ফেমিনা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
28 নং শাৰী:
}}
 
'''ফেমিনা''' এক মহিলাৰ ওপৰত ভিত্তি কৰি প্ৰকাশ পোৱা, ভাৰতীয় আলোচনী। এই আলোচনী টাইমস গ্ৰুপৰ মালিকানাধীনত প্ৰকাশ হয়।<ref name="dana" /> ভাৰতৰ আটাইতকৈ পুৰণি মহিলা ইংৰাজী আলোচনী ফেমিনা প্ৰায় ছয় দশক ধৰি প্ৰকাশ হৈ আহিছে। এই আলোচনীত মহিলাৰ লগত জৰিতজড়িত বিভিন্ন বিষয়ৰ প্ৰৱন্ধপ্ৰবন্ধ আৰু আলোচনা প্ৰকাশ হয়। উদাহৰণস্বৰূপে কিছুমান বিষয় হৈছে সম্পৰ্ক, কেৰিয়াৰ, ফেশ্বন, সৌন্দৰ্য, আৰু উচ্চ সাফল্য অৰ্জন কৰা মহিলাৰ তথ্য, সাক্ষাৎকাৰ, ইত্যাদি। ফেমিনা (ইণ্ডিয়া)ৰ বৰ্তমান ফেচবুকত ২.৮ নিযুত অনুসৰণকাৰী আছে,<ref>https://www.facebook.com/feminawoman</ref> ইনষ্টাগ্ৰামত ৫৫৬.৬০০ <ref>https://www.instagram.com/feminaindia/</ref> আৰু টুইটাৰত ৫৫২.০০০ আছে।<ref>https://twitter.com/FeminaIndia</ref>
 
এই দ্বিমাহিলী আলোচনীখনে ফেমিনা হিন্দী,<ref>{{Cite news|url=https://www.femina.in/hindi/|title=महिलाओं की पत्रिका/मैगजीन - फ़ैशन, सौंदर्य, रिश्ते, स्वास्थ्य, खानपान – Women's Hindi Magazine|work=फेमिना हिन्दी|access-date=2018-09-14|language=hi-IN}}</ref> ফেমিনা বাংলা<ref>{{Cite news|url=https://www.femina.in/bengali/|title=মহিলাদেরমহিলাদেৰ পত্রিকাপত্ৰিকা- ফ্যাশন, সৌন্দর্যসৌন্দৰ্য, সম্পর্কসম্পৰ্ক, স্বাস্থ্য- Fashion, Beauty & Lifestyle Tips for Women in Bengali|work=ফেমিনা বাংলা|access-date=2018-09-14|language=bn-IN}}</ref>আৰু ফেমিনা তামিলৰ <ref>{{Cite news|url=https://www.femina.in/tamil/|title=பெண்களுக்கான இதழ் – ஃபேஷன், அழகு, உறவுகள், ஆரோக்கியம் {{!}} ஃபெமினா தமிழ் {{!}} Women's Magazine - Fashion, Beauty, Relationships, Health {{!}} Femina Tamil|work=பெமினா|access-date=2018-09-14|language=ta-IN}}</ref> দৰে আঞ্চলিক ভাষাতো প্ৰকাশ হয়।
 
 
"https://as.wikipedia.org/wiki/ফেমিনা"ৰ পৰা অনা হৈছে