মান==
তেখেতে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে দিয়া ‘স্বৰ্ণলতা হাজৰিকা স্মৃতি’ প্ৰবন্ধ প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ৷লাভ কৰে৷ ভাৰতীয় দলিত সাহিত্য অকাডেমী নিউ দিল্লীৰপৰা ‘বীৰাঙ্গনা সাৱিত্ৰী বাইফুলে’ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে৷ <brref>প্ৰবন্ধ সুষমা, প্ৰকাশক- দ্ৰোণ হাজৰিকা, বেটুপাত, ২০১৭</ref> লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰফালৰপৰা ’সু-সংগঠক বঁটা’ লাভ কৰে৷
২০২১ চনত অসম লেখিকা সমাৰোহ সমিতিয়ে প্ৰদান কৰা ’সু-সংগঠক বঁটা’ লাভ কৰে৷ ইয়াৰোপৰি সাহিত্য-সংস্কৃতি সোৱামঞ্চৰ পৰা ’সাহিত্য ৰত্ন বঁটা’, ’সুধাকণ্ঠ ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা-২০১৯’, Consumer choice Awards by Consumer Rights Organisation, Assam, নাওবৈচা শাখা লেখিকা সমাৰোহৰ দ্বাৰা ‘প্ৰেৰণা দায়িনী’ উপাধি, শঙ্কৰ-আজান বঁটা আদি লাভ কৰে৷
ভাৰতীয় দলিত সাহিত্য অকাডেমী নিউ দিল্লীৰপৰা ‘বীৰাঙ্গনা সাৱিত্ৰী বাইফুলে’ ৰাষ্ট্ৰীয় বঁটা লাভ৷ <ref>প্ৰবন্ধ সুষমা, প্ৰকাশক- দ্ৰোণ হাজৰিকা, বেটুপাত, ২০১৭</ref>

সু-সংগঠক বঁটা, লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতি

সু-সংগঠক বঁটা, অসম লেখিকা সমাৰোহ সমিতি, ২০২১

সাহিত্য ৰত্ন বঁটা, সাহিত্য-সংস্কৃতি সোৱামঞ্চ, অসম

সুধাকণ্ঠ ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা-২০১৯

Consumer choice Awards by Consumer Rights Organisation, Assam

নাওবৈচা শাখা লেখিকা সমাৰোহৰ দ্বাৰা ‘প্ৰেৰণা দায়িনী’ উপাধি প্ৰদান

শঙ্কৰ-আজান বঁটা

== তথ্যসূত্ৰ ==