৫ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

13 নং শাৰী:
* ১৮৮২ - [[ৰবাৰ্ট হাচিংছ গ'ডাৰ্ড]], এজন আমেৰিকান অভিযন্তা, অধ্যাপক, পদাৰ্থবিজ্ঞানী আৰু আৱিষ্কাৰক আছিল। তেখেতক পৃথিৱীৰ প্ৰথম তৰল-ইন্ধনযুক্ত ৰকেট সৃষ্টি আৰু নিৰ্মাণকৰাৰ কৃতিত্ব দিয়া হয়। (জঃ আগষ্ট ১০, ১৯৪৫)
* ১৯০৩ - [[মেৰিয়ন কিং হুবাৰ্ট]], আমেৰিকান ভূতাত্ত্বিক আৰু ভূ-পদাৰ্থবিজ্ঞানী। তেওঁ 'হুবাৰ্ট পিক থিয়ৰী'ৰ (Hubbert peak theory) বাবে জনাজাত। (জঃ ১১ অক্টোবৰ, ১৯৮৯)
* ১৯২৩ - [[কৈলাশপতি মিশ্ৰ]], এজন ৰাজনীতিবিদ আৰু গুজৰাটৰ ৰাজ্যপাল আছিল।
* ১৯৫২ - [[ইমৰান খান]], পাকিস্তানৰ ক্ৰিকেটাৰ তথা প্ৰধানমন্ত্ৰী।
* ১৯৬৩ - [[আদিল হুছেইন]], [[অসম]]ৰ এগৰাকী প্ৰসিদ্ধ মঞ্চ, দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেতা।
"https://as.wikipedia.org/wiki/৫_অক্টোবৰ"ৰ পৰা অনা হৈছে