ভবেন্দ্ৰ নাথ শইকীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
76 নং শাৰী:
 
====অন্যান্য ৰচনাত====
বিদেশৰ পটভূমিত লিখা কেইটামান গল্প ড॰ শইকীয়াই ছদ্মনামত লিখিছিল। তিনিটা গল্প লিখিছিল ''সঞ্চয়সঞ্জয়'' ছদ্মনামেৰে। বাকীকেইটা নিজৰ নামত লিখিছিল। এই সন্দৰ্ভত তেওঁ কৈছিল যে- "মোৰ চুটি গল্প লেখাৰ যিটো ধৰণ, তাৰ পৰা অলপ বেলেগ হ'ব বাবেই সেইকেইটা মোৰ নিজৰ নামত লেখিবলৈ মন কৰা নাছিলোঁ। "<ref name="গদ্য">{{cite book | title=ড॰ ভবেন্দ্ৰ নাথ শইকীয়া-ছয় দশকৰ গদ্য | publisher=জ্যোতি প্ৰকাশন | author=দত্ত, উৎপল | authorlink=উৎপল দত্ত | year=২০ ফেব্ৰুৱাৰী, ২০১৭}}</ref> ইয়াৰ উপৰিও তেওঁ নিজে সৰু চৰিত্ৰ এটিত অভিনয় কৰা 'বেউলা' ছবিখনৰ সমালোচনা লিখিছিল। সেইটো লিখিছিল ''সুনীতি'' ছদ্মনামেৰে। সমালোচনাটি 'আৱাহন'ত প্ৰকাশিত হৈছিল। সাদিনীয়া 'নৱদূত' নামৰ এখন কাকতত তেওঁ 'দৃষ্টিপাত' নামৰ এটা শিতানত লিখিছিল। সেইবোৰ লিখনি তেওঁ''প্ৰহৰী'' ছদ্মনামত লিখিছিল। চিনেমা বিষয়ক লেখামেলাৰ বাবে তেওঁ ''চিত্ৰপ্ৰিয় পাঠক'' ছদ্মনাম ব্যৱহাৰ কৰিছিল। তেওঁৰ আন দুটি ছদ্মনাম আছিল ''পৰ্যবেক্ষক'' আৰু ''সুদৰ্শন''।<ref name="গদ্য" />
 
==ব্যক্তিগত জীৱন==