ফকৰা যোজনা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

438 নং শাৰী:
#'''মন থাকিলে চন, বাকৰি মাটিতো ধন''': কষ্ট কৰিলে যিদৰে ছন পৰা মাটিত শস্য উৎপাদন কৰিব পাৰি, সেইদৰে মনৰ দৃহতা থাকিলে যিকোনো কঠিন কামেই সমাধান কৰিব পাৰি।
#'''ম’হতকৈ শিং চৰা'''
#'''মাছৰ তেলেৰে মাছ ভজা''': কাৰোবাৰ পৰা লোৱা সামগ্ৰীৰে তেওঁকে তোষামোদ কৰি ঠগী খোৱা
কাৰোবাৰ পৰা লোৱা সামগ্ৰীৰে তেওঁকে তোষামোদ কৰি ঠগী খোৱা
#'''মাখিৰ মুৰৰ ঘী কাঢ়ি খোৱা''': কৃপণ।
#'''মেকুৰিৰ ডিঙিত টিলিঙা অৰা''': অসাধ্য কাম।