১০ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
2 নং শাৰী:
 
==ঘটনাৱলী==
* ১৯৫৭ - ইংলেণ্ডৰ কুম্ব্ৰিয়াৰ ৱিণ্ডস্কেল পাৰমাণৱিক প্ৰকল্পত সংঘটিত অগ্নিকাণ্ড বিশ্বৰ প্ৰথম বৃহৎ পাৰমাণৱিক দুৰ্ঘটনা হিচাপে পৰিণত হয়।
* ১৯৬২ - অসম বিধানসভাত চৰকাৰী ভাষা আইন ( Official Language Act XXIII, 1960 ) উত্থাপন কৰা হয়।
* ১৯৬৪ - টকিঅ'ত [[অলিম্পিক]] ক্ৰীড়া সমাৰোহ আৰম্ভ হয়।
* ১৯৭০ - [[ফিজি]]য়ে স্বাধীনতা লাভ কৰে।
* ১৯৯২ - হুগলী নদীৰ ওপৰত দ্বিতীয় দলং বিদ্যাসাগৰ সেতু উদ্বোধন কৰা হয়।
* ১৯৯৯ - বিজেপি তথা আন কেইটামান দলৰ মিত্ৰজোঁটৰ কেন্দ্ৰত চৰকাৰ গঠন কৰে। [[অটল বিহাৰী বাজপেয়ী]] পুনৰ ভাৰতৰ প্ৰধানমন্ত্ৰী।
 
==জন্ম==
* ১৭৩১ - [[হেনৰী কেভেণ্ডিছ]], ইংৰাজ বিজ্ঞানী, হাইড্ৰ'জেনৰ (Hydrogen) আৱিষ্কাৰক।
* ১৮৬১ - [[ফ্ৰিডটজফ নানছেন]] ( Fridtjof Nansen), নৰৱেৰ অভিযাত্রীঅভিযাত্ৰী, বিজ্ঞানী আৰু মানৱতাবাদী, ন'বেল বঁটা বিজয়ী। (মৃঃ ১৯৩০)
* ১৮৮৫ - [[এজৰা পাউণ্ড]], আমেৰিকান।
* ১৮৯৭ - [[লক্ষ্মীধৰ শৰ্মা]], দেশপ্ৰাণ।
* ১৯০৬ - [[আৰ কে নাৰায়ণ]], ভাৰতীয় ঔপন্যাসিক।
* ১৯০৯ - [[ৰমা দাশ]], সাহিত্যিক।
* ১৯২৪ - [[বলবীৰ সিং]], ভাৰতৰ প্ৰসিদ্ধ হকী খেলুৱৈ।
* ১৯৩৬ - [[গেৰহাৰ্ড এৰ্টল]], জাৰ্মান পদাৰ্থবিজ্ঞানী আৰু ৰসায়নবিদ, ন'বেল বঁটা বিজয়ী।
* ১৯৫৪ - [[ৰেখা]], ভাৰতৰ এগৰাকী প্ৰখ্যাত অভিনেত্ৰী।
* ১৯৫৬ - [[গজেন্দ্ৰ চৌহান]], ভাৰতীয় অভিনেতা, দূৰদৰ্শনৰ 'মহাভাৰত' ধাৰাবাহিকৰ যুধিষ্ঠিৰ চৰিত্ৰৰ অভিনেতা।
* ১৯৯০ - [[ৰকুল প্ৰীত সিং]], ভাৰতীয় অভিনেত্ৰী।
 
==মৃত্যু==
* ১৯ - [[জাৰ্মানিকাছজাৰ্মাণিকাছ]], ৰোমান সেনাপতি। (জঃ ১৫ খ্ৰীষ্টপূৰ্ব)
* ১৬৫৯ - [[এবেল তাচমান]], ডাচ নাৱিক আৰু অভিযাত্ৰী (তাচমেনিয়া, নিউজিলেণ্ড আৰু ফিজি দেখা প্ৰথম ইউৰোপীয়ান), প্ৰায় ৫৫ বছৰ বয়সত মৃত্যু বৰণ কৰে।
* ১৯২৯ - [[এলিজা মেককয়]], কানাডিয়ান-আমেৰিকান উদ্ভাৱক আৰু অভিযন্তা (৫৭৫৭টা টা পেটেন্টপেটেণ্ট আছিল), ৮৬ বছৰ বয়সত মৃত্যু হয়।
* ১৯৬৪ - [[গুৰু দত্ত]], প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা।
* ১৯৬৬ - [[চাৰ্লট কুপাৰ]] ((Charlotte Cooper), ব্ৰিটিছ টেনিছ খেলুৱৈ আৰু প্ৰথম মহিলা অলিম্পিক টেনিছ চেম্পিয়ন (১৯০০)।
* ১৯৯৭ - [[মাইকেল জে এছ দেৱাৰ]], ভাৰতত জন্ম হোৱা আমেৰিকান তাত্ত্বিক ৰসায়নবিদ, যি ''দেৱাৰ-চেট-ডানকানচন মডেল'' বিকশিত কৰিছিল। (জঃ ১৯১৮)
* ২০০০ - [[শ্ৰীমাভো বন্দৰনায়ক]], শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী, তেখেত বিশ্বৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী আছিল।
* ২০০৪ - [[ক্ৰিষ্টোফাৰ ৰিভ]], আমেৰিকান অভিনেতা।
* ২০১১ - [[জগজিৎ সিং]], প্ৰসিদ্ধ গজল গায়ক।
* ২০১৫ - [[মনোৰমা]], ভাৰতীয় (তামিল) অভিনেত্ৰী। (জঃ ১৯৩৭)
 
==ছুটী আৰু দিৱস==
* [[ বিশ্ব মানসিক স্বাস্থ্য দিৱস]]।<ref>{{সাঁচ:Cite book|last = Jenkins|first = Rachel|author2 = Lynne Friedli|author3 = Andrew McCulloch|author4 = Camilla Parker|title = Developing a National Mental Health Policy|publisher = Psychology Press|year = 2002|page = 65|isbn = 1-84169-295-6}}</ref>
* বিশ্ব মহাকাশ সপ্তাহৰ অন্তিম দিন। (৪ ৰ পৰা ১০ অক্টোবৰলৈ পালন কৰা হয়)
* বিশ্ব মৃত্যুদণ্ড বিৰোধ দিৱস।
* ৰাষ্ট্ৰীয় ডাক দিৱস। (ভাৰত)