বেণী মাধব দাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
23 নং শাৰী:
'''বেণী মাধব দাস''' ({{lang-bn|বেণী মাধব দাস}}) (১৮৬৬-১৯৫২) হৈছে এজন বাংলা পণ্ডিত, শিক্ষক আৰু ব্ৰিটিছ ভাৰতৰ দেশপ্ৰেমী ব্যক্তি। ৰভেনশ্ব কলেজিয়েট বিদ্যালয়ত [[সুভাস চন্দ্ৰ বসু]] তেওঁৰ ছাত্ৰ আছিল। তেওঁ ছাত্ৰ-ছাত্ৰীৰ যুৱ মনত এক অমলিন চাপ বহুৱাইছিল বুলি তেওঁৰ কিতাপখনত উল্লেখ কৰা আছে। বিপ্লৱী ভাগৱতী চৰণ পানীগ্ৰাহীৰ লগতে কিংবদন্তি নন্দিনী সতপথি তেওঁৰ জনাজাত শিক্ষাৰ্থীসকলৰ ভিতৰত আছে।<ref name = "Bose">Sengupta, Subodh Chandra and Bose, Anjali, ''Sansad Bangali Charitabhidhan'' (Biographical dictionary), Vol I, {{in lang|bn}}, Sansad, {{ISBN|81-85626-65-0}}</ref> যেতিয়া সুভাষ চন্দ্ৰ বসু কাৰাগাৰত থাকোঁতে ভাৰত এৰি যোৱাৰ সিদ্ধান্ত লৈছিল, তেতিয়া তেওঁ তেওঁৰ শিক্ষকৰ আশীৰ্বাদ বিচাৰিছিল, আৰু সেই উদ্দেশ্যে এক গোপন সভাৰো আয়োজন কৰা হৈছিল।<ref name = "Niyogi">Niyogi, Niranjan, ''Shritir gourab shritir sourav'', 1969, pp. 238-244</ref> কেইবাজনো শিষ্যই তেওঁৰ জীৱনত গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে। তেওঁৰ নিষ্ঠা আৰু ভক্তিৰ ব্যক্তিগত জীৱনে তেওঁৰ সকলো শিক্ষাৰ্থীকে অনুপ্ৰাণিত কৰিছিল। তেওঁ এজন অনুকৰণীয় শিক্ষক আছিল। <ref name = "Bose"/>
 
<!--
==Early life==
Son of Krishna Chandra Das of Sarowatoli, [[Chittagong District|Chittagong]] (now in [[Bangladesh]]), he was born on 22 November 1866. After successfully completing his post graduation in philosophy, he joined [[Chittagong College]]. He converted it into a model institution. He was posted in [[Chittagong]], [[Dhaka]], [[Cuttack]], [[Krishnanagar, Nadia|Krishnanagar]] and [[Kolkata]], initially as a teacher in government colleges and later as headmaster of government schools.<ref name = "Bose"/>
 
==প্ৰাৰম্ভিক জীৱন==
Influenced by [[Keshub Chunder Sen]], he joined the [[Brahmo Samaj]] early in life. He was associated with the publications of the Brahmo Samaj, Indian Messenger and Navavidhan.<ref name = "Bose"/>
সৰুৱাতলিৰ কৃষ্ণ চন্দ্ৰ দাসৰ পুত্ৰ বেণী মাধৱৰ জন্ম হৈছিল ১৮৬৬ চনৰ ২২ নৱেম্বৰত। দৰ্শনশাস্ত্ৰত স্নাতকোত্তৰ লোৱাৰ পিছত তেওঁ চিত্তাগংগ মহাবিদ্যালয়ত যোগদান কৰে। তেওঁ মহাবিদ্যালয়খনক এক আদৰ্শ প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰিছিল। তেওঁ প্ৰথমে চৰকাৰী মহাবিদ্যালয়সমূহত শিক্ষকতা কৰি পিছলৈ চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে সেৱা আগবঢ়াইছিল। চিত্তগংগ, ঢাকা, কুট্টাক, কৃষ্ণনগৰ আৰু কলকাতাত তেওঁ নিযুক্ত হৈছিল।<ref name = "Bose"/>
 
[[কেশৱ সুন্দৰ সেন]]ৰ দ্বাৰা তেওঁ প্ৰভাৱিত হৈ তেওঁ জীৱনৰ আদিছোৱাতে [[ব্ৰাহ্ম সমাজ]]ত যোগদান কৰিছিল। তেওঁ ব্ৰাহ্ম সমাজ, ভাৰতীয় বাৰ্তাবাহক আৰু নৱবিধনৰ প্ৰকাশনৰ সৈতে জড়িত আছিল।<ref name = "Bose"/>
 
<!--
==Ideal teacher==
With his dedication and patriotism, he was considered an ideal teacher. Apart from philosophy, he had vast knowledge of economics and history, and used to teach these subjects as well. He presided over the All-India Theistic Conference at [[Kakinada]], now in Andhra Pradesh, in 1923. His presidential speech was later published in a booklet entitled ''Modern Theistic Movement in India''. His collection of essays, ''Pilgrimage Through Prayers'', was a critically acclaimed publication.<ref name = "Bose"/>