বীণা দাস (জাতীয়তাবাদী): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
27 নং শাৰী:
বীণা দাস ''ছাত্ৰী সংঘ''ৰ এগৰাকী সদস্য আছিল। এইটো হৈছে কলকাতাৰ নাৰীৰ বাবে এটা অৰ্ধ-বিপ্লৱী সংগঠন। ১৯৩২ চনৰ ৬ ফেব্ৰুৱাৰীত তেওঁ [[কলিকতা বিশ্ববিদ্যালয়]]ৰ সমাৱৰ্তন গৃহত বংগৰ গভৰ্ণৰ ষ্টেনলী জেকচনক হত্যা কৰাৰ চেষ্টা কৰে। ৰিভলভাৰটো আন এগৰাকী স্বাধীনতা যুঁজাৰু কমলা দাস গুপ্তাই আনি দিছিল।<ref>{{Cite book|url=https://books.google.com/books?id=68xTBT1-H4IC&q=Kamala+Das+Gupta&pg=PA87|title=The History of Doing: An Illustrated Account of Movements for Women's Rights and Feminism in India 1800-1990|last=Kumar|first=Radha|date=1997|publisher=Zubaan|isbn=9788185107769|language=en}}</ref> তেওঁ পাঁচবাৰ গুলীয়াইছিল যদিও লক্ষ্যভ্ৰষ্ট হয়<ref>[https://news.google.com/newspapers?id=WPBYAAAAIBAJ&sjid=YKUMAAAAIBAJ&pg=4036,4976689 Five shots fired at governor] ''[[Glasgow Herald]]'', 8 February 1932, p. 11</ref> আৰু তেওঁৰ ন বছৰৰ বাবে কাৰাদণ্ড হয়।<ref>[https://news.google.com/newspapers?id=YB8xAAAAIBAJ&sjid=3OEFAAAAIBAJ&pg=4930,2340793 Girl, would-be assassin, gets nine years in India] at ''[[Reading Eagle]]'', 15 February 1932</ref><ref>{{Cite web|url=http://www.dnaindia.com/analysis/column-forgotten-female-freedom-fighters-2402311|title=Bina Das, Forgotten female freedom fighters|date=15 April 2017|website=dnaindia.com|access-date=30 June 2017}}</ref>
১৯৩৯ চনত তেওঁৰ আগতীয়া মুকলিৰ পিছত বীণা দাসে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত অংশ গ্ৰহণ কৰি তেওঁ পুনৰ ১৯৪২ চনৰ পৰা ১৯৪৫ চনলৈকে কাৰাবাস খাটে। ১৯৪৬ চনৰ পৰা ১৯৪৭ চনলৈকে তেওঁ বেংগল প্ৰভিন্সিয়েল লেজিচলেটিভ এচেম্বলিৰ আৰু ১৯৪৭ চনৰ পৰা ১৯৫১ চনলৈকে পশ্চিমবংগ লেজিচলেটিভ এচেম্বলিৰ সদস্য হয়। যুগান্তৰ দলৰ এজন ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সংগ্ৰামীযতীশ চন্দ্ৰ ভৌমিকৰ সৈতে বীণা দাসৰ ১৯৪৭ চনত বিবাহ হয়।<ref name="s" />
বীণা দাসৰ ভগ্নী [[কল্যাণী দাস]]ৰ সম্পাদিত ''বেংগল স্পিকছ'' গ্ৰন্থখন ১৯৪৪ চনত প্ৰকাশ হৈছিল আৰু কল্যাণীয়ে গ্ৰন্থখন বীণালৈ উচৰ্গিত কৰিছিল।<ref>{{cite book|title=Sansad Bangali Charitavidhan (Bengali)|last1=Sengupta|first1=Subodh|last2=Basu|first2=Anjali|publisher=Sahitya Sansad|year=2016|isbn=978-81-7955-135-6|volume=1 |location=Kolkata}}</ref>
▲She was a friend of [[Suhasini Ganguly]], a freedom fighter.<ref>{{Cite journal|last=Chatterjee|first=India|year=1988|title=The Bengali Bhadramahila —Forms of Organisation in the Early Twentieth Century|url=http://www.manushi-india.org/pdfs_issues/PDF%20files%2045/26.%20The%20Bengali%20Bhadramahila.pdf|journal=Manushi|pages=33–34|access-date=21 December 2017|archive-date=1 December 2017|archive-url=https://web.archive.org/web/20171201035318/http://www.manushi-india.org/pdfs_issues/PDF%20files%2045/26.%20The%20Bengali%20Bhadramahila.pdf|url-status=dead}}</ref>
=== বঁটা ===
|