অসমীয়া ব্যাকৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Prabal may sarma (আলোচনা)-ই কৰা 294002 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
150 নং শাৰী:
বিধি শব্দৰ অৰ্থ বিধান বা নিয়ম। ণত্ববিধি সংস্কৃত ভাষাৰহে বিধান। আমি সংস্কৃত ভাষাৰ অসংখ্য শব্দ অসমীয়া ভাষাত ব্যৱহাৰ কৰোঁ। সেয়েহে সেইবোৰ শব্দত সংস্কৃত ভাষাৰ বিধান মানিব লাগে।<ref name="abp">{{cite book|title=[[অসমীয়া ব্যাকৰণ প্ৰৱেশ]] | pages=71-75 | author=গোস্বামী, ড॰ শ্ৰীগোলোকচন্দ্ৰ |year=2012|publisher=বীণা লাইব্ৰেৰী|accessdate=11 june 2020}}</ref>
 
'''ষত্ববিধি (Change of স into ষ) :''' বৰ্ণগত পৰিৱেশ ভেদে, অৰ্থাৎ ঠাই লৈ একেটা ধাতুৰে বা একেটা শব্দৰে দন্ত্য স মূৰ্ধন্য ষ -লৈ ৰূপান্তৰ হোৱাৰ নিয়মকে ষত্নবিধিষত্ববিধি বোলে।<ref name="abp1">{{cite book|title=[[অসমীয়া ব্যাকৰণ প্ৰৱেশ]] | pages=75-77 | author=গোস্বামী, ড॰ শ্ৰীগোলোকচন্দ্ৰ | year=2012 | publisher=বীণা লাইব্ৰেৰী |accessdate=12 june 2020}}</ref>
 
== সন্ধি ==