দীপ্তি ফুকন পাটগিৰি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
22 নং শাৰী:
| period =
| genre =
| subject = অসমীয়া ভাষা, সাহিত্য
| movement =
| notableworks =
37 নং শাৰী:
}}
 
'''দিপ্তী ফুকন পাটগিৰি''' ({{lang-en|DIPTI PHUKAN PATGIRI}}) হৈছেএকাধাৰে এগৰাকী অসমীয়া লেখিকাভাষাবিদ, অধ্যাপক।সাহিত্যিক, অধ্যাপক, সম্পাদক। তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷
 
==জন্ম আৰু বংশ পৰিচয়==
49 নং শাৰী:
 
==চাকৰি জীৱন==
• ১৮-১২-৭৮ তাৰিখৰ পৰা ১৭-১২-৭৯ তাৰিখলৈকে ডি.কে.ডি কলেজ, দেৰগাঁও,(অসম)ত অসমীয়া বিভাগৰ প্ৰৱক্তা হিচাপে শিক্ষাদান কৰে।
• ১-১২-৮৩ তাৰিখৰ পৰা ৩১-০১-৮৪ তাৰিখলৈকে প্ৰাগজ্যোতিষ কলেজ, গুৱাহাটীত অসমীয়া বিভাগৰ প্ৰৱক্তা হিচাপে শিক্ষাদান কৰে।
• ০১-০২-৮৪ তাৰিখৰ পৰা ০১-০৩-৮৪ তাৰিখলৈকে ডিফু চৰকাৰী কলেজত অসমীয়া বিভাগৰ প্ৰৱক্তা হিচাপে শিক্ষাদান কৰে।
• ০২-০৩-৮৪ তাৰিখৰ পৰা ০৪-১২-৯১ তাৰিখলৈকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰৱক্তা হিচাপে শিক্ষাদান কৰে।
• ০১-১২-২০০০ তাৰিখৰ পৰা আজি পৰ্যন্ত গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰৱক্তা হিচাপে শিক্ষাদান কৰি আছে। অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে ২৮-০২-২০০৪ তাৰিখৰ পৰা ২৮-০২-২০০৭ তাৰিখলৈকে আৰু ২৮-০২-২০১৩ তাৰিখৰ পৰা ৩০-০৪-২০১৫ তাৰিখলৈকে দায়িত্ব ভাৰ পালন কৰে।
• গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলা শাখাৰ ডীন হিচাপে ০২-০১-২০১৪ তাৰিখৰ পৰা ০৮-০৫-২০১৫ তাৰিখলৈকে দায়িত্ব ভাৰ পালন কৰে।
 
==সাহিত্যৰাজি==