১১ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

4 নং শাৰী:
* ১৬৩৪ - নৰ্থ ফ্ৰিজলেণ্ড, ডেনমাৰ্ক আৰু জাৰ্মানীত হোৱা বুৰ্চাৰ্ডি বানপানীৰ ফলত প্ৰায় ১৫,০০০ লোকৰ মৃত্যু হয়।
* ১৭৩৭ - কলকাতাত হোৱা প্ৰবল ভূমিকম্পৰ ফলত প্ৰায় তিনি লাখ লোকৰ মৃত্যু হয়।
* ১৯৫৮ - নাছাই পায়'নিয়াৰ ১ উৎক্ষেপণ কৰে, এইয়া নাছাক প্ৰথম মহাকাশ অভিযান যদিও ই এক স্থিৰ কক্ষপথ প্ৰাপ্ত কৰাত ব্যৰ্থ হয়।
* ১৯৬৮ - নাছাই এপ'লো ৭ উৎক্ষেপণ কৰে, এইয়া হৈছে প্ৰথম সফল মানৱ চালিত এপ'লো অভিযান।
* ১৯৮৮ - বাংগালোৰত আনুষ্ঠানিক ভাৱে জনতা দল গঠন কৰা হয়। দলৰ নেতা নিৰ্বাচিত হয় বিশ্বনাথ প্ৰতাপ সিং।
* ২০০১ - ভাৰতীয় মূলৰ সাহিত্যিক বিদিয়াধৰ সূৰযপ্ৰসাদ নাইপললৈ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হয়।