১১ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

13 নং শাৰী:
 
==জন্ম==
* ১৮৮১ - [[লিৱিছ ফ্ৰাই ৰিচাৰ্ডছন]] (Lewis Fry Richardson), ইংৰাজ গণিতজ্ঞ, পদাৰ্থ বিজ্ঞানী, বতৰবিজ্ঞানী আৰু মনোবিজ্ঞানী। গণিতৰ ফ্ৰেক্টেল(fractal), ৰিচাৰ্ডছন এক্সট্ৰাপ'লেছন (Richardson extrapolation) আৰু বৈজ্ঞানিক মডেলিঙৰ (Scientific modelling) উদ্ভাৱক। ইয়াৰ উপৰিও যুদ্ধৰ গাণিতিক বিশ্লেষণ, বতৰৰ আগজাননী, আৰু উপকূল ৰেখা আৰু সীমাৰ দৈৰ্ঘ্যৰ ওপৰত কৰা গৱেষণাৰ বাবে জনা যায়।
* ১৮৮৪ - [[এনা এলেনোৰ ৰুজভেল্ট]], আমেৰিকান ৰাজনৈতিক ব্যক্তিত্ব, কূটনীতিবিদ আৰু সমাজকৰ্মী। (মৃত্যু: ৭ নৱেম্বৰ, ১৯৬২)
* ১৯০২ - [[জয়প্ৰকাশ নাৰায়ণ]], ভাৰতৰ সমাজবাদী ভাবাপন্ন ৰাজনৈতিক নেতা।