শংকুৰাজ কোঁৱৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

{{অনুলিপি সম্পাদনা}} টেগ যোগ৷
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
বানান, কৰ্মজীৱন আৰু গীতৰ তালিকা
13 নং শাৰী:
| restingplacecoordinates =
| othername =
| occupation = {{Hlist|গীতিকাৰ|কণ্ঠশিল্পী|ইউটিউবাৰ}}
| yearsactive = ২০১৭ চনৰ পৰা
| spouse =
22 নং শাৰী:
| awards =
}}
'''শংকুৰাজ কোঁৱৰ''' ({{lang-en|Shankuraj Konwar}}) এগৰাকী ভাৰতীয় গীতিকাৰ, সুৰকাৰ, সংগীত প্ৰযোজক, কণ্ঠশিল্পী আৰু কণ্ঠশিল্পী।ইউটিউবাৰ। তেওঁ অসমীয়া গীতৰ নতুন আধুনিক ইলেকট্ৰনিক সংগীতৰ ধাৰালৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত।<ref>{{Cite web|url=https://prangon.in/shankuraj-konwaror-hoite-bartaalap/|website=prangon.in|title=শংকুৰাজ কোঁৱৰৰ সৈতে বাৰ্তালাপ
|language=|url-status=live|access-date=3 February 2021}}</ref> ২০১৯ চনত তেওঁ "কি বেদনা" শীৰ্ষক গীতটি "প্ৰজেক্ট বাৰ্তালাপ" নামৰ ইউটিউব চেনেলত মুকলি কৰে। অথচ "জলপ্ৰপাত" শীৰ্ষক গীতটিৰ মুক্তিলাভৰ পাছতহে তেওঁ নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয়তা লাভ কৰে।
|language=|url-status=live|access-date=3 February 2021}}</ref>
 
==প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা==
শংকুৰাজ কোঁৱৰৰ পিতৃ আৰ‍‍ক্ষী বিভাগত কৰ্মৰত হোৱাৰ বাবে তেওতেওঁ সৰুকালত অসমৰ বিভিন্ন স্থানত থাকিব লগাথাকিবলগা হৈছিল। ১৯৯৫ চনত তেওলোকতেওঁলোক স্থায়ীভাৱে [[যোৰহাট]]লৈ আহে আৰু তাতেই তেওতেওঁ শিক্ষাজীৱনশিক্ষা-জীৱন আৰম্ভ কৰে। তেঁওৰ ঘৰত সৰুৰে পৰাইপৰা সাংস্কৃতিক পৰিবেশপৰিৱেশ বিৰাজ কৰিছিল, যদিও তেওতেওঁ শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লোৱা নাছিল। সৰুকালত তেওতেওঁ [[ড° ভূপেন হাজৰিকা]], [[জয়ন্ত হাজৰিকা]], [[পাৰ্বতী প্ৰসাদ বৰুৱা]], [[লোকনাথ গোস্বামী]] আদি গায়কৰ গান শুনি সংগীতৰ প্ৰতি আকৰ্ষিত হৈছিল। অসমীয়াৰ উপৰিও তেওতেওঁ পশ্চিমীয়া সংগীতৰ প্ৰতিও যথেষ্ট আকৃষ্ট হৈছিল।
 
