দিহানাম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{অসমীয়া গীতি সাহিত্য}}
'''দিহানাম''' [[অসম]]ৰ [[শংকৰী সংগীত]]ৰ অন্তৰ্গত এবিধ বিশেষ সংগীতশৈলী। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত অন্যান্য ঘোষা-কীৰ্তনৰ দৰেই দিহানামসমূহতো ভগৱানৰ গুণ-নাম-মহিমা কীৰ্তন কৰা হয়। দিহানাম শংকৰদেৱৰ পৰৱৰ্তী কালৰ এক অৱদান হিচাপে অনুমান কৰা হয়। <ref name="পূৰ্ণানন্দ ভূঞা">{{cite book | title=শংকৰী সংস্কৃতিৰ আভাস | publisher=লয়াৰ্ছ বুক ষ্টল | author=পূৰ্ণানন্দ ভূঞা | year=২০২১ | pages=৪৮-৫০}}</ref>
 
==বৰ্ণনা==
"https://as.wikipedia.org/wiki/দিহানাম"ৰ পৰা অনা হৈছে