দেহ বিচাৰ গীত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
3 নং শাৰী:
 
==ইতিহাস==
দেহ বিচাৰৰ গীত একপ্ৰকাৰৰ লোকসংগীত। সেয়ে ইয়াৰ ৰচনাৰ সঠিক সময় নিৰ্ধাৰণ কৰিব পৰা নাযায়। দেহবিচাৰৰ গীতসমূহক চৰ্যাগীত আৰু বৰগীতৰ মাজৰ সংযোগ সেঁতু বুলি অভিহিত কৰিব পাৰি। <ref name="পূৰ্ণানন্দ ভূঞা">{{cite book | title=শংকৰী সংস্কৃতিৰ আভাস | publisher=লয়াৰ্ছ বুক ষ্টল | author=পূৰ্ণানন্দ ভূঞা | year=২০২১ | pages=৩৪-৩৫}}</ref> কিন্তু অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত [[চৰ্যাপদ]]ৰ মাজত ইয়াৰ এতিহাসিক উৎস বিচাৰি পোৱা যায়। এই সময়চোৱাত বৌদ্ধ সহযীয়া পন্থাৰ প্ৰভাৱ জনমানসত ক্ৰমান্বয়ে স্তিমিত হৈ আহিছিল। এচাম চহা কবিয়ে চৰ্যাগীতৰ কথাবস্তুৰ আলম লৈ এই শ্ৰেণীৰ গীতবোৰ ৰচনা কৰিছিল। <ref name="পূৰ্ণানন্দ ভূঞা"/> চৰ্যাপদ আৰু দেহ বিচাৰ গীত দুয়োবিধৰে গীতৰ বিষয়বস্তু আৰু ভাববস্তুৰ অৰ্থৰ মাজত যথেষ্ট মিল দেখা যায়। পঞ্চদশ-ষোড়শ শতিকামানৰ পৰা দেহবিচাৰৰ গীতৰ ওপৰত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ পৰে। এই গীত সমূহত [[শ্ৰীমন্ত শঙ্কৰদেৱ]], [[মাধৱদেৱ]], [[চান্দসাই]] আদি বৈষ্ণৱ কবিসকলৰ উল্লেখ পোৱা যায়।
 
==বাদ্যযন্ত্ৰ==