যোৰহাটত শিক্ষা -জীৱন আৰম্ভ কৰি তেওতেওঁ [[ডিব্ৰুগড়]]ৰ চল্টছল্ট ব্ৰুক একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা সামাপ্ত কৰে আৰু তাৰ পাছত যোৰহাট আভিযান্ত্ৰিকঅভিযান্ত্ৰিক মাহাবিদ্যলয়তমহাবিদ্যালয়ত ভৰ্তি হয়। ইঞ্জিনিয়াৰিংইঞ্জিনিয়াৰিঙৰ শিক্ষা সমাপ্ত কৰি তেওতেওঁ চাকৰিৰ বাবে মুম্বাইলৈ[[মেঘালয়|মেঘালয়]]লৈ যায়। মেঘালয়ত প্ৰায় দুবছৰ কটোৱাৰ পাছত তেওঁ [[মুম্বাই]]লৈ যায়, কিন্তুআৰু কিছুদিনাপুনৰ পাছতেশিক্ষাগ্ৰহণ চাকৰিবাবে বাদ[[টাটা দিইনষ্টিটিউট পুণৰঅৱ পঢ়েছ'চিয়েল ছায়েঞ্চেছ]]ত নামভৰ্তি কৰি মিডিয়া আৰু সাংস্কৃতিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে পঢ়ি থকা সময়তেসময়তেই তেওতেওঁ নিজৰ প্ৰথমটি গীত মুকলি কৰে আৰু বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠানত সংগীত পৰিবে‍‍শনপৰিৱেশন কৰাৰ নিমন্ত্ৰণ পাবলৈ ধৰে। তেনেদৰেই তেওতেওঁ পেছাদাৰী সংগীত জগত খনতজগতখনত ভৰি দিয়ে।
 
==কৰ্মজীৱন==
অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰাৰ পাছত তেওঁ [[মেঘালয়|মেঘালয়]]লৈ গৈ তাৰে কোম্পানী এটাত চাকৰি আৰম্ভ কৰে য'ত তেওঁ প্ৰায় দুটা বছৰ পাৰ কৰে। তাৰ পাছত তেওঁ স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে [[মুম্বাই]]লৈ ৰাওনা হয়। মুম্বাইত পঢ়ি থকা অৱস্থাতেই তেওঁ 'প্ৰজেক্ট বাৰ্তালাপ'ৰ ওপৰত কাম আৰম্ভ কৰে আৰু ইয়াৰ জৰিয়তে তেওঁ পেছাদাৰী সংগীত জগতত ভৰি দিয়ে।
 
==সংগীতজগত==
 
শংকুৰাজ কোঁৱৰ 'বাৰ্তালাপ'ৰ বেনাৰত তেওঁৰ নতুন যুগৰকোঁৱৰৰ আধুনিক ইলেকট্ৰনিক সংগীতৰসংগীতসমূহ নতুন প্ৰজন্মৰনৱপ্ৰজন্মৰ মাজত অতি জনপ্ৰিয়। এই'প্ৰজেক্ট বাৰ্তালাপ' বেনাৰৰ বেনাৰতঅধীনত নিৰ্মিত [[মৈত্ৰেয়ী পাটৰ]] আৰু শংকুৰাজ কোঁৱৰৰ গীত ৰোলিংৰ'লিং ষ্টন ইণ্ডিয়াই ২০২০ চনৰ প্লেলিষ্টতপ্লে'লিষ্টত 'দূৰ সীমনাত' অলতাৰনেটিভঅল্টাৰ্নেটীভ ৰকৰক্ তালিকাত অন্তৰ্ভুক্ত কৰিছিল।<ref>{{Cite web|url= https://rollingstoneindia.com/rolling-stone-india-monthly-playlist-january-2/|website=[[Rolling Stone]]|title=Rolling stone India monthly playlist January 2020|language=en|url-status=live|access-date=5 October 2020}}</ref> “প্ৰজেক্ট বাৰ্তালাপ” মৈত্ৰেয়ী পাটৰ আৰু [[শংকুৰাজ কোঁৱৰ]]ৰকোঁৱৰৰ যুটীয়া প্ৰচেষ্টাত গঢ় লৈ উঠিছে। [[মুম্বাই]]ত তেওঁলোকে একেখন কলেজত পঢ়িছিল আৰু বিশ্ব প্ৰতিবন্ধকতা দিৱসৰ অনুষ্ঠানত একেলগে পৰিবেশনপৰিৱেশন কৰিছিল। বৰ্তমান তেওঁলোকে অসম তথা দেশৰ বিভিন্ন মঞ্চত একেলগে গীত পৰিৱেশন কৰে।<ref>{{Cite web|url=https://shankurajkonwar.wordpress.com/about/|title=Shankuraj Konwar Thoughts of Clay|language=|url-status=live|access-date=9 May 2021}}</ref>
 
