দিহানাম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
(edited with ProveIt)
3 নং শাৰী:
 
==বৰ্ণনা==
[[চন্দ্ৰকান্ত অভিধান]]ত দিহানামক যেই-সেই ঘোষাৰে যেই-সেই পদৰ লগত অধিক সময়লৈ গোৱা নাম হিচাপে অভিহিত কৰিছে। <ref name="পূৰ্ণানন্দ ভূঞা"/> মানৱ জীৱনৰ প্ৰকৃত নিৰ্দেশনাসূচক নামসমূহক দিহা নাম বোলে। অৰ্থাৎ দিহানামসমূহত মানুহে জীৱনত কৰিবলগা কাৰ্য বা চলিবলগা পথ সম্পৰ্কে দিহা প্ৰদান কৰা হয়।
 
দিহাৰ শব্দৰ সম্পৰ্কত [[পীতাম্বৰ দেৱগোস্বামী|ড॰ পীতাম্বৰ দেৱগোস্বামী]]য়ে 'অসমৰ নাম অনুষ্ঠান' গ্ৰন্থত এনেদৰে লিখিছে
19 নং শাৰী:
 
==প্ৰকাৰ==
দিহা নাম প্ৰধানতঃ দুবিধ- এবিধ হৈছে সত্ৰ-সৱাহৰ নিত্য-নৈমিত্তিক প্ৰসংগৰ সৈতে জড়িত নাম আৰু দ্বিতীয়বিধ হৈছে অসমৰ গাঁৱে-ভূঞে থকা নামঘৰসমূহৰ সৈতে জড়িত দিহানাম। বিশেষ বিশেষ ধৰ্মীয় তিনিসমূহত সত্ৰ-সমাজত পালিত দিনতীয়া কাৰ্য-ক্ৰমণিকাত দিহানাম পৰিৱেশন কৰাটো এৰাব নোৱৰা নিয়ম। <ref name="চিন্তা বৈভৱ ">{{cite journal | author=ড॰ পীতাম্বৰ দেৱগোস্বামী | journal=চিন্তা বৈভৱ, প্ৰথম প্ৰকাশ, মাজুলী | year=২০১৯ | pages=৩৪৫-৩৪৬}}</ref>
দিহানাম দুই প্ৰকাৰৰ।
# নৈমিত্তিক প্ৰসংগৰ অন্তৰ্ভুক্ত দিহানাম
# মুকলি দিহা নাম।
 
===নৈমিত্তিক প্ৰসংগৰ অন্তৰ্ভুক্ত দিহানাম ===
"https://as.wikipedia.org/wiki/দিহানাম"ৰ পৰা অনা হৈছে