দিহানাম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
(edited with ProveIt)
1 নং শাৰী:
{{অসমীয়া গীতি সাহিত্য}}
'''দিহানাম''' [[অসম]]ৰ [[শংকৰী সংগীত]]ৰ অন্তৰ্গত এবিধ বিশেষ সংগীতশৈলী। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত অন্যান্য ঘোষা-কীৰ্তনৰ দৰেই দিহানামসমূহতো ভগৱানৰ গুণ-নাম-মহিমা কীৰ্তন কৰা হয়। <ref name="পূৰ্ণানন্দ ভূঞা">{{cite book | title=শংকৰী সংস্কৃতিৰ আভাস | publisher=লয়াৰ্ছ বুক ষ্টল | author=পূৰ্ণানন্দ ভূঞা | year=২০২১ | pages=৪৮}}</ref>
'''দিহানাম''' [[অসম]]ৰ এবিধ লোকগীত। মানৱ জীৱনৰ প্ৰকৃত নিৰ্দেশনাসূচক নামসমূহক দিহা নাম বোলে। অৰ্থাৎ দিহানামসমূহত মানুহে জীৱনত কৰিবলগা কাৰ্য বা চলিবলগা পথ সম্পৰ্কে দিহা প্ৰদান কৰা হয়।
 
==বৰ্ণনা==
'''দিহানাম''' [[অসম]]ৰ এবিধ লোকগীত। মানৱ জীৱনৰ প্ৰকৃত নিৰ্দেশনাসূচক নামসমূহক দিহা নাম বোলে। অৰ্থাৎ দিহানামসমূহত মানুহে জীৱনত কৰিবলগা কাৰ্য বা চলিবলগা পথ সম্পৰ্কে দিহা প্ৰদান কৰা হয়।
 
দিহাৰ শব্দৰ সম্পৰ্কত [[পীতাম্বৰ দেৱগোস্বামী|ড॰ পীতাম্বৰ দেৱগোস্বামী]]য়ে 'অসমৰ নাম অনুষ্ঠান' গ্ৰন্থত এনেদৰে লিখিছে
"https://as.wikipedia.org/wiki/দিহানাম"ৰ পৰা অনা হৈছে