==প্ৰজেক্ট বাৰ্তালাপ==
[[টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েঞ্চেছ]]ত পঢ়ি থাকোঁতেই তেওঁ [[মৈত্ৰেয়ী পাটৰ]]ক লগ পায়। দুয়োৱে সংগীতৰ কথা আলাপ-আলোচনা কৰি থাকোঁতে এক প্ৰকল্পৰ কথা চিন্তা-চৰ্চা কৰে যাক পাছলৈ 'প্ৰজেক্ট বাৰ্তালাপ'ৰূপে নামাকৰণ কৰা হয়। ২০১৯ চনত ইয়াৰ অধীনত তেওঁলোকৰ প্ৰথমটো গীত 'কি বেদনাতে' মুকলি কৰা হয়।
 
==গীতসমূহ আৰু এলবাম==
{| class="wikitable sortable"
|+গীত আৰু এলবামৰ তালিকা<ref>{{Cite web|url=https://www.youtube.com/watch?v=0lKPVA7i3GM&list=PLhLuBZbs9c8DBnTl2aI9ZxqN35FtYyw-A|title=Shankuraj Konwar youtube playlist|language=|url-status=live|access-date=11 May 2021}}</ref>==
!গীতৰ শীৰ্ষক
 
!এলবাম
* কি বেদনাতে (এলবাম:বাৰ্তালাপ) (২০১৭)
!সহশিল্পী
* ভটিয়ালী সপোন
!মুক্তিলাভৰ তাৰিখ
* ল'ৰালি
|-
* জলপ্ৰপাত
|কি বেদনাতে
* নক্ষত্ৰ
|বাৰ্তালাপ
* অধিকাৰ
|
* খিৰিকী- সহশিল্পী শৰ্মিষ্ঠা চক্ৰৱৰ্তী
|৩ ডিচেম্বৰ, ২০১৭
* মৌপিয়া - সহশিল্পী মৈত্ৰেয়ী পাটৰ
|-
* নীলাঞ্জনা
|ভাটিয়ালী সপোন
* দূৰ সীমনাত - সহশিল্পী মৈত্ৰেয়ী পাটৰ
|
* বাৰ্তালাপ- সহশিল্পী মৈত্ৰেয়ী পাটৰ
|[[মৈত্ৰেয়ী পাটৰ]]
* অলকানন্দা- সহশিল্পী তন্ময় ক্ৰিপ্টন
|
* ৰণলে যাঁও
|-
* ভালপোৱা-সহশিল্পী মৈত্ৰেয়ী পাটৰ
|ল'ৰালি
|
|
|
|-
|জলপ্ৰপাত
|
|[[অভী শইকীয়া]]
|
|-
|নক্ষত্ৰ
|
|অভী শইকীয়া
|
|-
|অধিকাৰ
|
|
|
|-
|খিৰিকী
|
|[[শৰ্মিষ্ঠা চক্ৰৱৰ্তী]]
|
|-
|মৌপিয়া
|
|মৈত্ৰেয়ী পাটৰ
|
|-
|নীলাঞ্জনা
|
|
|
|-
|দূৰ সীমনাত
|
|মৈত্ৰেয়ী পাটৰ
|
|-
|বাৰ্তালাপ
|
|মৈত্ৰেয়ী পাটৰ
|
|-
|অলকানন্দা
|
|[[তন্ময় ক্ৰিপ্টন]]
|
|-
|ৰণলে' যাওঁ
|
|
|
|-
|ভালপোৱা
|
|মৈত্ৰেয়ী পাটৰ
|
|-
|গানে গানে
|
|মৈত্ৰেয়ী পাটৰ
|
|-
|অৱতাৰ
|
|[[এজ-ওৱি-কীপ-ছাৰ্চিং]]
|২১ আগষ্ট, ২০২১
|}
 
==তথ্য উৎস==