মাছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
21 নং শাৰী:
:[[Tetrapoda|Tetrapods]]
}}
'''মাছ''' ({{EnLang-aho|𑜆𑜠/প্লা/}},{{Lang-en|fish}}) একপ্ৰকাৰৰ জলজ [[প্ৰাণী]]। মাছে ফুলৰ সহায়ত উশাহ লয়। ইহঁতৰ আঙুলি অথবা ভৰি নেথাকে। বেছিভাগ মাছেই শীতল ৰক্তৰ প্ৰাণী।<ref>{{cite journal|last=Goldman|first=K.J.|title=Regulation of body temperature in the white shark, ''Carcharodon carcharias''|journal=Journal of Comparative Physiology|year=1997|volume=167|series=B Biochemical Systemic and Environmental Physiology|issue=6|pages=423–429|doi=10.1007/s003600050092|url=http://www.mendeley.com/research/temperature-and-activities-of-a-white-shark-carcharodon-carcharias/|accessdate=12 October 2011}}</ref><ref>{{cite journal|last=Carey|first=F.G.|author2=Lawson, K.D.|title=Temperature regulation in free-swimming bluefin tuna|journal=Comparative Biochemistry and Physiology Part A: Physiology| date=February 1973 |volume=44|issue=2|pages=375–392|doi=10.1016/0300-9629(73)90490-8}}</ref> পৰ্বতীয়া জল ধাৰাৰ পৰা, অতি গভীৰ সমুদ্ৰ পৰ্যন্ত মাছ পোৱা যায়। বৰ্তমানলৈকে অন্য যিকোনো [[মেৰুদণ্ডী প্ৰাণী|মেৰুদণ্ডী]]ৰ তুলনাত মাছৰ সৰ্বাধিক, প্ৰায় ৩৩,১০০ টা নথিভুক্ত [[প্ৰজাতি (জীৱবিদ্যা)|প্ৰজাতি]] পোৱা গৈছে।<ref>{{cite web|publisher=[[FishBase]]|url=http://www.fishbase.org/search.php|title=FishBase |date=April 2015|accessdate=29 August 2015}}</ref>
 
মাছবোৰ [[মানুহ]]ৰ খাদ্যৰ এটা প্ৰধান উৎস। খাদ্যৰ বাবে মানুহে সাগৰ আৰু পুখুৰীত মাছৰ চিকাৰ কৰে আৰু ব্যৱসায়িক ভাৱে পালনো কৰে। বহু লোকে আলংকৰিক মাছক সৌন্দৰ্যবৰ্ধনৰ বাবে একুৰিয়ামতো ৰাখে। ধৰ্মীয় চিহ্ন, কলা, কিতাপ আৰু চলচিত্ৰৰ বিষয় হিচাপে যুগ যুগ ধৰি মাছ সংস্কৃতিৰ এক অবিছেদ্য অংগ ৰূপে পৰিণিত হৈ আহিছে।
"https://as.wikipedia.org/wiki/মাছ"ৰ পৰা অনা হৈছে