১১ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

7 নং শাৰী:
* ১৯৬৮ - নাছাই এপ'লো ৭ উৎক্ষেপণ কৰে, এইয়া হৈছে প্ৰথম সফল মানৱ চালিত এপ'লো অভিযান।
* ১৯৮৮ - বাংগালোৰত আনুষ্ঠানিক ভাৱে জনতা দল গঠন কৰা হয়। দলৰ নেতা নিৰ্বাচিত হয় বিশ্বনাথ প্ৰতাপ সিং।
* ২০০০ - নাছাই এছটিএছ-৯২ উৎক্ষেপণ কৰে, এইয়া হৈছে নাছাৰ শততম স্পেচ শ্বাটল অভিযান।
* ২০০১ - ভাৰতীয় মূলৰ সাহিত্যিক বিদিয়াধৰ সূৰযপ্ৰসাদ নাইপললৈ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হয়।
* ২০০৬ - [[কিৰণ দেশাই]]য়ে তেওঁৰ "দি ইনহেৰিটেন্স অব্ লছ" উপন্যাসৰ বাবে [[বুকাৰ বঁটা]] লাভ কৰে।